December 21, 2024 12:08 PM
28
মানাপ্পুৰম ফাইনেন্সক ২০ লাখ টকাৰ জৰিমনা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ
ভাৰতীয় ৰিজাৰ্ভ বেংকে মানাপ্পুৰম ফাইনেন্সক KYCৰ নীতি-নিয়মৰ কিছুমান বিধান অমান্য কৰাৰ বাবে ২০ লাখ টকাৰ জৰিমনা বিহিছে। আৰ বি আইয়ে জনোৱা মতে, ২০২৩ চনৰ ৩১ মাৰ্চলৈ অনা-বেংকিং বিত্তীয় কোম্পানীটোৰ বিত্তীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বিধিগত পৰিদৰ্শন কৰা হৈছিল আৰু কোম্পানীটোলৈ জাননী জাৰি কৰা হৈছিল। মানাপুৰ...