December 6, 2024 12:57 PM

views 19

বেংগালুৰুৰ কোৰামংগালা ইন্দোৰ ষ্টেডিয়ামত আজিৰেপৰা চিনিয়ৰ ৰাষ্ট্ৰীয় মল্লযুদ্ধ প্ৰতিযোগিতা আৰম্ভ

বেংগালুৰুৰ কোৰামংগালা ইন্দোৰ ষ্টেডিয়ামত আজিৰেপৰা চিনিয়ৰ ৰাষ্ট্ৰীয় মল্লযুদ্ধ প্ৰতিযোগিতা আৰম্ভ হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ মল্লযোদ্ধাসকলে এই প্রতিযোগিতাত ভাগ ল'ব। এই প্ৰতিযোগিতাত দেশৰ ২৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে অংশগ্রহণ কৰিব। সমগ্ৰ দেশৰ ৭০০তকৈও অধিক প্রতিযোগীয়ে এই প্রতিযোগিতাত...

December 6, 2024 12:55 PM

views 34

হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

অসম ৰাজ্যিক আইন সেৱা প্ৰাধীনকৰণৰ নিৰ্দেশত আৰু হোজাই জিলা আইন সেৱা প্ৰাধীকৰণৰ উদ্যোগত হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে সেই দিনটোত ন্যায়িক আদালতত আপোচ যোগ্য বিভিন্ন গোচৰ যেনে- ফৌজদাৰী গোচৰ, দেৱানী গোচৰ, ৰাজহ সংক্ৰা...

December 6, 2024 12:53 PM

views 21

অনাগত সময়ত উত্তৰ-পূব ভাৰত দক্ষিণ-পূব এছিয়াৰ উন্নয়নৰ কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছেঃ সৰ্বানন্দ সোণোৱাল

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, যে অনাগত সময়ত উত্তৰ-পূব ভাৰত দক্ষিণ-পূব এছিয়াৰ উন্নয়নৰ কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পূৰ্বাঞ্চলক সৱলীকৰণ- পৰিৱৰ্তনশীল দশকৰ দিশত আত্মনিৰ্ভৰ ভাৰত- বিষয়ক এখন সংবাদমেল সম্বোধন কৰি শ্ৰী সোণোৱালে কয়, যে চৰকাৰৰ এক্টইষ্ট নীতি কার্যকৰী কৰাৰ ক...

December 6, 2024 12:51 PM

views 19

৪ গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে কাইলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

৪গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে কাইলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। চাৰিগৰাকী বিধায়কে কাইলৈ দিনৰ ১২ বজাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ চাৰিজন বিধায়ক অসম কেবিনেটত অন্তর্ভুক্ত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম এক্সযোগে এই কথা প্ৰকাশ কৰিছে। নতুন মন...

December 6, 2024 11:02 AM

views 24

বাহৰেইনত আজিৰেপৰা চলিত বৰ্ষৰ বিশ্ব ভাৰোত্তলন প্ৰতিযোগিতা আৰম্ভ

বাহৰেইনত আজিৰেপৰা চলিত বৰ্ষৰ বিশ্ব ভাৰোত্তলন প্ৰতিযোগিতা আৰম্ভ হ'ব। ৩ গৰাকী মহিলা ভাৰতীয় ভাৰোত্তলকে এই প্ৰতিযোগিতাত ভাগ ল'ব। অৱশ্যে পুৰুষ শাখাত এই বছৰ কোনো ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ কৰা নাই। অলিম্পিকৰ পদক বিজেতা মীৰাবাই চানু এই প্ৰতিযোগিতাত ভাগ লোৱা নাই। চানুৰ অনুপস্থিতিত জ্ঞানেশ্বৰী য়াদৱে মহিলাৰ...

December 6, 2024 10:59 AM

views 24

বিকশিত ভাৰত কুইজ প্রতিযোগিতাত অংশগ্ৰহণৰ সময়সীমা ১০ ডিচেম্বৰলৈ বৃদ্ধি

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই চলিত বিকশিত ভাৰত কুইজ প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ সময়সীমা অহা ১০ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে বুলি ঘোষণা কৰিছে। যুৱক-যুৱতীসকলে এই কুইজ প্রতিযোগিতাত ভাগ লোৱাৰ বাবে মাই ভাৰত প্লেটফৰ্ম চাব পাৰে। উল্লেখযোগ্য যে, ১৫ৰ পৰা ২৯ বছৰ বয়সৰ সকলো যুৱ...

December 6, 2024 10:58 AM

views 37

প্রধানমন্ত্ৰী ফচল বীমা যোজনাৰ ২০২৫ বৰ্ষৰ পঞ্জীকৰণৰ বাবে ১৫ ফেব্ৰুৱাৰী অন্তিম দিন

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত প্রধানমন্ত্ৰী ফচল বীমা যোজনাৰ ২০২৫ বৰ্ষৰ পঞ্জীকৰণৰ বাবে অহা ১৫ ফেব্ৰুৱাৰীৰ দিনটো অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে। এই যোজনাৰ অধীনত বতৰৰ অনিশ্চয়তাৰ সৈতে জড়িত ক্ষতিৰ শংকা কম কৰি পৰিশ্ৰমী কৃষক ভাই-ভনীৰ আৰ্থিক হিত ৰক্ষা কৰাত গুৰুত্ব প্ৰদান কৰা...

December 6, 2024 10:55 AM

views 28

আজি সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস

আজি সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি অসমৰো বিভিন্ন স্থানত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পানীখাইতিত থকা কেন্দ্ৰীয় প্রশিক্ষণ প্ৰতিষ্ঠানত আজি কেন্দ্ৰীয়ভাৱে এই দিৱসৰ আয়োজন কৰা হৈছে। কাৰ্যসূচীত বিভাগীয় সঞ্চালক হার্ডি সিঙে অংশগ্ৰহণ কৰিব। দিৱস উপলক্ষে...

December 6, 2024 10:53 AM

views 15

সৰুপথাৰত আজিৰেপৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন

সৰুপথাৰত আজিৰেপৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। এই অধিৱেশনত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ কেইবাগৰাকীও সাহিত্যিকে অংশগ্ৰহণ কৰিব। ৯ ডিচেম্বৰত সভাৰ মুকলি অধিৱেশনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা।

December 6, 2024 10:51 AM

views 47

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী সংযোগী দলংখনৰ কাম ৫৩.২৭ শতাংশ সম্পূৰ্ণ: নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি সদনত কয়, যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী সংযোগী দলংখনৰ কাম ৫৩.২৭ শতাংশ সম্পূৰ্ণ হৈছে। তেওঁ লগতে কয়, যে ২০২৮ চনৰ ২২ অক্টোবৰৰ ভিতৰত এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। সদনৰ প্রশ্নোত্তৰ কালত ধুবুৰীৰ সাংসদ ৰকিবুল...