November 28, 2024 11:51 AM

views 14

ফ্রান্স আৰু এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সহযোগী দেশসমূহক দ্বিপাক্ষিক চুক্তি-বহুপাক্ষিক মঞ্চৰ জৰিয়তে ব্যৱসায় বৃদ্ধিৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে ফ্রান্স আৰু এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সহযোগী দেশসমূহক দ্বিপাক্ষিক চুক্তি আৰু বহুপাক্ষিক মঞ্চৰ জৰিয়তে ব্যৱসায় বৃদ্ধি কৰিবলৈ, জলবায়ু পৰিৱৰ্তনৰ দৰে গোলকীয় সমস্যাসমূহ সমাধানৰ বাবে প্ৰযুক্তিগত সহযোগিতা সুদৃঢ় কৰিবলৈ আৰু সাংস্কৃতিক তথা শৈক্ষিক বিনিময়ৰ ...

November 28, 2024 11:50 AM

views 13

ডাই-এমনিয়াম ফছফেট সাৰৰ উপলব্ধতা বৰ্তাই ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে ডাই-এমনিয়াম ফছফেট (DAP) সাৰৰ উপলব্ধতা বৰ্তাই ৰাখিবলৈ আৱশ্যকীয় পদক্ষেপ লৈছে। ৰাসায়নিক আৰু সাৰ মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কৈছে যে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য ৰে'লৱে আৰু সাৰ প্রস্তুতকাৰী কোম্পানীসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে। গোলকীয় প্ৰত্যাহ্বান সত্ত্বেও ২০২৪-২৫ ৰবি শস্য বৰ্ষত অ...

November 28, 2024 11:48 AM

views 8

নতুন দিল্লীত আজিৰে পৰা প্ৰতিৰক্ষা সহযোগিতা দিৱস

সশস্ত্র বাহিনী আৰু প্ৰতিৰক্ষা উদ্যোগৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে আজিৰে পৰা নতুন দিল্লীত প্ৰতিৰক্ষা সহযোগিতা দিৱসৰ আয়োজন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত কয়, যে এই দুদিনীয়া অনুষ্ঠানটো চৰকাৰ আৰু ব্যৱসায়িক সহযোগীসকলৰ সংযোগ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা অনুস...

November 28, 2024 11:47 AM

views 11

ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত ছোৰেনে আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব

ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত ছোৰেনে আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। ৰাজ্যপাল সন্তোষ কুমাৰ গংৱাৰে বিয়লি ৪ বজাত ৰাঁচীৰ মোৰহাবাদি ময়দানত আয়োজিত এটা অনুষ্ঠানত শ্ৰীছোৰেনক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ৰাঁচীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীছোৰেনে কয়, যে প্রধানমন্ত...

November 28, 2024 11:46 AM

views 25

নেটৱৰ্ক প্ৰস্তুতি সূচ্যাংক প্রতিবেদন অনুসৰি চলিত বৰ্ষত ভাৰতৰ ৪৯সংখ্যক স্থান লাভ

চলিত বৰ্ষৰ নেটৱৰ্ক প্ৰস্তুতি সূচ্যাংক প্রতিবেদন অনুসৰি ভাৰত পূৰ্বতকৈ ১১টা স্থান আগবাঢ়ি ৪৯ সংখ্যক স্থানত আছে। ২০২৩ বৰ্ষৰ এই প্ৰতিবেদনত ভাৰতে ৬০ সংখ্যক স্থান লাভ কৰিছিল। বিগত ২১ নৱেম্বৰত প্ৰকাশ পোৱা প্ৰতিবেদনখনে প্রযুক্তি, জনসাধাৰণ, শাসন আৰু প্ৰভাৱৰ ক্ষেত্ৰত কৰা প্ৰদৰ্শনৰ ভিত্তিত ১৩৩খন দেশক সামৰি লৈছ...

November 28, 2024 11:44 AM

views 11

ওমানৰ মাস্কাটত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকীত থাইলেণ্ডক ১১-০ গ’লত পৰাস্ত ভাৰতৰ

ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলে কালি ওমানৰ মাস্কাটত অনুষ্ঠিত চলিত বৰ্ষৰ পুৰুষৰ জুনিয়ৰ এছিয়া কাপৰ এখন খেলত থাইলেণ্ডক ১১-০ গ'লত পৰাস্ত কৰে। খেলখনত অৰাইজিত সিং হুণ্ডাল, সৌৰভ আনন্দ কুশৱাহা, গুৰজোৎ সিং, অর্শদ্বীপ সিং, সাৰদা নন্দ তিৱাৰী, দিলৰাজ সিং, ৰোহিত আৰু মুকেশ টপ্পোৱে ভাৰতৰ হৈ গ'ল দিয়ে। প্রতিযোগিতাৰ...

November 28, 2024 11:43 AM

views 7

লক্ষ্ণৌত অনুষ্ঠিত ছৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় ছুপাৰ 300 বেডমিণ্টনৰ ছিংগলছৰ পৰৱৰ্তী ৰাউণ্ডত পি ভি সিন্ধু, লক্ষ্য সেন

ভাৰতৰ পি ভি সিন্ধু আৰু লক্ষ্য সেন লক্ষ্ণৌত অনুষ্ঠিত ছৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় ছুপাৰ থ্ৰী হান্ড্রেড বেডমিণ্টন প্ৰতিযোগিতাৰ ছিংগলছৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। পি ভি সিন্ধুৱে মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত সতীর্থ খেলুৱৈ অনমোল খৰবক ২১-১৭, ২১-১৫ গেমত পৰাস্ত কৰে। ইপিনে, লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ এখন খে...

November 27, 2024 9:10 PM

views 11

সোণাপুৰত নিৰ্মীয়মাণ বিজ্ঞান নগৰী পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তসহ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ

কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ সৈতে আজি বিয়লি গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ টেপেছিয়াত নিৰ্মীয়মাণ 'গুৱাহাটী বিজ্ঞান নগৰী' (ছায়েন্স চিটি) প্ৰকল্পথলী পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতি বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনক...

November 27, 2024 9:07 PM

views 12

বাক্সাৰ একলব্য আদর্শ আৱাসিক বিদ্যালয়ৰ পৰা ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ

বিটিচিৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে আজি বাক্সাৰ দলাবাৰীত থকা একলব্য আদর্শ আৱাসিক বিদ্যালয়ৰ পৰা ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটা পথৰ আধাৰশিলা স্থাপন কৰে। পথটোৰ আধাৰশিলা স্থাপনৰ অন্তত সমৱেত লোকক উদ্দেশ্যি মুখ্য কাৰ্যবাহীগৰাকীয়ে কয়, যে এই পথছোৱাই বাক্সা জিলাৰ যোগাযোগ ব্যৱস্থা তথা আন্তঃগাঁথনিৰ...

November 27, 2024 9:05 PM

views 15

শ্রীভূমি জিলাৰ পেটেল নগৰত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ দুজনক গ্ৰেপ্তাৰ

শ্রীভূমি জিলা আৰক্ষীয়ে আজি জিলাখনৰ পেটেল নগৰ অঞ্চলত অভিযান চলাই মিজোৰামৰ পৰা অহা দুখন বাহনত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে এই সংক্ৰান্তত দুয়োজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোককেইজন কাছাৰ জিলাৰ বাসিন্দা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে লোককেইজনৰ জিম্মাৰ পৰা জব্দ কৰা...