December 6, 2024 10:48 AM

views 25

বাদুংদুপ্পা কলা কেন্দ্রত পঞ্চদশ বাৰ্ষিক আন্দাৰ দা শাল ট্টী নাট সমাৰোহ, ২০২৪

বাদুংদুপ্পা কলা কেন্দ্রই পঞ্চদশ বাৰ্ষিক আন্দাৰ দা শাল ট্টী নাট সমাৰোহ, ২০২৪-ৰ লগত সংগতি ৰাখি কেন্দ্ৰটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১৫, ১৬ আৰু ১৭ ডিচেম্বৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। মুক্ত আকাশৰ শালগছৰ তলত মাটিৰ মজিয়াত মঞ্চ, দৰ্শকৰ বাবে বাঁহেৰে গেলাৰী ...

December 6, 2024 10:45 AM

views 28

আজিৰে পৰা পুডুচেৰীত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু ছুটী ছবি মহোৎসৱ আৰম্ভ

কেন্দ্রীয় শাসিত প্রদেশ পুডুচেৰীত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু ছুটী ছবি মহোৎসৱ আজি আৰম্ভ হ'ব। তিনিদিনীয়া এই মহোৎসৱত দেশ-বিদেশৰ মুঠ ৩৫ খন নিৰ্বাচিত তথ্য চিত্ৰ আৰু ছুটী ছবি প্ৰদৰ্শন কৰা হ'ব। ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্র উন্নয়ন নিগমৰ সহযোগিতাত পুডুচেৰী বিশ্ববিদ্যালয়ত ইলেকট্রনিকছ আৰু জনসংযোগ বি...

December 6, 2024 10:42 AM

views 23

জ্যোতি চিত্ৰবনত কালিৰে পৰা ৪দিনীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হৈছে। নৱম সংখ্যক এই মহোৎসৱত কালি মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। এই অনুষ্ঠানত জনপ্ৰিয় অভিনেতা কপিল বৰা, মহোৎসৱৰ পৰিচালক তনুশ্ৰী হাজৰিকাকে ধৰি আন কেইবাগৰাকীও বি...

December 6, 2024 10:38 AM

views 31

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা দুটা মাহত ৮১ হাজাৰ ৬৮ গৰাকী পৰ্যটকে দৰ্শন কৰিছে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি উদ্যানখনত যোৱা দুটা মাহত পৰ্যটকৰ সংখ্যা যথেষ্ট বাঢ়িছে। অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া উদ্যানখন যোৱা দুটা মাহত ৮১ হাজাৰ ৬৮ গৰাকী পৰ্যটকে দর্শন কৰে। ইয়াৰে ৩ হাজাৰ ৪২৫ গৰাকী বিদেশী পৰ্যটক। অক্টোবৰত ২৯ হাজাৰ ৫৭৯ গৰাকী পৰ্যটক আৰু নৱেম্বৰত ৫১...

December 6, 2024 10:36 AM

views 31

বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধান পালিকালৈ ২জন নতুন কাৰ্যবাহী সদস্য মনোনীত ৰাজ্যপালৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধান পালিকালৈ দুজন নতুন কাৰ্যবাহী সদস্য মনোনীত কৰিছে। এওঁলোক হৈছে সজল কুমাৰ সিংহ আৰু ছাইকং বসুমতাৰী। বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ পৰামৰ্শ অনুসৰি এই দুজন সদস্যক কার্যবাহী সদস্যৰূপে নিযুক্তি দিয়া হৈছে। এই নতুন অন্তৰ্ভুক্তিৰ ফলত ...

December 6, 2024 10:32 AM

views 23

২০২৪-২৫ বৰ্ষৰ সাহিত্য বঁটা আৰু পেঞ্চন প্ৰাপকৰ তালিকা প্রকাশ

  ৰাজ্য চৰকাৰে ২০২৪-২৫ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু পেঞ্চন প্ৰাপকৰ তালিকা প্রকাশ কৰিছে। কাইলৈ প্ৰয়াত সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত ৩১ গৰাকী ব্যক্তিক এই সন্মান জনোৱা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ...

December 6, 2024 10:30 AM

views 33

ভাৰতীয় সংবিধান প্ৰণেতা, ভাৰতৰত্ন ড° বি আৰ আম্বেদকাৰৰ আজি ৬৯ সংখ্যক মৃত্যু বার্ষিকী

আজি ভাৰতীয় সংবিধানৰ প্ৰণেতা, ভাৰতৰত্ন ড° বি আৰ আম্বেদকাৰৰ ৬৯ সংখ্যক মৃত্যু বার্ষিকী। সমতা, ভাতৃত্ববোধ আৰু ঐক্যৰ আদৰ্শৰে এখন বৈচিত্রহীন সমাজৰ বুনিয়াদ ৰচনা কৰা আইনজ্ঞ, সুদক্ষ ৰাজনীতিবিদ আম্বেদকাৰক তেওঁৰ মৃত্যু বার্ষিকীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধাৰে স্মৰণ কৰিছে। জাতি গঠনৰ ক্ষেত্ৰত বাবা ...

December 6, 2024 10:27 AM

views 24

ভাৰত মণ্ডপমত প্ৰধানমন্ত্ৰী মোদীয়ে অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰিব। তিনিদিনীয়াকৈ হ'বলগীয়া এই মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সংস্কৃতি, চহকী বস্ত্ৰশিল্প, শিল্পকলা আৰু পৰ্যটনৰ প্ৰদৰ্শন কৰা হ'ব। অষ্টলক্ষ্মীৰূপে পৰিচিত উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, ম...

December 5, 2024 9:07 PM

views 15

মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড আন্তর্জাতিক বেডমিণ্টনত ভাৰতৰ এম তৰুণ পুৰুষ শাখাত আৰু কে সাত্বিক ৰেড্ডী আৰু বৈষ্ণৱী খাটকেকাৰ মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

গুৱাহাটীত অনুষ্ঠিত মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ এম তৰুণে পুৰুষৰ শাখাত আৰু কে সাত্বিক ৰেড্ডী আৰু বৈষ্ণৱী খাটকেকাৰৰ মিক্সড ডাবলছৰ যুটীটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সৰুসজাই ক্ৰীড়া প্ৰকল্পত চলি থকা প্রতিযোগিতাখনত আজি অনুষ্ঠিত প্ৰি- কোৱাৰ্টাৰ ফাইনেলত তৰুণে ২৪...

December 5, 2024 9:04 PM

views 28

দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ৮ ডিচেম্বৰৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ’ দিৱস উদযাপন কৰা হ’ব

দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ অতিৰিক্ত মুখ্য চিকিৎ‍সা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ সহযোগত অহা ৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ' দিৱস উদযাপন কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ ৫ বছৰ তলৰ এক লাখ ৪০ হাজাৰ ৭১৩টা শিশুক ৮৫৭টা কেন্দ্ৰত প্ৰতিষেধক দিয়া হ'ব। ইতিমধ্য...