December 8, 2024 11:34 AM

views 13

দেশে যক্ষ্মা নির্মূলকৰণৰ বাবে ৰোগীসকলক পৰ্যাপ্ত চিকিৎসা প্রদান, জনসাধাৰণৰ অংশগ্ৰহণ, নতুন ঔষধ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু চিনাক্তকৰণৰ উন্নত সঁজুলিৰে বহুমুখী যুঁজত অৱতীৰ্ণ হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যক্ষ্মাৰ অধিক প্রাদুর্ভাব হোৱা জিলা সমূহত গুৰুত্ব আৰোপ কৰি আৰম্ভ কৰা ১০০ দিনীয়া বিশেষ অভিযানৰ সৈতে দেশৰ যক্ষ্মা বিৰোধী যুঁজখন অধিক শক্তিশালী হৈ উঠিল বুলি প্ৰকাশ কৰিছে। শ্রী মোদীয়ে কালি সামাজিক মাধ্যম যোগে কয়, যে দেশে যক্ষ্মা নির্মূলকৰণৰ বাবে ৰোগীসকলক পৰ্যাপ্ত চিকিৎস...

December 8, 2024 11:31 AM

views 15

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাগৰিকসকলক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ যাত্ৰাৰ আৰৰ শক্তি হ’বলৈ আহ্বান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ যাত্ৰাৰ আৰৰ শক্তি হ'বলৈ আহ্বান জনাইছে। তেওঁ লগতে অবধাৰণা বিনিময়ৰ বাবে যুৱক-যুৱতীসকলক এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যে অহা মাহত বিকশিত ভাৰত যুৱ নেতা আলোচনা অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কালি বিয়লি ভার...

December 8, 2024 11:27 AM

views 27

ৰাজ্যিক মন্ত্রীসভাৰ বৰাক উপত্যকা উন্নয়ন বিভাগ নামৰ সুকীয়া বিভাগ গঠনৰ সিদ্ধান্ত

ৰাজ্যিক মন্ত্রীসভাই বৰাক উপত্যকা উন্নয়ন বিভাগ নামৰ এটা সুকীয়া বিভাগ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰাক উপত্যকাৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ কইনাধৰাত যোৱা নিশা অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, যে...

December 8, 2024 11:23 AM

views 14

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া পলাশবাৰী-শুৱালকুছি চাৰিলেনযুক্ত দলঙৰ আজি ভূমিপূজন

পলাশবাৰীৰ সৈতে শুৱালকুছিৰ সংযোগ স্থাপনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া চাৰিলেনযুক্ত দলঙৰ আজি ভূমিপূজন কৰা হ'ব। শুৱালকুছিৰ বাথান পামত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকিব। ১২.২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ ...

December 7, 2024 8:52 PM

views 28

চৰাইদেউ জিলাত ৬০ হাজাৰৰ অধিক শিশুক ৮ৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব

পলিঅ' ৰোগ নিৰ্মূলৰ উদ্দেশ্যেৰে কাইলৈ অসমৰ ২৭ খন নিৰ্বাচিত জিলাত উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাত এই উদ্দেশ্যেৰে কাইলৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু চিকিৎসা বিভাগত পুৱাৰে পৰা প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইয়াৰ লগতে জিলাখনৰ মুঠ ৮৮৯টা প্র...

December 7, 2024 8:47 PM

views 29

৩দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ’ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ'ব। এই ভ্ৰমণকালত তেওঁ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলোছ'ভৰ সৈতে মস্কোত যুটীয়াভাৱে সামৰিক আৰু সামৰিক প্ৰযুক্তি সহযোগিতা সম্বন্ধীয় ২১ সংখ্যক ভাৰত-ৰাছিয়া আন্তঃচৰকাৰ আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। মন্ত্ৰী দুগৰা...

December 7, 2024 8:45 PM

views 23

মুম্বাই আৰু আহমেদাবাদৰ ৭টা স্থানত অভিযান চলাই আজি নগদ ১৩ কোটি ৫০ লাখ টকা জব্দ বিধি বলবৎকাৰী সঞ্চালকালয়ৰ

বিধি বলবৎকাৰী সঞ্চালকালয়ে, মুম্বাই আৰু আহমেদাবাদৰ ৭টা স্থানত অভিযান চলাই আজি নগদ ১৩ কোটি ৫০ লাখ টকা জব্দ কৰে। বেংক অৱ মহাৰাষ্ট্ৰ আৰু নাছিক মার্চেণ্ট সমবায় বেংকৰ একাউণ্টৰ পৰা ডেবিট লেনদেনৰ তদন্তত বিভিন্ন কোম্পানীলৈ শ শ কোটি টকাৰ হস্তান্তৰৰ তথ্য পোহৰলৈ আহিছে। একেদৰে ভূৱা একাউণ্টৰ পৰা যথেষ্ট ধন উলিয়...

December 7, 2024 8:43 PM

views 31

ঢাকাৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত ৫৩ সংখ্যক মৈত্রী দিৱস উপলক্ষে এটা সাংগীতিক সন্ধিয়াৰ আয়োজন ভাৰতীয় উচ্চায়োগৰ

বাংলাদেশত থকা ভাৰতীয় উচ্চায়োগে কালি ঢাকাৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত ৫৩ সংখ্যক মৈত্রী দিৱস উপলক্ষে এটা সাংগীতিক সন্ধিয়াৰ আয়োজন কৰে। উল্লেখযোগ্য যে ১৯৭১ চনৰ ৬ ডিচেম্বৰত ভাৰতে বাংলাদেশক স্বাধীনতা লাভৰ ১০ দিন পূর্বেই এখন স্বাধীন সর্বভৌম দেশ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। এই উপলক্ষে দিয়া ভাষণত বাং...

December 7, 2024 8:40 PM

views 20

ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে আঞ্চলিক অস্থিৰতাৰ সুদূৰ প্ৰসাৰী প্রভাব সম্পর্কে আলোকপাত বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ

বিদেশ মন্ত্ৰী এছ জয়শংকৰে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে আঞ্চলিক অস্থিৰতাৰ সুদূৰ প্ৰসাৰী প্রভাব সম্পর্কে আলোকপাত কৰিছে। কাটাৰত আজি মুকলি হোৱা দোহা মঞ্চ ২০২৪ৰ এটা আলোচনা চক্ৰত অংশগ্ৰহণ কৰি ড০ জয়শংকৰে এনেদৰে কয়। কাটাৰৰ প্রধানমন্ত্ৰী আৰু নৰোৱেৰ বিদেশ মন্ত্ৰীৰ সৈতে নতুন যুগৰ সংঘাটৰ সৈতে মধ্যস্থতা সম্পর্কে আ...

December 7, 2024 8:37 PM

views 18

সশস্ত্র বাহিনীৰ পতাকা দিৱস হৈছে জাতিৰ সাহসী জোৱানসকলৰ শৌৰ্য্য, দৃঢ়তা আৰু ত্যাগৰ প্ৰতীকঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সশস্ত্র বাহিনীৰ পতাকা দিৱস হৈছে জাতিৰ সাহসী জোৱানসকলৰ শৌৰ্য্য, দৃঢ়তা আৰু ত্যাগৰ প্ৰতীক। সশস্ত্র বাহিনীৰ পতাকা দিৱস উপলক্ষে দিয়া বাৰ্তাত শ্রী মোদীয়ে কয়, যে তেওঁলোকৰ সাহস আৰু ত্যাগে সকলোকে উৎসাহিত কৰাৰ লগতে বিনম্ৰ কৰি তোলে। শ্ৰী মোদীয়ে জনসাধাৰণক সশস্ত্র বাহিন...