November 27, 2024 9:04 PM

views 9

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অহা ৩০ নৱেম্বৰৰ পৰা অসমী সৰস মেলা

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অহা ৩০ নৱেম্বৰৰ পৰা অসমী সৰস মেলা অনুষ্ঠিত হ'ব। অহা ১৫ ডিচেম্বৰলৈ চলিবলগীয়া এই মেলা প্রতিদিনেই দিনৰ ১০ বজাৰ পৰা নিশা ৯ বজালৈ থাকিব। এই মেলাৰ জৰিয়তে জনসাধাৰণে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে দেশৰ ভিন ভিন জনগোষ্ঠীৰ চহক...

November 27, 2024 9:03 PM

views 110

সামাজিক মাধ্যমত অশ্লীল বিষয়ৰ প্ৰচাৰ ৰোধৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ সহমত গঢ়াত গুৰুত্ৱ আৰোপ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

সামাজিক মাধ্যমত অশ্লীল বিষয়ৰ প্ৰচাৰ ৰোধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ সহমত গঢ়ি তোলাৰ ওপৰত আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লোকসভাত গুৰুত্ব আৰোপ কৰে। সাংসদ অৰুণ গোভিলে সামাজিক মাধ্যমত প্ৰচাৰিত কেতবোৰ বিষয়ে নৈতিক মূল্যবোধত নেতিবাচক প্ৰভাৱ পেলায় বুলি উত্থাপন কৰা এটা বিষ...

November 27, 2024 9:01 PM

views 11

গুবাহাটীত উত্তৰ-পূব দিব্যাংগ ক্রীড়া প্রতিযোগিতা; মুকলি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই

গুৱাহাটীত আজিৰে পৰা উত্তৰ-পূব দিব্যাংগ ক্রীড়া প্রতিযোগিতা অনুষ্ঠিত হৈছে। ভাৰতীয় পেৰালিম্পিক সমিতিৰ অধীনত আৰু অসম পেৰালিম্পিক সংস্থাৰ সহযোগত আয়োজিত এই প্রতিযোগিতা অহা ২৯ নৱেম্বৰলৈ চলিব। আজি মন্ত্রী পীযুষ হাজৰিকাই এই ক্রীড়া প্রতিযোগিতা আনুষ্ঠানিকভাৱে মুকলি কৰে। ক্রীড়া প্রতিযোগিতা উদ্বোধন কৰি মন্ত...

November 27, 2024 8:58 PM

views 13

আজি সংসদৰ উভয় সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত

দেশৰ এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ ফলত আজিও সংসদৰ উভয় সদনৰ কামকাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখাৰ পাছত দিনৰ চাৰে ১১ বজাত উচ্চ সদন পুনৰ মিলিত হোৱাৰ...

November 27, 2024 8:57 PM

views 9

ৰে’লগাড়ীৰ অসংৰক্ষিত দবা আঁতৰ কৰাৰ কোনো পৰিকল্পনা নাইঃ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ

চৰকাৰে ৰে’লগাড়ীসমূহৰ অসংৰক্ষিত দবা আঁতৰ কৰাৰ কোনো পৰিকল্পনা নাই বুলি প্ৰকাশ কৰিছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা সদৰী কৰে। তেওঁ কয়, যে চলিত বিত্তীয় বৰ্ষত এল এইচ বি দবাবিশিষ্ট মেইল এক্সপ্ৰেছ ৰেলগাড়ীসমূহৰ ছশৰো অধিক অসংৰক্ষিত দবা সংযুক্ত কৰা হৈছে। তেওঁ লগতে কয়, যে ...

November 27, 2024 8:56 PM

views 15

দেশত প্ৰায় ৫৯ হাজাৰটা ৱাকফ সম্পত্তি দখলঃ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী কিৰেণ ৰিজিজুৱে দেশত প্ৰায় ৫৯ হাজাৰটা ৱাকফ সম্পত্তি দখল হোৱা বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে ৱাকফ আইনৰ বিভিন্ন ধাৰা অনুসৰি ৰাজ্যিক ৱাকফ ব’র্ডৰ মুখ্য কাৰ্যবাহী বিষয়াই ৱাকফ সম্পত্তিৰ দখলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। তেওঁ...

November 27, 2024 8:55 PM

views 15

অটল উদ্ভাৱন অভিযানৰ অধীনত গ্ৰামাঞ্চলত ৫,৬৯২টা অটল টিংকাৰিং পৰীক্ষাগাৰ স্থাপন

নিটি আয়োগৰ অটল উদ্ভাৱন অভিযানৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰা ১০ হাজাৰ অটল টিংকাৰিং পৰীক্ষাগাৰ ভিতৰত ৫ হাজাৰ ৬৯২ টা গ্ৰামাঞ্চলত স্থাপন কৰা হৈছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাও ইন্দ্রজিৎ সিঙে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে অভিলাসী জিলাস...

November 27, 2024 8:54 PM

views 11

বাংলাদেশত হিন্দুক লক্ষ্য কৰি হোৱা আক্ৰমণৰ ঘটনাত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ দাবী কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে বাংলাদেশত হিন্দুসকলক লক্ষ্য কৰি হোৱা আক্ৰমণৰ ঘটনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপৰ দাবী জনাইছে। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীসিঙে আজি কয়, যে আক্ৰমণৰ ঘটনাসমূহৰ পৰা বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰ যে মৌলবাদীসকলৰ কবলত পৰিছে সেয়া স্পষ্ট হৈ পৰিছে। ...

November 27, 2024 8:52 PM

views 28

যুৱক-যুৱতীসকলক কুইজত ভাগ লৈ ঐতিহাসিক বিকশিত ভাৰত যুৱ নেতা আলোচনাৰ অংশ হ’বলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক-যুৱতীসকলক কুইজত ভাগ লৈ ঐতিহাসিক বিকশিত ভাৰত যুৱ নেতা আলোচনাৰ অংশ হ’বলৈ আহ্বান জনাইছে। ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই সৰ্বভাৰতীয় ডিজিটেল কুইজ প্রতিযোগিতাৰ ৫ ডিচেম্বৰত সামৰণি পৰিব। এই প্ৰতিযোগিতাত ১৫ ৰ পৰা ২৯ বছৰ বয়সৰ ভিতৰৰ সকলো ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰিব । প্র...

November 27, 2024 8:51 PM

views 9

ই ভি এম সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেক বিজেপিৰ সমালোচনা

বিজেপিয়ে ইলেকট্রনিক ভোটগ্রহণ যন্ত্র (ই ভি এম) সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেক সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্র সম্বিত পাত্রই কয়, যে কংগ্ৰেছে অকল নিৰ্বাচনত পৰাজয় হ'লেহে ই ভি এমক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, যে কংগ্ৰে...