December 19, 2024 12:24 PM
18
ড° বি আৰ আম্বেদকাৰক লৈ ভুৱা ধাৰণা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰাৰ বাবে কংগ্ৰছক সমালোচনা অশ্বিনী বৈষ্ণৱৰ
কংগ্ৰেছ দলে পুনৰ ড° বি আৰ আম্বেদকাৰক লৈ ভুৱা ধাৰণা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দলটোক সমালোচনা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত আম্বেদকাৰৰ বিৰুদ্ধে নিৰ্বাচনত পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰচাৰ চলোৱাৰ বাবে তেওঁৰ পৰাজয় হোৱা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ ...