December 19, 2024 12:51 PM

views 21

ৰাজনৈতিক বিষয়সমূহক লৈ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকললৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক বিষয়সমূহক লৈ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকললৈ নিৰ্দেশ দিছে। মন্ত্ৰীসকললৈ প্ৰেৰণ কৰা এখন পত্ৰত ড° শৰ্মাই মন্ত্ৰীসকলক সংশ্লিষ্ট বিভাগসমূহৰ উন্নয়নমূলক কাম-কাজ তথা চৰকাৰী নীতি, প্ৰকল্প আৰু কাৰ্যসূচীক লৈহে বক্তব্য দিবলৈ পৰামৰ্শ ...

December 19, 2024 12:48 PM

views 28

আজিৰ পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ

কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সুশাসন সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত আজিৰ পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ কৰা হ'ব। প্ৰশাসন যন্ত্ৰক স্বচ্ছ আৰু নিকা কৰাৰ লগতে গ্ৰামাঞ্চলৰ জনতাৰ কাষলৈ লৈ যোৱাটোৱে এই সপ্তাহৰ অন্যতম প্রধান লক্ষ্য। তদুপৰি ৰাজহুৱা অভিযোগ তথা সমস্যাসমূহৰ ক্ষ...

December 19, 2024 12:46 PM

views 23

ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ চলিত বৰ্ষৰ সাহিত্য একাডেমী বঁটা

ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ চলিত বৰ্ষৰ সাহিত্য একাডেমী বঁটা আগবঢ়োৱাত ৰাজ্যবাসী যথেষ্ট আনন্দিত হৈছে। বিশিষ্ট কবি সমীৰ তাঁতী, সংস্কৃত ভাষাৰ বাবে দীপক কুমাৰ শৰ্মা আৰু বড়ো ভাষাৰ ঔপন্যাসিক অৰণ ৰাজাক এই বছৰৰ সন্মানজনক সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে। সাহিত্য একাডেমীয়ে কালি নতুন দিল্লীত ঘোষণা ...

December 19, 2024 12:43 PM

views 11

বিকাশৰ ১২ দিন কাৰ্যসূচীত আজি ৰাজ্যৰ কেইবাখনো জিলাত বিভিন্ন আঁচনিৰ বঁটা, সাহায্য তথা প্ৰমাণ-পত্ৰ প্ৰদান

ৰাজ্য চৰকাৰে অসমৰ সামগ্ৰীক বিকাশ আৰু জনতাৰ জীৱনৰ মান উন্নীতকৰণৰ লক্ষ্যৰে আৰম্ভ কৰা বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ, শিৱসাগৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাত বিভিন্ন আঁচনিৰ বঁটা, সাহায্য তথা প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ'ব । অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত...

December 19, 2024 12:41 PM

views 15

দুদিনীয়া ভ্রমণসূচীৰে অহা ২১ ডিচেম্বৰত প্রধানমন্ত্ৰী কুৱেইতলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২১ ডিচেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটত উপস্থিত হ'ব। কুৱেইটৰ আমীৰ শ্বেইখ মেচাল অল আহমেদ অল জাবেৰ অল চবাহৰ আমন্ত্ৰণক্ৰমে দেশখন ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব যোৱা ৪৩ বছৰত দেশ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্রী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ স...

December 19, 2024 12:40 PM

views 19

সন্তোষ ট্ৰফীৰ ৭৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত পশ্চিমবংগ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

পশ্চিমবংগই সন্তোষ ট্ৰফীৰ ৭৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কালি হায়দাবাদত দলটোৱে ৰাজস্থানক ২-০ গ'লত পৰাস্ত কৰে। ৰয়। ইপিনে, প্রতিযোগিতাৰ গ্ৰুপ-এৰ মণিপুৰ আৰু জম্মু আৰু কাশ্মীৰৰ মাজৰ এখন খেল ১-১৩ অমীমাংসিত হৈ প্রতিযোগিতাখনত তিনিখন খেলৰ পৰা বংগই ...

December 19, 2024 12:38 PM

views 17

৭৯ সংখ্যক পশ্চিম ভাৰত শ্লেম স্ক’ৱাশ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত জেনেট বিধিৰ জয়

মুম্বাইত অনুষ্ঠিত ৭৯ সংখ্যক পশ্চিম ভাৰত শ্লেম স্ক'ৱাশ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ভাৰতৰ প্রাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন জেনেট বিধিয়ে মালয়েচিয়াৰ ৱিনিকাশ্বেইনী কুলাছেগাৰানক ৩-০ ব্যৱধানত পৰাস্ত কৰিছে। বিধিয়ে আৰম্ভণিতে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'লেও তিনিও ৰাউণ্ডতে পোনপটীয়াকৈ জয়লাভ কৰে।

December 19, 2024 12:35 PM

views 30

আজি মুম্বাইত টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ অন্তিমখন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত অনুষ্টিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ অন্তিমখন খেল আজি নৱী মুম্বাইৰ ডি ৱাই পাৰ্টিল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাত দুয়োটা দলেই এতিয়ালৈ একোখনকৈ খেলত জয়লাভ কৰিছে। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতে প্ৰথম খেলখন...

December 19, 2024 12:32 PM

views 26

ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৪ ক লৈ গঠিত যুটীয়া সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত

ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৪ক লৈ গঠিত যুটীয়া সংসদীয় সমিতিয়ে নতুন দিল্লীত কালি মিলিত হয়। লোকসভাৰ সাংসদ জগদম্বিকা পালৰ নেতৃত্বত গঠিত সমিতিয়ে বিধেয়কখন সন্দৰ্ভত সৰ্বভাৰতীয় All India Shia Personal Law Boardৰ পৰামৰ্শ গ্ৰহণ কৰে। বৈঠকৰ পাছত জগদম্বিকা পালে কয়, যে প্ৰস্তাৱিত সংশোধনী সন্দৰ্ভত সমিতিৰ সদস...

December 19, 2024 12:30 PM

views 54

তিনিদিনীয়া ভ্রমণসূচীৰে আজি ভাৰতত উপস্থিত হব আৰ্জু ৰাণা দেউবা

নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰ্জু ৰাণা দেউবা আজি তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত হ'ব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে এটা চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে স্বাস্থ্য পৰীক্ষাও কৰোৱাব। নতুন দিল্লীত তেওঁ ইগ্ৰ ফাউণ্ডেছন আৰু কাঠমাণ্ডু বিশ্ববিদ্যালয়ৰ নেপাল চেণ্টাৰ ফ'ৰ কণ্ট্ৰেম্পৰাৰী ষ্টাডিজে যু...