December 9, 2024 2:47 PM

views 43

হংকঙত বিশ্ব স্কোৱাচ দলীয় চেম্পিয়নশ্বিপ ২০২৪ৰ গ্ৰুপ চিৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দলৰ কলম্বিয়াক ২-১৩ পৰাস্ত

চীনৰ হংকঙত অনুষ্ঠিত বিশ্ব স্কোৱাচ দলীয় চেম্পিয়নশ্বিপ ২০২৪ৰ গ্ৰুপ চিৰ নিজৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দলটোৱে কলম্বিয়াক ২-১৩ পৰাস্ত কৰে। দলটো আজি বিয়লি ৩ বজাত আন এখন খেলত বেলজিয়ামৰ মুখামুখি হ'ব। উল্লেখযোগ্য যে, হংকঙে এইবাৰ প্ৰথমবাৰৰ বাবে আয়োজকৰ দায়িত্ব পালন কৰিছে আৰু প্ৰতিযোগিতাৰ এইবাৰৰ সংস্কৰণ...

December 9, 2024 2:32 PM

views 32

ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য ভাৰতৰ

ভাৰতে ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য কৰিছে। বিদেশ মন্ত্ৰ্যালয়ে এটা বিবৃতে যোগে আজি কয়, যে মন্ত্ৰ্যালয়ে ছিৰিয়াৰ শেহতীয়া পৰিস্থিতি আৰু ঘটনাক্ৰম নিৰীক্ষণ কৰি আছে। নতুন দিল্লী মহলে ছিৰিয়াৰ সমাজৰ সকলো শ্ৰেণীৰ আশা-আকাংক্ষাক সন...

December 9, 2024 2:27 PM

views 25

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীকত’ যক্ষ্মা মুক্ত ভাৰত সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত যক্ষ্মা মুক্ত ভাৰত সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যক্ষ্মা বিভাগৰ ডি ডি জি অধ্যাপক ঊর্বশী বি সিং আৰু অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ পালমুনাৰী চিকিৎসা বিভাগৰ অধ্যাপক ডা০ বিজয় হাড্ডাৰ সৈত...

December 9, 2024 2:22 PM

views 33

ভাৰত-বাংলাদেশ বৈদেশিক কাৰ্যালয়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিবলৈ ঢাকাত উপস্থিত বিদেশ সচিব বিক্রম মিশ্ৰী

ভাৰত-বাংলাদেশ বৈদেশিক কাৰ্যালয়ৰ পৰৱৰ্তী পৰ্যায়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিবলৈ ভাৰতৰ বিদেশ সচিব বিক্রম মিশ্ৰী ঢাকাত উপস্থিত হৈছে৷ আজি পুৱা প্ৰায় ৮:৩০ বজাত ভাৰতীয় বায়ুসেনাৰ এখন বিমানেৰে তেওঁ ঢাকাত উপস্থিত হয়। চলিত বৰ্ষৰ ৫ আগষ্টত বাংলাদেশত ৰাজনৈতিক পৰিৱৰ্তনৰ পাছত ভাৰত আৰু বাংলাদেশ...

December 9, 2024 2:18 PM

views 23

লোকসভাৰ কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিতৰ পাছত দুপৰীয়া ১২ বজাত পুনৰ মিলিত হোৱাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতি অব্যাহত

এটা আগশাৰীৰ ব্যৱসায়ী গোটৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ গোচৰ আৰু কংগ্ৰেছ নেতাসকলৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থাৰ সৈতে সম্পর্ক থকা বুলি উঠা অভিযোগকে ধৰি বিভিন্ন বিষয়লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি বাৰে বাৰে স্থগিত ৰাখিবলগীয়া হয়। কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ ...

December 9, 2024 2:42 PM

views 16

জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪ উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪ উদ্বোধন কৰে। জয়পুৰ প্ৰদৰ্শনী আৰু অভিৱৰ্তন কেন্দ্ৰত আয়োজন কৰা এই তিনিদিনীয়া সন্মিলন সম্বোধন কৰি শ্ৰী মোদীয়ে কয়, যে বৰ্তমান দেশৰ প্ৰতিটো খণ্ডত সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ মন্ত্ৰ অনুসৰণ কৰাৰ ফলত উল্লেখ...

December 9, 2024 2:10 PM

views 29

অসম আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে আজি পাতলীয়া বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে আজি পাতলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। অহা ২৪ ঘণ্টাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে আজি ঘন কুঁৱলী পৰাৰো সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশৰ ওখ পাহাৰীয়া ঠাইসমূহত তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ ...

December 9, 2024 2:02 PM

views 16

অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মহিলা ক্রিকেট দলৰ এদিনীয়া শৃংখলাত ভাৰতক ১২২ ৰানত পৰাস্ত অষ্ট্ৰেলিয়াৰ

অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মহিলা ক্রিকেট দলৰ মাজত চলি থকা এদিনীয়া শৃংখলাৰ কুইন্সলেণ্ডৰ ব্ৰীছবেনৰ এলেন ব'ৰ্ডাৰ ফিল্ডত অনুষ্ঠিত দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ১২২ ৰানত পৰাস্ত কৰে। ৩৭২ ৰানৰ বিজয় লক্ষ্যৰে খেলি ভাৰতীয় মহিলা দলটোৱে ৪৪ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৪৯ ৰান সংগ্ৰহ কৰে। এই জয়ৰ জৰ...

December 9, 2024 1:56 PM

views 18

গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড প্রতিযোগিতাত মহিলাৰ ডাবলছৰ খিতাপ বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টৰ

ভাৰতীয় বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টৰ যুটীয়ে কালি গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ খিতাপ দখল কৰে। যুটীটোৱে কেৱল ৪৩ মিনিটতে চীনৰ প্ৰতিদ্বন্দ্বী লী হুৱা ঝৌ আৰু ৱাং জী মেঙক ২১-১৮, ২১–১২ পোনপটীয়া গেমত পৰাস্ত কৰে। পেৰিছ অলিম্পিকত দেখুওৱা বেয়া প্ৰদৰ্শ...

December 9, 2024 1:49 PM

views 26

ভাৰত আৰু নৰৱেৰ মাজত ষ্টার্টআপ সেঁতু মুকলি কৰাৰ বাবে প্ৰস্তাৱ কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে ভাৰত আৰু নৰৱেৰ মাজত ষ্টার্টআপ সেঁতু মুকলি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। দুয়োখন দেশে ব্যৱসায়িক সম্পর্ক শক্তিশালী কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষতিত তেওঁ এই প্ৰস্তাৱ আগবঢ়ায়। শ্রীগোৱেলে উভয় দেশৰ মাজত দ্বিপাক্ষিক ব্যৱসায...