December 6, 2024 8:59 PM

views 9

তিনিচুকীয়া-ডিব্ৰুগড়ত জলসম্পদ বিভাগৰ অধীনৰ কাম-কাজৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত জলসম্পদ বিভাগৰ অধীনত ৰূপায়ণ কৰা বহুকেইটা কাৰ্যসূচী পৰিদৰ্শন কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধী কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলাৰ ফেলাই গাঁৱত ব্ৰহ্মপুত্ৰৰ সোঁতে ছিঙি নিয়া মথাউৰিৰ পুনৰ নিৰ্মিত প্রায় দুই কিলোম...

December 6, 2024 8:58 PM

views 13

বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিক্ষোভ

বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে আজি দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত গুৱাহাটীৰ বিজুলী ভৱনত কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমন্বয়ৰক্ষী স...

December 6, 2024 8:56 PM

views 10

ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনিৰ নিৰ্দেশনা জাৰি বিদ্যালয় শিক্ষা বিভাগৰ

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে চাহ বাগিচা অঞ্চলৰ বিদ্যালয়ৰ সময়সূচী কিছু সালসলনি কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি চাহ বাগিচা অঞ্চলৰ নিম্ন প্রাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা চাৰে সাত বজাৰ পৰিৱৰ্তে চাৰে ৮ বজাত আৰম্ভ হ'ব। একেদৰে ছুটীৰ সময় ১২ বাজি ১৫ মি...

December 6, 2024 8:54 PM

views 8

গোলাঘাটৰ সৰুপথাৰত নেপালী সাহিত্য সভাৰ ১৬সংখ্যক ত্রিবার্ষিক অধিৱেশন

গোলাঘাট জিলাৰ সৰুপথাৰত আজিৰে পৰা নেপালী সাহিত্য সভাৰ ১৬সংখ্যক ত্রিবার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। বোকাখাত আৰু কাৰ্বি আংলং জিলা সমিতিৰ সহযোগত আয়োজিত অধিৱেশনৰ লগতে সোণালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানো অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনা প্ৰতিনিধি পঞ্জীয়নৰ লগতে প্রতিনিধি সভা উদ্বোধন কৰা হয়। অধিৱেশনৰ লগত স...

December 6, 2024 8:51 PM

views 10

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰে। এই উপলক্ষে শ্রীমোদীয়ে কয়, যে দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ অপাৰ সম্ভাৱনা আছে। একবিংশ শতিকা-ভাৰতসহ পূব এছিয়াৰ দেশসমূহৰ বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে গুৱাহাটী, আ...

December 6, 2024 8:49 PM

views 5

বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। নগদ ধনৰ বিবাদক লৈ শাসকীয় পক্ষৰ সদস্যসকলে সৃষ্টি কৰা উত্তাল পৰিৱেশৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিবলগীয়া হয়। ইপিনে, বিজেপি সাংসদ নিশিকান্ত ডুবে, বিৰোধী পক্ষৰ নেতা ৰাহু...

December 6, 2024 8:48 PM

views 19

ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰত ৰত্ন ড০ বি আৰ আম্বেদকাৰৰ ৬৮ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে মহাপৰিনিৰ্বান দিৱস পালন

ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰত ৰত্ন ড০ বি আৰ আম্বেদকাৰৰ ৬৮ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে আজি মহাপৰিনিৰ্বান দিৱস পালন কৰা হয়। মহাপৰিনিৰ্বান দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত বাবা চাহেব আম্বেদকাৰৰ অৱদানৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে দেশজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। উপ ৰাষ্ট্ৰপতি জগদী...

December 6, 2024 8:47 PM

views 9

প্ৰসাৰ ভাৰতীয়ে নেটৱৰ্কৰ ডিজিটেলকৰণ, শেহতীয়া আহিলাপাতি ব্যৱহাৰেৰে আকাশবাণী-দূৰদৰ্শনৰ নেটৱৰ্ক উন্নত কৰি আহিছেঃ এল মুৰগন

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সময়ে সময়ে যথোচিত নিৰ্দেশনা জাৰি কৰি সম্প্ৰচাৰ ক্ষেত্ৰত নিত্য-নতুন প্রযুক্তি আকোঁৱালি লোৱাৰ বাবে সহায় সমৰ্থন আগবঢ়াই আহিছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰযোগে এই কথা প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰগনে কয় যে প্ৰসাৰ ভাৰতীয়ে নেটৱৰ্কৰ ডিজিটেলকৰণ আৰু...

December 6, 2024 2:46 PM

views 20

এগৰাকী ব্যক্তিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে শিক্ষাই হৈছে একমাত্র পথঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে এগৰাকী ব্যক্তিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে শিক্ষাই হৈছে একমাত্র পথ। তেওঁ কয়, যে নিয়োগ লাভ কৰাটোৱে কেৱল শিক্ষাৰ লক্ষ্য হোৱা উচিত নহয় বৰং শিক্ষার্থীসকলে শিক্ষাৰ পৰা বহুল জ্ঞান আহৰণ কৰাটোহে প্রয়োজন। ওড়িশাৰ ময়ূৰভাঞ্জ জিলাৰ উপৰবেদ চৰকাৰী উচ্চ প্রাথমিক বিদ্...

December 6, 2024 2:45 PM

views 23

বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত

বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ অন্য নেতাসকলৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। শূন্যকালত শ্ৰী ডুবেই আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত এগৰাকী বিনিয়োগকাৰী, বিদেশী সংবাদ মঞ্চ আৰু ক...