December 20, 2024 8:26 PM

views 20

বিকাশৰ বাবে ১২ দিন কাৰ্যসূচীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি নগাওঁত অনুষ্ঠিত বিকাশৰ বাবে ১২ দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মেধাৱী শিক্ষার্থীসকলক স্কুটি, চাইকেল আৰু নগদ ধন বিতৰণ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰজ্ঞান ভাৰতীৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৩ হাজাৰ ৪৫০ গৰাকী মেধাৱী শিক্ষাৰ্থীক স্কুটি আৰু আনন্দৰাম বৰুৱা বঁটাৰ অ...

December 20, 2024 8:21 PM

views 19

সমগ্ৰ দেশত সাৰৰ পৰ্যাপ্ত যোগান সুনিশ্চিত কৰিছে : মন্ত্ৰী জে পি নাড্ডা

২০২৪ খাৰিফ বৰ্ষ আৰু চলিত ৰবি বৰ্ষত সাৰ বিভাগে সমগ্ৰ দেশত সাৰৰ পৰ্যাপ্ত যোগান সুনিশ্চিত কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত ৰসায়ন আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাই এই কথা প্ৰকাশ কৰে । তেওঁ কয় যে অনলাইন ৱেব আধাৰিত সংহত সাৰ নিৰীক্ষণ প্ৰণালীৰ জৰিয়তে সমগ্ৰ দেশত ৰেহাই মূল্যত যোগান ধৰা গুৰুত্বপূৰ্ণ সাৰৰ সৰব...

December 20, 2024 8:18 PM

views 15

চলিত বিত্তীয় বৰ্ষত মহিলা আৰু ছোৱালীৰ বাবে ৩,২৭,০০০ কোটি টকা আবণ্টন

চৰকাৰে চলিত বিত্তীয় বৰ্ষত মহিলা আৰু ছোৱালীৰ বাবে ৩ লাখ ২৭ হাজাৰ কোটি টকা আবণ্টন দিছে। এই পৰিমাণ যোৱা বিত্তীয় বছৰৰ তুলনাত ৩৭ শতাংশৰো অধিক। মহিলা আৰু শিশু বিকাশ ৰাজ্যমন্ত্ৰী সাৱিত্ৰী ঠাকুৰে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা সদৰি কৰে। তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষত কেন্দ্রীয় বাজেটত লিংগ বাজেটৰ অং...

December 20, 2024 8:14 PM

views 15

শীতকালীন অধিবেশনত লোকসভাত প্ৰায় ৫৪ শতাংশ, ৰাজ্যসভাত প্ৰায় ৪০ শতাংশ কাম- কাজ সম্পন্ন

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদৰ দুয়োখন সদনৰ শীতকালীন অধিবেশনৰ কাম-কাজ আশানুৰূপ নোহোৱা বুলি আক্ষেপ প্ৰকাশ কৰিছে। আজি সংসদৰ অধিবেশন অনির্দিষ্ট কাললৈ স্থগিত হোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰিজিজুৱে কয়, যে এইবাৰ লোকসভাত মুঠ ২০টা কর্মদিন আৰু ৰাজ্যসভাত ১৯টা কর্মদিন আছিল যদিও লোকসভ...

December 20, 2024 8:11 PM

views 21

সংসদৰ শীতকালীন অধিবেশন অনিৰ্দিষ্ট কালৰ বাবে স্থগিত

সংসদৰ শীতকালীন অধিবেশন আজিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে। লোকসভা আৰু ৰাজ্যসভাৰ এইবাৰৰ অধিবেশনৰ আজি অন্তিম দিনাও বিশেষ কোনো কাম-কাজ নোহোৱাকৈ সামৰণি পৰে। সংবিধান প্রণেতা ড০ বি আৰ আম্বেদকাৰক অপমান কৰা বুলি উঠা অভিযোগ প্ৰতি-অভিযোগৰ মাজত যোৱা দুদিনত সৃষ্টি হোৱা অভূতপূর্ব হুলস্থূলীয়া পৰিস্থি...

December 20, 2024 8:09 PM

views 19

নতুন দিল্লীত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ আয়োজন

নতুন দিল্লীত হ'বলগীয়া বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছে। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অহা বছৰৰ ২৬ ছেপ্তেম্বৰৰ পৰা ৫ অক্টোবৰলৈ এই প্রতিযোগিতা অনুষ্ঠিত হ'ব। বিশ্ব পেৰা এথলেটিকছে কালি ঘোষণা কৰা মতে ভাৰতত প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এয়া হ'ব প্ৰতিযোগিতাখ...

December 20, 2024 8:06 PM

views 292

এছ এছ বিৰ প্ৰতিষ্ঠা দিৱসত অমৰ ছহীদসকলৰ প্রতি শ্রদ্ধা নিবেদন কেন্দ্রীয় গৃহমন্ত্রীৰ

সশস্ত্র সীমা বল এছ এছ বিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বাহিনীটোৰ অমৰ ছহীদসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে এই বাহিনীৰ প্ৰতিগৰাকী জোৱান আৰু তেওঁলোকৰ পৰিয়ালসমূহলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে ভাৰতৰ এছ এছ...

December 20, 2024 8:02 PM

views 17

সংসদ ভৱনত আহত হোৱা বিজেপি সাংসদ দুগৰাকীৰ অৱস্থা সম্প্ৰতি সুস্থিৰ

সংসদ ভৱনত কালি হেঁচা-ঠেলাৰ এটা ঘটনাত আহত হোৱা বিজেপি সাংসদ দুগৰাকীৰ অৱস্থা সম্প্ৰতি সুস্থিৰ। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঠেলা মাৰি দিয়াৰ ফলত এই সাংসদ দুগৰাকী আহত হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। সংসদ ভৱনত সংবাদ মাধ্যমৰ...

December 20, 2024 7:57 PM

views 21

ছেকেন্দ্ৰাবাদৰ প্ৰতিৰক্ষা ব্যৱস্থা মহাবিদ্যালয়ক সন্মানজনক ৰাষ্ট্ৰপতিৰ পতাকা আনুষ্ঠানিকভাৱে প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি এটা অনুষ্ঠানত ছেকেন্দ্ৰাবাদৰ প্ৰতিৰক্ষা ব্যৱস্থা মহাবিদ্যালয়ক সন্মানজনক ৰাষ্ট্ৰপতিৰ পতাকা আনুষ্ঠানিকভাৱে প্ৰদান কৰে। উল্লেখযোগ্য যে, কোনো প্ৰতিষ্ঠানৰ বৃত্তিগত উৎকৰ্ষতাৰ স্বীকৃতি স্বৰূপে এই সন্মানীয় ৰাষ্ট্ৰপতিৰ পতাকা প্ৰদান কৰা হয়। এই উপলক্ষে এটা অনুষ্ঠানত অ...

December 20, 2024 12:43 PM

views 18

এখন ৰাষ্ট্ৰ, এটা নির্বাচন বিষয়ক বিধেয়ক দুখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ

এখন ৰাষ্ট্ৰ, এটা নির্বাচন বিষয়ক বিধেয়ক দুখন আজি যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হয়। লোকসভাৰ ২৭ গৰাকী সদস্য আৰু ৰাজ্যসভাৰ ১২ গৰাকী সদস্যৰে এই সমিতিখন গঠন কৰা হৈছে। আজি পুৱা সদন মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধানৰ ১২৯ সংখ্যক সংশোধনী বিধেয়ক ২০২৪ আৰু কেন্দ্ৰীয় শা...