December 21, 2024 6:37 PM

views 16

কাইলৈ ভাৰত আৰু ৱেষ্টইণ্ডিজৰ মাজত তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু ৱেষ্টইণ্ডিজৰ মহিলা ক্রিকেট দলৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ বদোদাৰ ক'টাম্বি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ডেৰ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে নবী মুম্বাইত অনুষ্ঠিত টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২-১ ...

December 21, 2024 6:35 PM

views 32

টি-টুৱেণ্টি এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰত কাইলৈ বাংলাদেশৰ মুখামুখি

মহিলাৰ ১৯ বছৰ অনুৰ্ধৰ টি-টুৱেণ্টি এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰত কাইলৈ বাংলাদেশৰ মুখামুখি হ'ব। মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত হ'বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি পুৱা ৭ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে শ্রীলংকাক ৪ উইকেটত পৰাজিত কৰি ফাইনেলত স্থান নিশ...

December 21, 2024 6:32 PM

views 30

অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্রধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ ১৮০০ ১১ ৭৮০০ টোল ফ্ৰী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। নমো এপ...

December 21, 2024 12:48 PM

views 23

গুৱাহাটী পৌৰ নিগমৰ তিনিমহীয়া স্বচ্ছতা অভিযান কাৰ্যসূচী অব্যাহত

গুৱাহাটীক এখন স্বচ্ছ আৰু সেউজ মহানগৰ হিচাপে গঢ়ি তোলাৰ বাবে গুৱাহাটী পৌৰ নিগমে প্ৰথমবাৰৰ বাবে তিনিমহীয়া স্বচ্ছতা অভিযান কাৰ্যসূচী অব্যাহত ৰাখিছে। স্বচ্ছ ঘৰ, স্বচ্ছ পদূলি, স্বচ্ছ গুৱাহাটীৰ সংকল্প লৈ আৰম্ভ কৰা এই অভিযান কাৰ্যসূচীত গুৱাহাটী পৌৰ নিগমে ৬টা সংমণ্ডলত ৬০০ ৰো অধিক ছাফাই কৰ্মীৰ সহযোগত অভিযান...

December 21, 2024 12:45 PM

views 24

৫ জানুৱাৰীত অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ ২০৩টা বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষা

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ ২০৩টা বিভিন্ন পদৰ বাবে অহা ৫ জানুৱাৰীত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। অহা ২৩ ডিচেম্বৰত এই লিখিত পৰীক্ষাৰ প্ৰৱেশ পত্ৰসমূহ প্ৰকাশ কৰা হ'ব। নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীয়ে slprbassam.in ৱেবছাইটৰ পৰা প্ৰৱেশ পত্ৰবোৰ ডাউনলোড কৰিব পাৰিব বুলি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিয...

December 21, 2024 12:42 PM

views 13

ৰাজ্যত প্রধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীলৈ কাইলৈ আৰু ২৮ ডিচেম্বৰত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত প্রধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকললৈ কাইলৈ আৰু অহা ২৮ ডিচেম্বৰত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। নতুনকৈ ৰেচন কাৰ্ড প্ৰাপ্ত প্ৰতিটো পৰিয়ালে ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়াকৈ চাউল লাভ কৰিব। হিতা...

December 21, 2024 12:38 PM

views 24

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ বিভিন্ন পদক্ষেপ গ্ৰহণ

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ, ডিব্ৰুগড় আৰু নগাঁও জিলাত জনসাধাৰণৰ মাজত বিভিন্ন আঁচনিৰ অধীনত ধন বিতৰণ আৰু সাহাৰ্য্য প্ৰদান কৰা হ'ব। লখিমপুৰৰ চকুলিভৰীয়াত থকা লখিমপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰৰ সমীপত আয়োজন কৰিবলগীয়া অনুষ্ঠানত শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই মু...

December 21, 2024 12:34 PM

views 19

উত্তৰ পূৰ্বাঞ্চলত সাগৰমালা আঁচনিৰ অধীনত ৭৬৩ কোটি টকা ব্যয় সাপেক্ষ ছটা প্ৰকল্প ৰূপায়ণ কৰা হ’ব : সৰ্বানন্দ সোণোৱাল

উত্তৰ-পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় জলপথৰ আন্তঃগাঁথনি আৰু আভ্যান্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ উদ্দেশ্যে সাগৰমালা আঁচনিৰ অধীনত ৭৬৩ কোটি টকা ব্যয় সাপেক্ষ ছটা প্ৰকল্প ৰূপায়ণ কৰা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এই কথা ঘোষণা কৰে। লোকসভাত এই প্রকল্পসমূহৰ সবিশেষ দাঙি ধ...

December 21, 2024 12:13 PM

views 28

২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ ১৮০০ ১১ ৭৮০০ টোল ফ্ৰী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। নমো এপ...

December 21, 2024 12:11 PM

views 18

মহিলাৰ ১৯ বছৰ অনুৰ্ধৰ টি-২০ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত বাংলাদেশৰ মুখামুখি

মহিলাৰ ১৯ বছৰ অনুৰ্ধৰ টি-টুৱেণ্টি এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰত কাইলৈ বাংলাদেশৰ মুখামুখি হ'ব। মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত হ'বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি পুৱা ৭ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে শ্রীলংকাক ৪ উইকেটত পৰাজিত কৰি ফাইনেলত স্থান নিশ...