December 16, 2024 7:52 PM

views 12

চাকৰিয়াল মাতৃৰ সুবিধা হোৱাকৈ ৫০ বা ততোধিক কৰ্মচাৰী থকা কৰ্মস্থানত ক্ৰেছৰ সুবিধা প্ৰদান কৰাটো বাধ্যতামূলক

কেন্দ্ৰীয় চৰকাৰে চাকৰিয়াল মাতৃসকলৰ সুবিধা হোৱাকৈ ৫০ জন বা ততোধিক কৰ্মচাৰী থকা কৰ্মস্থানসমূহত অন্যান্য সুবিধাৰ লগতে বা পৃথকভাৱে শিশুসকলক চোৱা চিতা কৰাৰ ব্যৱস্থা -ক্ৰেছৰ সুবিধা প্ৰদান কৰাটো বাধ্যতামূলক কৰিছে। লোকসভাত আজি এটা প্ৰশ্নৰ উত্তৰ দি শ্ৰম আৰু নিয়োগ মন্ত্রী ড° মনসুখ মন্দাভিয়াই কয়, যে চাকৰি...

December 16, 2024 7:49 PM

views 20

ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱোজ্জল যাত্ৰা সন্দৰ্ভত ৰাজ্যসভাত আলোচনা

ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱোজ্জল যাত্ৰা সন্দৰ্ভত আজি দেশৰ উচ্চ সদন - ৰাজ্যসভাত আলোচনা অনুষ্ঠিত হৈছে। আলোচনাত ভাগ লৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, যে দ্বিতীয় মহাসমৰৰ পাছত বিশ্বৰ ৫০ খনৰো অধিক দেশে স্বাধীনতা লাভ কৰিছিল আৰু সকলোৱেই নিজৰ নিজৰ সংবিধান ৰচনা কৰিছিল। কিন্ত...

December 16, 2024 7:46 PM

views 18

শ্ৰীলংকাৰ মাহো-অনুৰাধাপুৰা খণ্ডৰ বিকাশ প্ৰকল্পত বিনিয়োগ কৰিবলৈ ভাৰত চুক্তিবদ্ধ

শ্ৰীলংকাৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে ভাৰতে ১৪ দশমিক ৯ মিলিয়ন ডলাৰ অৰ্থসাহায্যৰে মাহো-অনুৰাধাপুৰা খণ্ডৰ বিকাশ প্ৰকল্পত বিনিয়োগ কৰিবলৈ চুক্তিবদ্ধ হৈছে। ভাৰতে জাফনা বিশ্ববিদ্যালয় আৰু শ্ৰীলংকাৰ ইষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ পৰা এশ গৰাকীকৈ ছাত্ৰক বাৰ্ষিক জলপানি প্ৰদানৰো সিদ্ধান্ত লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্...

December 16, 2024 7:37 PM

views 21

ভাৰত ভ্ৰমণৰত নেপালৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল কাঠমাণ্ডুলৈ ৰাওনা

নেপালৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল অশোক ৰাজ ছিগডেল ভাৰত ভ্ৰমণৰ আনুষ্ঠানিক সামৰণি মাৰি কাঠমাণ্ডুলৈ উভতি গৈছে। যোৱা বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে জেনেৰেল ছিগডেলক ভাৰতীয় সেনাৰ সন্মানীয় জেনেৰেলৰ পদবী প্ৰদান কৰে৷ ভাৰত ভ্ৰমণৰ সময়ত চিগডেলে ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমীত অফিচাৰ কেডেট...

December 16, 2024 7:29 PM

views 27

অহা বছৰৰ শেষ ভাগ অথবা ২০২৬ৰ প্রথমভাগত বাংলাদেশত সাধাৰণ নিৰ্বাচনৰ সম্ভাৱনা

বাংলাদেশৰ তত্ত্বাৱধায়ক চৰকাৰৰ মুৰববী ড০ মহম্মদ ইউনুছে অহা বছৰৰ শেষ ভাগ অথবা ২০২৬ ৰ প্রথমভাগত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। বাংলাদেশৰ বিজয় দিৱস উপলক্ষে টেলিভিছনক দিয়া এটা সাক্ষাৎকাৰত ড০ ইউনুছে কয় যে নির্বাচনী সংস্কাৰ আয়োগ আৰু সংবিধান সংস্কাৰ আয়োগৰ পৰামৰ্শৰ আধাৰত নি...

December 16, 2024 7:20 PM

views 26

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দান কৰা কাগজ পত্ৰসমূহ কংগ্ৰেছে নিয়াক লৈ বিজেপিৰ কঠোৰ সমালোচনা

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দান কৰা কাগজ পত্ৰসমূহ কংগ্ৰেছ দলৰ প্ৰাক্তন সভানেত্রী ছোনিয়া গান্ধীয়ে ২০০৮ চনত প্রধানমন্ত্রী সংগ্ৰহালয় আৰু পুথিভঁৰালৰ পৰা লৈ যোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ পিছতে আজি বিজেপিয়ে কংগ্ৰেছ দলক কঠোৰভাৱে সমালোচনা কৰে। প্ৰধানমন্ত্রী সংগ্ৰাহালয় আৰু পু...

December 16, 2024 12:53 PM

views 11

অৰুণদয় আঁচনিৰ সুবিধা লাভৰ বাবে এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ প্ৰয়োজন হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ অৰুণোদয় আঁচনিৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব । কালি সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে পূৰ্বে অৰুণোদয় আঁচনিৰ সুবিধা লাভৰ বাবে ৰেচন কাৰ্ডৰ প...

December 16, 2024 12:51 PM

views 21

গোৱালপাৰাৰ বাদুংদুপ্পা কলাকেন্দ্ৰত নাট মহোৎসৱ আৰম্ভ, আজি মঞ্চস্থ হ’ব ‘কিষাণ ৰাজ’

গোৱালপাৰা জিলাৰ ৰামপুৰত অৱস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰৰ আন্দাৰ দ্য শাল ট্রী শীর্ষক তিনিদিনীয়া নাট মহোৎসৱত আজি তামিল ভাষাৰ নাট তিনধান চৰ্থীৰাম আৰু দিনৰ আঢ়ৈ বজাত কিষাণ ৰাজ নামৰ নাটখন মঞ্চস্থ কৰা হ'ব। বিশিষ্ট চিত্রশিল্পী ৰবিৰাম ব্ৰহ্মই কালি পুৱা এই নাট সমাৰোহৰ শুভাৰম্ভ কৰে। কালি পুৱাৰ ভাগত দদান ৰজা ন...

December 16, 2024 12:49 PM

views 14

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা আয়ুষ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ চাংসাৰিৰ এইমছ পৰিদৰ্শন

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা আয়ুষ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে কালি চাংসাৰিৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ) পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এইমছৰ আয়ুষ চিকিৎসালয়ত উপস্থিত হৈ কৰ্মচাৰী, বিষয়ববীয়া তথা চিকিৎসকসকলৰ সৈতে মত-বিনিময় কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক ...

December 16, 2024 12:46 PM

views 16

গুৱাহাটীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰ কাৰ্নভেল উৎসৱ আৰম্ভ

ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশত গুৱাহাটীৰ লাচিত ঘাটত কালি আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰ কাৰ্নিভেল উৎসৱ পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰে। মন্ত্ৰী শ্ৰীদাসে এই উৎসৱৰ শুভাৰম্ভ কৰি কয়, যে মহাবাহু ব্ৰহ্মপুত্ৰ অবিহনে অসমৰ সভ্যতা, সংস্কৃতি আধৰুৱা বুলি ক'ব পাৰি। ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত আয়োজিত এই শীতকালী...