December 12, 2024 8:34 PM

views 32

হকী ইণ্ডিয়া লীগৰ পোনপটীয়া প্ৰচাৰৰ বাবে প্ৰচাৰ ভাৰতীৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

প্ৰচাৰ ভাৰতীয়ে আজি নতুন দিল্লীত হকী ইণ্ডিয়াৰ নেতৃবৰ্গৰ সৈতে সমাগত হকী ইণ্ডিয়া লীগৰ পোনপটীয়া প্ৰচাৰৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ জৰিয়তে হকী ইণ্ডিয়া লীগক ২০২৪-২৫ৰ পোনপটীয়া প্ৰচাৰৰ বাবে দূৰদৰ্শন অংশীদাৰ কৰা হৈছে। চলিত মাহৰ ২৮ তাৰিখৰ পৰা এই লীগ খেলসমূহ ৰুৰকেলা, ওড়িশা, ৰ...

December 12, 2024 8:21 PM

views 10

ছত্তিশগড়ৰ দক্ষিণ আবুজমাৰ অঞ্চলত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত ৭ মাওবাদী নিহত

ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাৰ দক্ষিণ আবুজমাৰ অঞ্চলত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত সাতজন মাওবাদী উগ্রপন্থী নিহত হয়। চৰকাৰী সূত্ৰই ৰায়পুৰত প্ৰকাশ কৰা অনুসৰি গোপন সূত্ৰৰ পম খেদি বিশেষ টাক্স ফোৰ্চ আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যুটীয়া দলে আজি পুৱা অঞ্চলটোত অভিযান চলায়। এই অভিযানৰ সময...

December 12, 2024 8:14 PM

views 12

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত কাইলৈ মহাকুম্ভ মেলা-২০২৫ উদ্বোধন

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত হ'বলগীয়া মহাকুম্ভ মেলা-২০২৫ৰ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । অহা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰকৃত কুম্ভ মেলাৰ বাবে প্ৰয়াগৰাজত প্রায় ৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১০ খন নতুন উৰন সেঁতু, নদী ঘাট, নদীৰ দাঁতিৰ পথৰ লগতে ৫...

December 12, 2024 8:11 PM

views 17

ধর্মীয় উপাসনা স্থান আইনৰ অধীনত নতুনকৈ আবেদন আদালতত গ্রহণ নকৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে ধর্মীয় উপাসনা স্থান আইনৰ অধীনত নতুনকৈ কোনো আবেদন আদালতত গ্রহণ নকৰিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি বৰ্তমান বিচাৰাধীন হৈ থকা কোনো আবেদনৰ ক্ষেত্ৰতো উচ্চতম ন্যায়ালয়ৰ আদেশ অবিহনে অন্য আদালতে কোনো নিৰ্দেশ দিব নোৱা...

December 12, 2024 8:05 PM

views 14

যোৰহাট-জাঁজী ৰাষ্ট্ৰীয় ঘাইপথছোৱা পুনৰ নিৰ্মাণৰ কাম অহা বছৰৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ’ব : গাডকাৰী

যোৰহাট-জাঁজী ৰাষ্ট্ৰীয় ঘাইপথছোৱা পুনৰ নিৰ্মাণৰ কাম অহা বছৰৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ'ব বুলি আজি লোকসভাত কেন্দ্রীয় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। লোকসভাৰ প্রশ্নোত্তৰ কালত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই পথছোৱা দীৰ্ঘদিন ধৰি ব্যৱহাৰৰ অনুপযো...

December 12, 2024 7:53 PM

views 12

নতুন দিল্লীৰ ইণ্ডিয়া গেটত ২২ সংখ্যক দিব্য কলা মেলা আৰম্ভ

নতুন দিল্লীৰ ইণ্ডিয়া গেটত আজিৰেপৰা ২২ সংখ্যক দিব্য কলা মেলা অনুষ্ঠিত হৈছে। সমগ্ৰ দেশৰ দিব্যাংগ লোকসকলৰ প্ৰতিভা, সৃজনীশক্তি আৰু উদ্যমিতাক উৎসাহিত কৰাৰ বাবে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ দিব্যাংগসকলৰ সৱলীকৰণ বিভাগে এই মেলাৰ আয়োজন কৰিছে। এই কার্যসূচীত শতাধিক দিব্যাংগ উদ্যমী আৰু শিল্পীয...

December 12, 2024 7:49 PM

views 13

পৰ্টুগালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পাওল’ ৰেংগেল নতুন দিল্লীত উপস্থিত

পৰ্টুগালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পাওল' ৰেংগেল আজি চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ অহা মন্ত্ৰীগৰাকীক স্বাগতম জনায়। সামাজিক মাধ্যমৰ এটা পোষ্টত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধিৰ জয়ছৱালে কয়, যে এই ভ্রমণে দুয়োখন দেশৰ বহুপাক্ষ...

December 12, 2024 7:45 PM

views 11

জলজীৱন অভিযানে গ্ৰামাঞ্চলৰ মহিলাৰ সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জলজীৱন অভিযানৰ প্ৰশংসা কৰি কয়, যে এই আঁচনিখনে মহিলা সৱলীকৰণত বিশেষকৈ গ্ৰামাঞ্চলৰ মহিলাসকলৰ সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্রধানমন্ত্রীয়ে কয়, যে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী উপলব্ধ হোৱাৰ পাছত এতিয়া মহিলাসকলে দক্ষতা বিকাশ আৰু আ...

December 12, 2024 7:41 PM

views 23

সমগ্র দেশতে শীঘ্ৰে দুর্ঘটনাগ্ৰস্তৰ নগদবিহীন চিকিৎসা আঁচনি আৰম্ভ হ’ব : নীতিন গাডকাৰী

সমগ্র দেশতে শীঘ্ৰে দুর্ঘটনাগ্ৰস্তৰ নগদবিহীন চিকিৎসা আঁচনি আৰম্ভ হ'ব। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি লোকসভাৰ প্ৰশ্নকালত দিয়া উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ছখন ৰাজ্যত বলবৎ হৈ থকা এই আঁচনিখন শীঘ্ৰে উত্তৰ প্ৰদেশ আৰু পিছলৈ দেশৰ বাকী অংশতো প্ৰৱৰ্তন কৰা হ'ব। এই আঁচনিৰ...

December 12, 2024 7:36 PM

views 31

শাসক-বিৰোধীৰ বাক-বিতণ্ডাত সংসদৰ উভয় সদনত কাম-কাজ অচল

বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক- বিতণ্ডাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ আৰু লোকসভাৰ কাম-কাজ দিনৰ ১ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। শাসকীয় পক্ষই কংগ্ৰেছৰ একাংশ নেতাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছ’ৰ’ছ সংস্থা...