December 22, 2024 6:44 PM

views 17

ভাৰতীয় ক্রিকেট তাৰকা ৰবিচন্দ্ৰন অশ্বিনলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবেগিক পত্ৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ অৱসৰ গ্ৰহণ কৰা ভাৰতীয় ক্রিকেট তাৰকা ৰবিচন্দ্ৰন অশ্বিনলৈ এখন আবেগিক পত্ৰ প্ৰেৰণ কৰি তেওঁক ধন্যবাদ জনাইছে। দেশৰ আগশাৰীৰ অফ স্পিনাৰগৰাকীয়ে যোৱা ১৮ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত বিগত সময়ছোৱাত তেওঁ ক্ৰিকেট আৰু ...

December 22, 2024 6:40 PM

views 24

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভাৰ্চুৱেল ব্যৱস্থাৰে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব। কাইলৈ দেশৰ ৪৫খন ঠাইত আয়োজিত এই নিযুক্তি মেলাত তেওঁ সম্বোধন কৰিব। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগত খালী পদসমূহত এই নিযুক্তি দিয়া হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ সমাজক কৰ...

December 22, 2024 6:37 PM

views 15

য়েমেনৰ হুতী বিদ্রোহী গোটৰ ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ আৰু নিয়ন্ত্রণ কেন্দ্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকাশমাৰ্গৰ পৰা আক্রমণ

আমেৰিকা যুক্তৰাষ্ট্ৰই যোৱা নিশা ছানাত য়েমেনৰ হুতী বিদ্রোহী গোটৰ দ্বাৰা পৰিচালিত ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ আৰু কমাণ্ড তথা নিয়ন্ত্রণ কেন্দ্ৰ এটাত আকাশমাৰ্গৰ পৰা আক্রমণ চলায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত দেশখনৰ চেণ্ট্ৰেল কমাণ্ড বাহিনীয়ে এই তথ্য সদৰি কৰে। বাৰ্তাটোত লগতে প্ৰকাশ কৰা মতে হুতী বিদ্রোহী...

December 22, 2024 6:27 PM

views 15

নতুন বিধানসভা সমষ্টিৰ ভিত্তিত নতুন ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ

নতুন বিধানসভা সমষ্টিৰ ভিত্তিত নতুন ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। এই উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ বিধান সভা সমষ্টিৰ চকুলিভৰীয়াত ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। আনহাতে ধেমাজিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পে...

December 22, 2024 6:23 PM

views 19

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লখিমপুৰ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি লখিমপুৰ আৰু ওদালগুৰি জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত বঁটা প্ৰদান কৰাৰ লগতে আর্থিক সাহায্য প্রদান কৰা হয়। এই কাৰ্যসূচীৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লখিমপুৰ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল...

December 22, 2024 12:04 PM

views 13

পশ্চিম ভাৰত শ্লেম স্কোৱাশৰ মহিলাৰ ফাইনেলত আনাহত সিং আৰু আকাংক্ষা সালুংখৰ মুখামুখি

পশ্চিম ভাৰত শ্লেম স্কোৱাশৰ মহিলাৰ ফাইনেলত এছিয়ান গেমছৰ দ্বৈত পদকজয়ী আনাহত সিং আৰু শীৰ্ষ বাছনিৰ আকাংক্ষা সালুংখে মুখামুখি হ'ব। খেলখন আজি দিনৰ ২-৪৫ মিনিটত অনুষ্ঠিত হ'ব। ছেমি ফাইনেলত আনাহতে ইজিপ্টৰ নুৰ খাফাগিক ৩-১, ১১–৪, ১২-১৪, ১১-৯, ১১-৯ ছেটত আৰু আকাংক্ষাই ইজিপ্তৰ পঞ্চম বাছনিৰ জানা ছ’ৱাইফিক ১১-৫, ১২...

December 22, 2024 12:00 PM

views 17

১৯ বছৰ অনুৰ্ধৰ মহিলা টি-টুৱেন্টি এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰত চেম্পিয়ন

মহিলা ক্ৰিকেটত ভাৰতে ফাইনেলত বাংলাদেশক ৪১ ৰাণত পৰাস্ত কৰি মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত হোৱা  ১৯ অনুৰ্ধ এচিচি মহিলা টি-২০ এছিয়া কাপৰ খিতাপ দখল কৰে।  ১১৮ ৰানৰ লক্ষ্য খেদি খেদি বাংলাদেশে মাত্ৰ ১৮.৩ অভাৰতে সামান্য ৭৬ ৰান সংগ্ৰহ কৰি বল আউট হয়। ভাৰতৰ হৈ আয়ুষী শুক্লাই তিনিটা উইকেট দখল কৰাৰ বিপৰীত...

December 22, 2024 11:52 AM

views 37

মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা মতামত আৰু পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ ১৮০০ ১১ ৭৮০০ টোল ফ্রী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। নমো এপ...

December 22, 2024 11:47 AM

views 14

যোৰহাটত অনুষ্ঠিত ২০২৪-২৫ বৰ্ষৰ কৃষক মেলাৰ উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাৰ অংশগ্রহণ

কৃষি মন্ত্ৰী অতুল বৰাই কালি যোৰহাটত ২০২৪-২৫ বৰ্ষৰ কৃষক মেলাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি প্ৰদৰ্শনীদ্বাৰ মুকলি কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কৃষক আৰু কৃষি উদ্যমীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ৰ...

December 22, 2024 11:44 AM

views 19

৫৫ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত কৰ আৰু গাঁথনিৰ পৰিৱৰ্তনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

৫৫ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত কৰ আৰু গাঁথনিৰ পৰিৱৰ্তনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত ৰাজস্থানৰ জেয়চেলমেৰত অনুষ্ঠিত বৈঠকখনত ক্ষুদ্র কোম্পানীসমূহৰ বাবে নতুন পঞ্জীয়ন প্রক্রিয়াত অনুমোদন জনোৱা হয়। তদুপৰি ৫০ শতাংশতকৈ অধিক চাদ থকা এ চি চ...