December 19, 2024 8:16 PM

views 24

দক্ষিণ শালমৰা মানকাচৰৰ সাহাপাৰাত সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া স্বাস্থ্য শিবিৰ

দক্ষিণ শালমৰা মানকাচৰৰ সাহাপাৰাত থকা সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰত আজি ৪৫ নম্বৰ বেটেলিয়নে দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে। এই শিবিৰত সীমান্তৱৰ্ত্তী গাঁৱৰ ৫০০ৰো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয় । সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ সৈতে সীমান্ত সুৰক্ষ...

December 19, 2024 8:13 PM

views 33

ওদালগুৰিৰ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান অনুষ্ঠান আৰু ৯৮ সংখ্যক ওপজা দিন পালন

ওদালগুৰি জিলাৰ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত আজি সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান অনুষ্ঠান আৰু তেওঁৰ ৯৮ সংখ্যক ওপজা দিন পালন কৰা হয়। প্রয়াত মহন্তই স্থাপন কৰা সত্ৰসমূহৰ ভিতৰত বৰঙাজুলি সত্ৰত মাত্ৰ বড়ো জনগোষ্ঠীৰ সত্ৰাধিকাৰ আছিল। পুৱাৰ ভাগৰ অনুষ্ঠানৰ পাছত পুৰী প্ৰকল্পৰ সভানেত্রী কণ...

December 19, 2024 8:11 PM

views 28

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত কোকৰাঝাৰত উপস্থিত হোৱা বিধানসভাৰ প্রতিনিধি দলৰ বিটিচি সচিবালয় পৰিদৰ্শন

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত কালি কোকৰাঝাৰত উপস্থিত হোৱা বিধানসভাৰ প্রতিনিধি দলটোৱে আজি কোকৰাঝাৰত থকা বিটিচি সচিবালয় পৰিদৰ্শন কৰে। দলটোৱে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, বিটিচি বিধায়িনী পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। ...

December 19, 2024 7:59 PM

views 23

বিদ্যালয় চলি থকাৰ সময়ত শিক্ষকসকলক ব্যক্তিগত কামৰ পৰা বিৰত থাকিবলৈ সকলো শিক্ষককে নিৰ্দেশ শিক্ষা বিভাগৰ

ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে বিদ্যালয় চলি থকাৰ সময়ছোৱাত শিক্ষকসকলক ব্যক্তিগত কামত সচিবালয়, সঞ্চালকালয়, জিলা কার্যালয়, খণ্ড কাৰ্যালয় আদিলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ সকলো শিক্ষককে নিৰ্দেশ জাৰি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ স্বাক্ষৰিত এই নির্দেশটোত বিদ্যালয়ৰ সময়ৰ পাছতহে শিক্ষ...

December 19, 2024 7:51 PM

views 17

কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সু-শাসন সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান

কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সু-শাসন সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত আজিৰ পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ হৈছে। ইয়াৰ অংশ হিচাপে আজি চৰাইদেউ জিলাত বিভিন্ন কাৰ্যসূচীৰে সু-শাসন সপ্তাহ ২০২৪ উদযাপন কৰা হৈছে। প্ৰথম কাৰ্যসূচী হিচাপে জিলা আয়ুক্ত কাৰ্যালয়ত এখন সভা তথা কৰ্...

December 19, 2024 7:44 PM

views 30

বানৰ সময়ত দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত ৰাজ্যজুৰি অনুশীলন কার্যসূচী ৰূপায়ণ

ৰাজ্যত প্ৰতি বছৰে বানৰ সময়ত হোৱা দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত আজি ৰাজ্যজুৰি এলানি অনুশীলন কার্যসূচী ৰূপায়ণ কৰা হয়। নগাঁও জিলা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই আজি এলানি অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰে। সেই অনুসৰি জিলাখনৰ বিভিন্ন ...

December 19, 2024 7:39 PM

views 24

ৰাজ্য চৰকাৰে যোৱা ১১ ডিচেম্বৰত আৰম্ভ কৰা বিকাশৰ ১২ দিন শীৰ্ষক উন্নয়নমূলক কাৰ্যসূচীৰ আজি এসপ্তাহ সম্পূৰ্ণ

ৰাজ্য চৰকাৰে যোৱা ১১ ডিচেম্বৰত আৰম্ভ কৰা বিকাশৰ ১২ দিন শীৰ্ষক উন্নয়নমূলক কাৰ্যসূচীৰ আজি এসপ্তাহ সম্পূৰ্ণ হৈছে। বিগত সপ্তাহত বিভিন্ন জিলাত এই কাৰ্যসূচীৰ অংশ হিচাপে ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৩২ হাজাৰ ৫৬২ গৰাকী ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে। তদুপৰি ২ লাখ ১৩ হাজাৰৰো অধিক নৱম শ্ৰেণীৰ উত্তীৰ্ণ ছাত্ৰ-...

December 19, 2024 7:26 PM

views 30

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰে’লসেৱাৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ অনুৰোধ সাংসদ বিজুলী কলিতা মেধিৰ

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে আজি নতুন দিল্লীত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰে’লসেৱাৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ অনুৰোধ জনায়। ৰে'লমন্ত্ৰীৰ হাতত অৰ্পণ কৰা এখন স্মাৰকপত্ৰত সাংসদগৰাকীয়ে গুৱাহাটী ৰে'ল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে নিউ গুৱাহাটীত থকা ভাৰতীয় খাদ্য নিগমৰ গুদা...

December 19, 2024 7:18 PM

views 23

পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰিৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যিক নির্বাচন আয়োগৰ ওপৰত ৯ জানুৱাৰীলৈকে নিষেধাজ্ঞা আৰোপ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত ৰাজ্যিক নির্বাচন আয়োগৰ ওপৰত ৯ জানুৱাৰীলৈকে নিষেধাজ্ঞা আৰোপ কৰিছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত যোৱা ৩ আগষ্টত জাৰি কৰা অধিসূচনাৰ প্ৰত্যাহ্বান জনাই জাৰি কৰা কেইবাখনো লে...

December 19, 2024 5:55 PM

views 29

বিত্তীয় অনিয়মৰ গোচৰত চি বি আইৰ গুৱাহাটীত সংস্থাটোৰ বিশেষ আদালতত ৩ গৰাকী অভিযুক্তৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে বিত্তীয় অনিয়মৰ গোচৰত গুৱাহাটীত সংস্থাটোৰ বিশেষ আদালতত তিনিগৰাকী অভিযুক্তৰ বিৰুদ্ধে এখন পৰিপূৰক অভিযোগনামা দাখিল কৰিছে। ছবিন বৰ্মন, দিপালী তালুকদাৰ বৰ্মন আৰু মুকেশ আগৰৱাল নামৰ লোক তিনিজনৰ বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰা হৈছে। তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ ...