November 27, 2024 7:26 PM
8
কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে
কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় মেলা কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় পর্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাখন মুকলি কৰে। পৰ্যটন মেলাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ...