December 22, 2024 11:40 AM

views 32

ফেব্ৰুৱাৰী-মাৰ্চ মাহত উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ডে অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। অহা ২৬ ডিচেম্বৰৰ পৰা ১৩ জানুৱাৰী পৰ্যন্ত পৰীক্ষাৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব পৰা যাব। প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে আবেদনৰ লগত ২৫০ টকাকৈ মাচুল দিব লাগিব। শিক্ষা ব'র্ড...

December 22, 2024 11:37 AM

views 31

অসমীয়া ভাষাৰ চৰ্চা আৰু সম্প্ৰসাৰণৰ বাবে বিদ্যালয়ৰ পাঠ্যক্ৰম সংশোধন কৰাৰ প্ৰয়োজন আছে বুলি বিশিষ্ট সাংবাদিক,গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ মন্তব্য

বিশিষ্ট সাংবাদিক তথা সাহিত্য একাডেমী বঁটাপ্রাপক গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে অসমীয়া ভাষাৰ চৰ্চা আৰু সম্প্ৰসাৰণৰ বাবে অসম সাহিত্য সভাই ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিদ্যালয়ৰ পাঠ্যক্ৰম সংশোধন কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে। শিৱসাগৰৰ নিতাইপুখুৰীৰ ৰনুৱাবালিত মাহেকীয়া আলোচনী স্বদেশ পটভূমিৰ উদ্যোগত...

December 22, 2024 11:34 AM

views 23

বাংলাদেশৰ সৈতে সীমা সমস্যা নিষ্পত্তি হোৱাৰ পাছত উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সৈতে সংযোগ কৰাৰ লক্ষ্যত অতি সোনকালে উপনীত হোৱাটো সম্ভৱ হ’ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য

বাংলাদেশৰ সৈতে সীমা সমস্যা নিষ্পত্তি হোৱাৰ পাছত উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সৈতে সংযোগ কৰাৰ লক্ষ্যত অতি সোনকালে উপনীত হোৱাটো সম্ভৱ হ'ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে । কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ ফলত অঞ্চলটোত বিকাশৰ গতি ত্বৰা...

December 22, 2024 11:31 AM

views 18

ব্রাজিলত যাত্রীবাহী বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত ৩০ জন লোকৰ মৃত্যু

ব্রাজিলত এখন যাত্রীবাহী বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত এটা সংঘৰ্ষৰ ফলত ৩০ জন লোকৰ মৃত্যু হৈছে। দক্ষিণ-পূব ব্রাজিলৰ ৰাজ্য মিনাছ গেৰাইছৰ ঘাইপথত শনিবাৰে এই ঘটনা সংঘটিত হয়। মিনাছ গেৰাইছৰ অগ্নিনির্বাপক বাহিনীয়ে প্ৰকাশ কৰা মতে এই ঘটনাত আহত আন ১৩ জন লোকক টিওফিলো অটোনি চহৰত থকা এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছ...

December 22, 2024 11:26 AM

views 20

জাৰ্মানীৰ মেগডেবাৰ্গত শুকুৰবাৰে সংঘটিত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

জাৰ্মানীৰ মেগডেবাৰ্গত শুকুৰবাৰে সংঘটিত ভয়ানক আক্ৰমণৰ ঘটনাক ভাৰতে গৰিহণা দিছে। এই আক্ৰমণৰ ঘটনাত পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে ২০০ৰো অধিক লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এটা বিবৃতিত বৰদিনৰ বজাৰত সংঘটিত এই আক্রমণক বৰ্বৰ আৰু অবিবেচক বুলি অভিহিত কৰিছে। এই আক্ৰমণত ৭ গৰাকী ভাৰত...

December 22, 2024 11:22 AM

views 11

মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত চৰকাৰৰ মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ

মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত চৰকাৰৰ দপ্তৰসমূহ কালি বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছক গৃহ, শক্তি, আইন আৰু ন্যায়পালিকা, সাধাৰণ প্ৰশাসন বিভাগ, তথ্য আৰু প্ৰচাৰ বিভাগ তথা আন কোনো মন্ত্ৰীক আৱণ্টিত নোহোৱা বিভাগসমূহৰ দায়িত্ব অর্পণ কৰা হৈছে। উপ মুখ্যমন্ত্রী একনাথ সিন্দে আৰু অজিত পাৱাৰক নগৰ উন্নয়ন...

December 22, 2024 11:17 AM

views 14

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কুৱেইটত দেশখনৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হ'ব। এই বৈঠকৰ পূর্বে প্রধানমন্ত্রী মোদীক দেশখনৰ বায়ান পেলেচত হ'বলগীয়া এটা বিশেষ অনুষ্ঠানত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব। ইয়াৰ পাছত তেওঁ কুৱেটৰ আমিৰ আৰু দেশখনৰ যুৱৰাজৰ সৈতে পৃথক বৈঠকত মিলিত হ'ব। তেওঁ লগতে দেশখনৰ প্ৰধানমন...

December 22, 2024 11:11 AM

views 18

লখিমপুৰ আৰু ওদালগুৰি জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ বঁটা আৰু আর্থিক সাহায্য প্ৰদান অনুষ্ঠান

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি লখিমপুৰ আৰু ওদালগুৰি জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত বঁটা প্ৰদান কৰাৰ লগতে আর্থিক সাহায্য প্রদান কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত লখিমপুৰ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰা হ'ব। এই উপ...

December 22, 2024 11:06 AM

views 14

বাল্য বিবাহৰ বিৰুদ্ধে  ৰাজ্য চৰকাৰৰ তৃতীয় পৰ্যায়ৰ অভিযান আৰম্ভ

ৰাজ্য চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে তৃতীয় পৰ্যায়ৰ অভিযান আৰম্ভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত যোৱা নিশা এই অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । এই সন্দৰ্ভত ৩৩৫টা গোচৰ ৰুজু হোৱাৰ লগতে ৪১৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। গ্ৰেপ্...

December 22, 2024 11:02 AM

views 22

বিভিন্ন শৈক্ষিক পাঠ্যক্রমসমূহ শিক্ষার্থীসকলে আঞ্চলিক ভাষাত উপলব্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ প্ৰকাশ

বিভিন্ন শৈক্ষিক পাঠ্যক্রমসমূহ শিক্ষার্থীসকলে আঞ্চলিক ভাষাতো যাতে লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কালি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰিছে। এই বছৰ চৌধুৰী চৰণ সিং বঁটাৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কৃষক আৰু গ্ৰামোন্নয়নৰ ক্ষেত্ৰত কাম ...