December 22, 2024 8:30 PM

views 16

ৰাছিয়াৰ কামচাটকা উপদ্বীপত সন্ধানহীন An-2 লাইট বিমানখন আটাইকেইগৰাকী যাত্ৰীসহ উদ্ধাৰ

ৰাছিয়াৰ কামচাটকা উপদ্বীপত সন্ধানহীন An-2 লাইট বিমানখন আটাইকেইগৰাকী যাত্ৰীসহ উদ্ধাৰ কৰা হৈছে। বিমানখনৰ তিনিওগৰাকী যাত্ৰী জীৱিত অৱস্থাত উদ্ধাৰ হোৱা বুলি সদৰী কৰি স্থানীয় কৰ্তৃপক্ষই কয়, যে কামচাটকাৰ Mi-8 হেলিকাপ্তাৰৰ জৰিয়তে যাত্ৰীসকলক উদ্ধাৰ কৰি মিলকোভচকায়া জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাছিয...

December 22, 2024 8:27 PM

views 25

শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালৰ অধ্যক্ষতাত কেৰালাত ৰূপায়িত বিভাগৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা বৈঠক

শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে আজি কেৰালাত ৰূপায়িত হৈ থকা শক্তি আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনামূলক এখন বৈঠকত অধ্যক্ষতা কৰে। থিৰুৱানন্তপুৰমত অনুষ্ঠিত এই বৈঠকখনত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপী, বিদ্যুৎ বিভাগৰ ৰাজ্য মন্ত্ৰী ক...

December 22, 2024 8:22 PM

views 40

চলিত মাহত বিদেশী বিনিয়োগকাৰীৰ ভাৰতীয় মূলধনী বজাৰত ২৬ হাজাৰ কোটি টকাৰো অধিক ধন বিনিয়োগ

চলিত মাহত বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় মূলধনী বজাৰত ২৬ হাজাৰ কোটি টকাৰো অধিক ধন বিনিয়োগ কৰে। তথ্য অনুসৰি বিদেশী প্রতিষ্ঠানগত বিনিয়োগকাৰীয়ে ভাৰতীয় ইকুইটি বজাৰত ২১,৭৮৯ কোটি টকা আৰু ঋণৰ বজাৰত ৪,৬৪৬ কোটি টকা বিনিয়োগ কৰি ভাৰতীয় মূলধনী বজাৰত মুঠ বিনিয়োগ ২৬,৪৩৫ কোটি টকালৈ বৃদ্ধি কৰে । বিগত কেইমাহম...

December 22, 2024 8:20 PM

views 24

অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ৰ বিমান বন্দৰত উৰান যাত্ৰী কেফে মুকলিৰ কথা ঘোষণা

অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ে বিমান বন্দৰত উৰান যাত্ৰী কেফে মুকলি কৰা ঘোষণাই বিমান যাত্রীসকলক বৃহৎ সকাহ দিছে। এই কেফেসমূহত খাদ্য আৰু পানীৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ তুলনামূলকভাৱে কম মূল্যত উপলব্ধ হ'ব। ইতিমধ্যে কলকাতা বিমান বন্দৰত এই ধৰণৰ প্ৰথমখন কেফে পৰীক্ষামূলকভাৱে মুকলি কৰা হৈছে। এই কেফেখ...

December 22, 2024 8:07 PM

views 21

কুৱেইটৰ আমিৰ শ্বেইখ মেছাল অল-আহমদ অল-জাবেৰ অল-ছাবাহৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুৱেইটৰ আমিৰ শ্বেইখ মেছাল অল-আহমদ অল-জাবেৰ অল-ছাবাহৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। দুয়োগৰাকী নেতাই ভেষজ, তথ্যপ্রযুক্তি, বিত্তীয় প্ৰযুক্তি, আন্তঃগাঁথনি আৰু নিৰাপত্তাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা...

December 22, 2024 8:02 PM

views 13

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কুৱেইটৰ সৰ্বোচ্চ সন্মান দ্যা অৰ্ডাৰ অব মুবাৰক অল-কবিৰেৰে সন্মানিত

দুদিনীয়া ভ্রমণসূচীৰে কালি কুৱেইটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি দেশখনৰ সৰ্বোচ্চ সন্মান দ্যা অৰ্ডাৰ অব মুবাৰক অল-কবিৰেৰে সন্মানিত কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এয়া বহিঃৰাষ্ট্রৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে লাভ কৰা বিংশ সন্মান। কুৱেইটে আগবঢ়োৱা এই সন্মান বিভিন্...

December 22, 2024 7:54 PM

views 18

ত্ৰিপুৰাত ৬৬৮ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষ ১৩ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি ত্ৰিপুৰাত ৬৬৮ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষ ১৩ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। সেই উপলক্ষে ঢলাই জিলাৰ মাছুৰাইপাৰাত আয়োজিত এখন জনসভাত দিয়া ভাষণত শ্ৰী শ্বাহে ব্রু জনগোষ্ঠীৰ লোকসকলক সংস্থাপনৰ বিষয়টো নিষ্পত্তি নকৰাৰ বাবে পূৰ্বৰ কমিউনিষ্ট দলৰ চৰকাৰখনক সমালোচনা ক...

December 22, 2024 6:58 PM

views 94

ৰাজধানী দিল্লীত বায়ুৰ গুণগত মান অতি নিম্নমুখী

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি বায়ুৰ গুণগত মান অতি নিম্নমুখী হৈ পৰিছে। পুৱাৰ ভাগত গড় বায়ুৰ গুণাগুণ সূচাংক এ কিউ আই আছিল ৩৯৫। ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্রণ বোৰ্ডৰ তথ্য মতে ৰাজধানীখনৰ মুন্দকা অঞ্চলত এ কিউ আই ৪৩৮, ৱাজিপুৰত ৪৪১, আনন্দ বিহাৰ অঞ্চলত ৪৩৪, আলীপুৰত ৪১৬, পি কে পুৰামত ৪১৫, দ্বাৰকা চেক্টৰত ৪...

December 22, 2024 6:56 PM

views 19

ছিৰিয়াৰ গৃহযুদ্ধৰ ১৩ বছৰ পাছত ডামাছকাছত কাটাৰৰ দূতাবাস পুনৰ মুকলি

ছিৰিয়াৰ গৃহযুদ্ধৰ ১৩ বছৰ পাছত ডামাছকাছত কাটাৰে দূতাবাস আনুষ্ঠানিকভাৱে পুনৰ মুকলি কৰিছে। যোৱা ৮ ডিচেম্বৰত পূৰ্বৰ ৰাষ্ট্ৰপতি বাছাৰ অল আছাদ চৰকাৰৰ পতনৰ পাছত নতুন অস্থায়ী চৰকাৰৰ নেতৃবৰ্গৰ সৈতে বৈদেশিক সম্পর্ক বৃদ্ধি কৰিবলৈ আঞ্চলিক আৰু পশ্চিমীয়া প্ৰতিনিধিসকলৰ ছিৰিয়ালৈ ভ্ৰমণ বৃদ্ধি হোৱাৰ পাছতে কাটাৰে ...

December 22, 2024 6:50 PM

views 22

চি আৰ পি এফ -আই টি বি পিৰ জোৱানৰ সৈতে নতুন দিল্লীত  ফীট ইণ্ডিয়া  চাইকেল অভিযানত ক্রীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াৰ অংশগ্ৰহণ

কেন্দ্রীয় ক্রীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী – চি আৰ পি এফ আৰু ভাৰত-তীববত সীমান্ত আৰক্ষী - আই টি বি পিৰ জোৱানসকলৰ সৈতে নতুন দিল্লীত অনুষ্ঠিত ফীট ইণ্ডিয়া ছাডে অন চাইকেল অভিযানৰ প্ৰথমটো কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে জোৱানসকলৰ সৈতে মেজৰ ধ্যানচান্দ ৰ...