November 28, 2024 6:21 PM

views 34

কৃষিখণ্ডৰ সৰ্বাংগীন উত্তৰণৰ হকে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিভিন্ন পদক্ষেপ

কৃষিখণ্ডৰ সৰ্বাংগীন উত্তৰণৰ হকে ৰাজ্য চৰকাৰে কৃষি বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। খাৰিফ বিপণন ঋতু ২০২৪-২৫ বৰ্ষত প্ৰতি কুইণ্টলত ন্যূনতম সমর্থিত মূল্য ২,৩০০ টকাত কৃষকৰ পৰা ধান ক্ৰয়ৰ ব্যৱস্থা কৰা হৈছে। ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত ধান ক্ৰয়ৰ ব্যৱস্থা আৰম্ভ হ'ব। এই ব্যৱস্থাৰ জৰিয়তে উপকৃত হ'বলৈ ...

November 28, 2024 6:17 PM

views 15

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ পুৰণি টেলিফোন নম্বৰ ২৬৬০৪২৬ পুনৰ বাহাল কৰা হৈছে

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ পুৰণি টেলিফোন নম্বৰ ২৬৬০৪২৬ পুনৰ বাহাল কৰা হৈছে। দীৰ্ঘদিন ধৰি এই টেলিফোন নম্বৰটো বিকল হৈ থকাৰ বাবে বাতৰি বিভাগ, আমাৰ সংবাদদাতাসকল আৰু আমাৰ শ্ৰোতাসকল যথেষ্ট আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছিল। ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বি এছ এন এলৰ অধীনৰ এই টেলিফোন নম্বৰলৈ ম...

November 28, 2024 6:14 PM

views 25

অসম বক্সিং সন্থাৰ উদ্যোগত গুৱাহাটীত ৪৪ সংখ্যক সদৌ অসম চিনিয়ৰ আন্তঃজিলা বক্সিং প্রতিযোগিতা

অসম বক্সিং সন্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীত ৪৪ সংখ্যক সদৌ অসম চিনিয়ৰ আন্তঃজিলা বক্সিং প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ খেলসমূহ কাইলৈ আৰম্ভ হ'ব যদিও পৰহিলৈ বিয়লি ৩ বজাত এই প্রতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। পুৰুষ আৰু মহিলাৰ উভয় শাখাৰ ১০টা ওজন শাখাৰ খেল অনুষ্ঠিত হ'বলগীয়া এই প্ৰতি...

November 28, 2024 12:07 PM

views 31

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিড’ৰৰ নিৰ্মাণ কাৰ্য অহা ৪-৫ মাহৰ ভিতৰতে আৰম্ভ কৰা হ’বঃ মুখ্যমন্ত্ৰী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিড’ৰৰ নিৰ্মাণ কাৰ্য অহা চাৰি-পাঁচ মাহৰ ভিতৰতে আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি কাজিৰঙা আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলাত অংশ লৈ এই কথা প্ৰকাশ কৰে। প্ৰকল্পৰ চূড়ান্ত অনুমোদনৰ বাবে শীঘ্ৰে মন্ত্ৰী সভাত প্ৰস্তাৱ দাখিল কৰা হ'ব। পর্যটন মেলাত কেন্দ্ৰীয় ...

November 28, 2024 12:04 PM

views 9

ৰাজ্যৰ বিদ্যালয়সমূহত নতুনকৈ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ নকৰাৰ সিদ্ধান্ত চৰকাৰৰ

ৰাজ্য চৰকাৰে শেহতীয়াভাৱে অনুষ্ঠিত কৰা প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ পাছত বিদ্যালয়সমূহত নতুনকৈ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পৰিৱৰ্তে এই শ্ৰেণীৰ পদৰ বাবে ব্যক্তিগত নিযুক্তি সংস্থাৰ জৰিয়তে এম টি এছ অর্থাৎ মাল্টি টাস্কিং ষ্টাফ নিয়োগ কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণ...

November 28, 2024 12:02 PM

views 14

গোৱা অনুষ্ঠিত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি অন্তিম দিন

গোৱাৰ ৰাজধানী পানাজীত চলি থকা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰিব৷ আজি অন্তিম দিনা যুৱপ্ৰজন্ম আৰু চিনেমা বিষয়ত কলা একাডেমীত এখন আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ লগতে চেক-ইংৰাজী আৰু জাৰ্মান ভাষাত নিৰ্মিত বহদান শ্লামাই পৰিচালনা কৰা ড্রাই চিজন শীর্ষক চিনেমাখন সামৰণি চিনেমা হিচাপে প্ৰদৰ্শ...

November 28, 2024 12:01 PM

views 7

মাজুলীক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় মন্ত্রী গজেন্দ্র সিং শেখাৱটক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মাজুলীক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে। কাজিৰঙাত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ কালিৰ উদ্বোধনী অনুষ্ঠানত পৰ্যটন আৰু সাংস্কৃতিক দপ্তৰৰ ৰাজ্য মন্ত্রী গজেন্দ্র সিং শেখাৱটক তেওঁ এই আহ্বান জনায়। অসমৰ ঘৰুৱা পৰ...

November 28, 2024 11:59 AM

views 11

ছয়ীদ মুস্তাক আলী ছিনিয়ৰ ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাত চণ্ডীগড়ক ১১ ৰানত পৰাস্ত অসমৰ

ছয়ীদ মুস্তাক আলী ছিনিয়ৰ ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত অসমে চণ্ডীগড়ৰ বিৰুদ্ধে জয়লাভ কৰিছে। দিবা-নৈশ খেলত অসমে চণ্ডীগড়ক ১১ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। বিশাখাপট্টনমত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰি অসমে ১৯ অভাৰ এটা বলত ১৫০ ৰান কৰে। দলৰ হৈ ছাহিল জৈনে ৪টা ছিক্সাৰেৰে ৫১ আৰু সুমি...

November 28, 2024 11:56 AM

views 8

গুৱাহাটীৰ সমীপৰ সোণাপুৰত নির্মীয়মাণ বিজ্ঞান নগৰী অহা বছৰৰ অক্টোবৰৰ ভিতৰত মুকলিৰ নিৰ্দেশ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্র সিং শ্বেখাৱাটৰ

গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ টেপেচিয়াত নির্মীয়মাণ বিজ্ঞান নগৰী অহা বছৰৰ অক্টোবৰৰ ভিতৰত মুকলি কৰাৰ বাবে কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্র সিং শ্বেখাৱাটে নির্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ সৈতে নির্মীয়মাণ বিজ্ঞান নগৰীৰ কাম-কাজ পৰিদৰ্শন কৰাৰ পাছ...

November 28, 2024 11:52 AM

views 13

নতুন দিল্লীত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত বিষয়ভিত্তিক উপস্থাপনত অসমৰ ব্ৰঞ্জৰ পদক লাভ

নতুন দিল্লীত অনুষ্ঠিত ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা চমুকৈ আই আই টি এফ ২০২৪ত বিষয়ভিত্তিক উপস্থাপনত অসমে প্ৰদৰ্শনৰ উৎকৃষ্টতাৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছে। এই মেলাত অসম পেভিলিয়নে হস্তশিল্প, কৃষি, বস্ত্ৰ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ সামগ্ৰীৰ জৰিয়তে ৰাজহ সৃষ্টি আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক...