December 8, 2024 7:19 PM
15
গুৱাহাটীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ বৰ্তমান আৰু প্ৰাক্তন শীৰ্ষ বিষয়াসকলৰ পুনৰমিলন সন্মিলন অনুষ্ঠিত
গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অসম আৰক্ষীৰ বৰ্তমানৰ আৰু প্ৰাক্তন শীৰ্ষ বিষয়াসকলৰ পুনৰমিলন সন্মিলন অনুষ্ঠিত হয়। কালিৰে পৰা হোৱা সন্মিলনখনৰ আজি বিয়লি সামৰণি পৰে। সামৰণি অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য উপস্থিত থাকে। অসম আৰক্ষীৰ বৰ্তমানৰ আৰু প্ৰাক্ত...