December 17, 2024 11:18 AM

views 15

২১ ডিচেম্বৰত ভাৰত মণ্ডপমত ভাৰতীয় ৰে’লৱেৰ বিশেষ অনুষ্ঠানৰ আয়োজন

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে অহা ২১ ডিচেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় ৰে'লৱেলৈ আগবঢ়োৱা ব্যতিক্রমী সেৱাৰ বাবে ১০১ গৰাকী বিষয়া আৰু কৰ্মচাৰীক অতি বিশিষ্ট ৰে'ল সেৱা পদক প্ৰদান কৰিব। ইয়াৰ ভিতৰত ১৫ গৰাকী কৰ্মচাৰীক উদ্ভাৱণ, ৰে'লৱেৰ ৰাজহ বৃদ্ধি, উৎপাদনশীলতাৰ বিকা...

December 17, 2024 11:14 AM

views 11

ৰাষ্ট্ৰপতি ভৱনত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে নৈশভোজৰ আয়োজন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰ কুমাৰ দিছানায়কৰ সন্মানাৰ্থে নৈশভোজৰ দিহা কৰে। নৈশভোজত ভাগলোৱা শ্ৰীদিছানায়ক আৰু তেওঁৰ সৈতে অহা প্ৰতিনিধি দলটোক আদৰণি জনাই ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শ্ৰীলংকাৰ শেহতীয়া নিৰ্বাচনত জয়লাভ কৰা বাবে তেওঁক অভিনন্দন জ্ঞাপন...

December 17, 2024 11:05 AM

views 25

পাঁচদিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ভ্ৰমণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি পাঁচ দিনীয়া ভ্রমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানালৈ ৰাওনা হ'ব। ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ মংগলাগিৰিত থকা অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰাৰ লগতে ছেকেন্দ্ৰাবাদৰ ৰাষ্ট্ৰপতি নিলয়মত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন...

December 16, 2024 8:35 PM

views 12

গুৱাহাটী মহানগৰীত ৰাইজৰ সেৱা, ৰাইজৰ পদূলিত শীৰ্ষক বিশেষ কাৰ্যসূচী মুকলি

গুৱাহাটী মহানগৰীৰ জালুকবাৰী সমজিলা কাৰ্যালয়ত আজি কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত ৰাইজৰ সেৱা, ৰাইজৰ পদূলিত শীৰ্ষক বিশেষ কাৰ্যসূচী মুকলি কৰা হয়। অহা ৩১ ডিচেম্বৰলৈ চলিবলগীয়া এই কাৰ্যসূচীত ৰাইজে যানবাহনৰ অনুজ্ঞাপত্ৰ, কৰ পৰিশোধ, নথিপত্ৰৰ সকলো কামকাজ সমজিলাৰ কাৰ্যালয়ত কৰিব পাৰিব। ৰাইজৰ অসুবিধ...

December 16, 2024 8:31 PM

views 26

অসমী সৰস মেলাত অভিলেখ সংখ্যক ১৯ কোটি ৬৯ লাখ টকাৰো অধিক সামগ্ৰী বিক্ৰী হৈছে : মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাস

গুৱাহাটীৰ খানাপাৰাত কালি সামৰণি পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ অসমী সৰস মেলাত অভিলেখ সংখ্যক ১৯ কোটি ৬৯ লাখ টকাৰো অধিক সামগ্ৰী বিক্ৰী হৈছে বুলি মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে প্ৰকাশ কৰিছে। যোৱা ৩০ নৱেম্বৰৰ পৰা অনুষ্ঠিত এই মেলাত অসমকে ধৰি ২৭খন ৰাজ্যৰ ২৩৮ খন বিপণীয়ে অংশ লৈছিল। ইয়াৰ ভিতৰত ৰাজ...

December 16, 2024 8:19 PM

views 17

অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত চিবিআইৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু ৫খন অভিযোগনামা দাখিল

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত সংস্থাটোৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু ৫ খন অভিযোগনামা দাখিল কৰিছে। ১৬ গৰাকী ব্যক্তি আৰু দুটা সংস্থাকে ধৰি মুঠ ১৮ গৰাকী অভিযুক্তৰ বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰা হৈছে। ইয়াৰ আগেয়ে দিল্লী চি বি আইয়েও এই গোচৰ সংক্ৰান্তত চাৰি...

December 16, 2024 8:15 PM

views 13

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ভূটানৰ থিম্বুত উপস্থিত

ভূটানত তিনি দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আজি ভূটানৰ ৰাজধানী থিম্বুত উপস্থিত হৈছেগৈ। থিঙ্কু বিমান বন্দৰত মুখ্যমন্ত্ৰীগৰাকীক দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলে আদৰণি জনায়। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকৰ আমন্ত্রণমৰ্মে দেশখনৰ ৰাষ্ট্ৰীয় দ...

December 16, 2024 8:08 PM

views 20

২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব এই অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ ১৮০০ ১১ ৭৮০০ টোল ফ্ৰী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। তদু...

December 16, 2024 8:03 PM

views 14

ব্ৰীজবেন টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম ইনিংছত ভাৰতৰ বেটিং বিপৰ্যয়

ব্ৰীজবেন টেষ্টত আজি ভাৰতে-অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ ৪৪৫ ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি বৰ্ষাবিঘ্নীত তৃতীয় দিনাৰ খেলৰ অন্তত ৪ উইকেটৰ বিনিময়ত ৫১ ৰাণ সংগ্ৰহ কৰিছে। ভাৰত এতিয়াও অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ স্ক'ৰতকৈ ৩৯৪ ৰাণত পিছপৰি আছে। তৃতীয় দিনৰ খেল সামৰণি পৰাৰ সময়ত কে এল ৰাহুলে ৩৩ ৰাণ আৰু অধিনায়ক ৰ...

December 16, 2024 7:56 PM

views 27

ভাৰত-বাংলাদেশৰ সেনাবাহিনীৰ ৫৩ সংখ্যক বিজয় দিৱস উদযাপন

১৯৭১ চনৰ মুক্তিযুদ্ধৰ ৫৩ সংখ্যক বাৰ্ষিকী উপলক্ষে ভাৰত আৰু বাংলাদেশৰ সেনাবাহিনীয়ে আজিৰ দিনটো বিজয় দিৱস হিচাপে উদযাপন কৰিছে। বাংলাদেশত থকা ভাৰতৰ উচ্চায়োগে প্ৰকাশ কৰা এটা প্ৰেছ বিবৃতি অনুসৰি দুয়োখন দেশৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু সমন্বয়ৰ প্ৰতীক হিচাপে আজি ত্ৰিপুৰাৰ আগৰতলা আখৌৰা সীমান্তত উভয় দ...