December 8, 2024 12:24 PM

views 30

দেশৰ সংহতিৰ ক্ষেত্ৰত হিন্দীয়ে গ্ৰহণ কৰা ঐতিহাসিক ভূমিকা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলোকপাত

মাদ্ৰাজৰ দক্ষিণ ভাৰত হিন্দী প্ৰচাৰ সভাৰ ৮৩ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ সংহতিৰ ক্ষেত্ৰত হিন্দীয়ে গ্ৰহণ কৰা ঐতিহাসিক ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে  এই বিষয়টোৰ ওপৰত মহাত্মা গান্ধীয়েও সদায় গুৰুত্ব আৰোপ কৰিছিল। হি...

December 8, 2024 12:21 PM

views 30

গুৱাহাটীত আই এছ এল ফুটবল প্রতিযোগিতাৰ খেলত মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি

নর্থ-ইষ্ট ইউনাইটেড এফ চি আজি গুৱাহাটীৰ সৰু সজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ'বলগা আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে নৰ্থ-ইষ্ট ইউনাইটেড এফ চি কলকাতাত অনুষ্ঠিত প্রথম লেগৰ খেলত মোহন...

December 8, 2024 12:07 PM

views 14

২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ

২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰা হৈছে। সেই অনুসৰি বছৰটোত মুঠ ৩৬ দিন বন্ধ থকাৰ লগতে চৰকাৰী কৰ্মচাৰীয়ে এদিন অৰ্ধছুটী লাভ কৰিব। ১৪ আৰু ১৫ জানুৱাৰীত মাঘ বিহু আৰু টুছু পূজাৰ বন্ধৰে বছৰটোৰ চৰকাৰী বন্ধ আৰম্ভ হৈ ২৫ ডিচেম্বৰৰ বৰদিনৰ বন্ধৰে সামৰণি পৰিব। আনহাতে ৬ অক্টোবৰত লক্ষ্মীপূজা উপলক্ষে চৰকাৰী ক...

December 8, 2024 12:04 PM

views 29

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা তিনিগৰাকী সাহিত্যিকক সাহিত্যিক পেন্সন আৰু ২৮ গৰাকী সাহিত্যিকক সাহিত্য বঁটা প্ৰদান

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ ৯৩ সংখ্যক জন্ম দিৱস আৰু ২০২৪ বৰ্ষৰ সাহিত্যিক পেন্সন আৰু বঁটা প্ৰদান উপলক্ষে কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত তিনিগৰাকী সাহিত্যিকক সাহিত্যিক পেন্সন আৰু ২৮ গৰাকী সাহিত্যিকক সাহিত্য বঁটা প্ৰ...

December 8, 2024 12:00 PM

views 14

ওমানত হ’বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰত আজি ওমানৰ মাস্কতত হ'বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত জ্যোতি সিঙে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলৰ নেতৃত্ব বহন কৰিব। সাক্ষী ৰানা ভাৰতীয় দলৰ উপ-অধিনায়ক হ'ব। প্ৰতিযোগিতাত কালি চীনে গ্রুপ এৰ প্ৰথমখন খেলত বাংলাদেশত ১৯-০ ...

December 8, 2024 11:57 AM

views 24

বিগত দশকত দেশৰ ক্ৰীড়াৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন হৈছে বুলি কেন্দ্রীয় মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ প্ৰকাশ

কেন্দ্রীয় মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই যোৱাটো দশকত দেশৰ ক্ৰীড়াৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন হৈছে বুলি প্ৰকাশ কৰিছে। নাগালেণ্ডৰ ক'হিমাত আয়োজিত এটা অনুষ্ঠানত তেওঁ কয়, যে বিগত সময়ছোৱাত দেশে কেৱল অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে অলিম্পিক, পেৰাঅলিম্পিক আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত গুৰুত্বপূৰ্ণ প্...

December 8, 2024 11:49 AM

views 40

ভাৰত ২০৪৭ চনৰ ভিতৰত বিশ্বৰ ১০খন শীর্ষ সামুদ্রিক ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত ২০৪৭ চনৰ ভিতৰত বিশ্বৰ ১০খন শীর্ষ সামুদ্রিক ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হ'ব বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে দেশৰ বন্দৰসমূহত সামগ্ৰী সৰবৰাহৰ পৰিমাণ ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে আৰু জাহাজৰ নিৰ্মাণৰ লগতে পুনৰ নিৰ্মাণৰ সামৰ...

December 8, 2024 11:46 AM

views 35

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ বিভিন্ন সংগঠনৰ সৈতে ২০২৫-২৬ বৰ্ষৰ প্রাক-বাজেট আলোচনা

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি ২০২৫-২৬ বৰ্ষৰ সংগতি ৰাখি বিভিন্ন কৃষক সংগঠন আৰু আগশাৰীৰ কৃষি অর্থনীতিবিদসকলৰ সৈতে নতুন দিল্লীত দ্বিতীয় প্রাক-বাজেট আলোচনাত অধ্যক্ষতা কৰে। বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অংশীদাৰসকলৰ সৈতেও আলোচনাত মিলিত হয়। এই বৈঠকত বিত্ত ৰাজ্য ...

December 8, 2024 11:43 AM

views 18

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ তিনি দিনীয়া ৰাছিয়া ভ্ৰমণসূচী

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি তিনি দিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ যাব। এই ভ্ৰমণকালত তেওঁ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলোছভৰ সৈতে মস্কোত সেনা আৰু সামৰিক প্ৰযুক্তি সহযোগিতা সম্পৰ্কীয় ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ ২১ সংখ্যক বৈঠকত সহ-অধ্যক্ষতা কৰিব। বৈঠকত মন্ত্ৰী দুগৰাকীয়ে সামৰিক আৰু ঔদ্...

December 8, 2024 11:40 AM

views 71

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উদ্বোধন কৰিব ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই শীর্ষ সন্মিলনত উদ্বোধনী ভাষণ দিব। এই সন্মিলনত বিশ্বৰ বিভিন্ন ঠাইৰ আগশাৰীৰ উদ্যোগপতি, কূটনীতিবিদ, বাণিজ্য প্রতিনিধি আৰু বিনিয়োগকাৰীসকলে অংশগ্রহণ কৰিব। এই সন্মিলনত ৰাজ...