December 19, 2024 8:59 PM

views 31

কাবাদী, খো-খো, মল্লযুঁজ, ফুটবল আদি খেলসমূহৰ প্ৰচাৰৰ অৰ্থে খেল’ ইণ্ডিয়াকে ধৰি সমগ্ৰ দেশতে বিভিন্ন আঁচনি প্ৰৱৰ্তন

কাবাদী, খো-খো, মল্লযুঁজ, ফুটবল আদি খেলসমূহৰ প্ৰচাৰৰ অৰ্থে খেল’ ইণ্ডিয়াকে ধৰি সমগ্ৰ দেশতে বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰা হৈছে বুলি ক্রীড়া মন্ত্ৰ্যালয়ে আজি জানিবলৈ দিয়ে। ৰাজ্যসভাত এটা লিখিত উত্তৰত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই জনাই যে, খেল' ইণ্ডিয়া কাৰ্যসূচীৰ উপৰি ক...

December 19, 2024 8:55 PM

views 37

কেন্দ্ৰীয় চৰকাৰে দেশত খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত মুঠ ১,২৫০ টা খেল’ ইণ্ডিয়া কেন্দ্ৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে দেশত খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত মুঠ ১,২৫০ টা খেল’ ইণ্ডিয়া কেন্দ্ৰৰ অনুমোদন দিছে। ৰাজ্যসভাত আজি লিখিত উত্তৰত কেন্দ্ৰীয় যুৱ-পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই জনাই যে, কেন্দ্ৰই বিভিন্ন আঁচনিৰ অধীনত ৰাজ্যসমূহৰ খেলৰ আন্তঃগাঁথনি শক্তিশালী কৰি গঢ়ি তুলিবলৈ সহায় আগবঢ়াই ...

December 19, 2024 8:53 PM

views 31

মুম্বাইৰ গেটৱে অব ইণ্ডিয়াৰ সমীপৰ কাৰাঞ্জাত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত

মুম্বাইৰ গেটৱে অব ইণ্ডিয়াৰ সমীপৰ কাৰাঞ্জাত কালি সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। উল্লেখযোগ্য যে কালিৰ এই দুৰ্ঘটনাত তিনিগৰাকী নিৰাপত্তাৰক্ষীকে ধৰি মুঠ ১৩ গৰাকী লোকে প্ৰাণ হেৰুৱায়। এই পৰ্যন্ত দুগৰাকী লোক সন্ধানহীন হৈ আছে বুলি এটা সূত্ৰত প্ৰকাশ পাইছে। এই ঘ...

December 19, 2024 8:50 PM

views 29

ভাৰতক ৩৬৫ দিনেই পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মন্ত্ৰালয়ে ৱেবছাইট, সামাজিক মাধ্যমযোগে প্ৰচাৰকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে

পৰ্য্যটন মন্ত্ৰালয়ে আজি কৈছে যে ভাৰতক ৩৬৫ দিনেই পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মন্ত্ৰালয়ে ইয়াৰ ৱেবছাইট, সামাজিক মাধ্যমযোগে প্ৰচাৰকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। পর্যটন মন্ত্রী গজেন্দ্ৰ সিং শেখাৱটে ৰাজ্য সভাত আজি এটা লিখিত উত্তৰত জানিবলৈ দিয়ে যে, পর্যটনক বিকশাই তোলাৰ বাবে দেখো আপনা দে...

December 19, 2024 8:47 PM

views 24

কাইলৈৰ পৰা ৩ দিনীয়া ভ্ৰমণসূচীৰে বিদেশ সচিব বিক্রম মিশ্রী মৰিছাছলৈ যাব

বিদেশ সচিব বিক্রম মিশ্রীয়ে কাইলৈৰ পৰা তিনি দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মৰিছাছলৈ যাব। সেই দেশৰ প্ৰধানমন্ত্রী নবীনচন্দ্ৰ ৰামগুলামৰ নেতৃত্বত মৰিছাছত নতুন চৰকাৰ গঠনৰ পাছত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধৰ বাবে এইয়া হ'ব প্ৰথম উচ্চ পৰ্যায়ৰ ভ্ৰমণ। এই ভ্ৰমণত দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ নিয়মীয়া ...

December 19, 2024 8:44 PM

views 17

বিশ্বৰ ২৬ খন দেশে ভাৰতীয় পৰ্যটকসকলৰ বাবে ভিছাবিহীন ভ্ৰমণৰ সুবিধা আগবঢ়াইছে

বিশ্বৰ ২৬ খন দেশে ভাৰতীয় পৰ্যটকসকলৰ বাবে ভিছাবিহীন ভ্ৰমণৰ সুবিধা আগবঢ়াইছে। আজি ৰাজ্যসভাত বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্রী কীর্তিবর্ধন সিঙে এই কথা প্ৰকাশ কৰি কয়, যে ভাৰতীয় পাছপৰ্টধাৰী নাগৰিকৰ বাবে বিশ্বৰ ৪০ খন দেশে সেই দেশসমূহত প্ৰৱেশ কৰাৰ পাছতে ভিছা প্ৰদানৰ সুবিধা আগবঢ়াইছে। ইয়াৰ বিপৰীতে ভা...

December 19, 2024 8:41 PM

views 33

ভালেমান দেশতকৈ ভাৰতৰ বিমান ভাড়াৰ পৰিমাণ কমঃ মুৰুলীধৰ মহল

অসামৰিক বিমান পৰিবহন দপ্তৰৰ ৰাজ্য মন্ত্ৰী মুৰুলীধৰ মহলে কয়, যে ভালেমান দেশতকৈ ভাৰতৰ বিমান ভাড়াৰ পৰিমাণ কম। লোকসভাত আজি এটা লিখিত উত্তৰত শ্ৰী মহলে কয়, যে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে বিমান ভাড়া নিৰীক্ষণ গোট স্থাপন কৰিছে আৰু এই গোটে বিভিন্ন দেশৰ বিমান ভাড়া নিৰীক্ষণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়...

December 19, 2024 8:39 PM

views 33

বাংলাদেশৰ হিন্দু আৰু আন সংখ্যালঘূৰ বাসগৃহ আদিকে ধৰি বিভিন্ন ধর্মীয় স্থানৰ হিংসাত্মক ঘটনাৰ গুৰুত্বপূৰ্ণ তথ্য ভাৰত চৰকাৰে লাভ কৰিছে

বাংলাদেশৰ হিন্দু আৰু আন সংখ্যালঘূ লোকৰ বাসগৃহ, ব্যৱসায়িক প্রতিষ্ঠান, মন্দিৰ আদিকে ধৰি বিভিন্ন ধর্মীয় স্থানত চলোৱা হিংসাত্মক ঘটনাৰ ভালেমান গুৰুত্বপূৰ্ণ তথ্য ভাৰত চৰকাৰে লাভ কৰিছে। ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী কীৰ্তি বর্ধন সিঙে জানিবলৈ দিয়ে যে চৰকাৰে এই ঘ...

December 19, 2024 8:34 PM

views 26

ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ খাৰিজ

ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ আজি খাৰিজ কৰিছে। বিৰোধী দলসমূহে জগদীপ ধনখড়ৰ বিৰুদ্ধে বৈসম্যমূলক আচৰণ কৰাৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল। উপ-সভাপতি হৰিবংশে এই কাৰ্যক অসন্মানজনক, অধিক দ্ৰুতিপূর্ণ, খৰখেদাকৈ লোৱা সিদ্ধান্ত আৰু...

December 19, 2024 8:31 PM

views 29

গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত জম্মু-কাশ্মীৰৰ নিৰাপত্তাৰ দিশটোৰ লগতে নিৰাপত্তাজনিত অন্যান্য বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হ'ব। জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই অঞ্চলটোত শান্তি আৰু স্থিৰতা কৌশলসমূহ পুনৰীক্...