December 23, 2024 12:24 PM
16
নতুন দিল্লীত আজি সু- শাসনৰ পদ্ধতি সম্পৰ্কীয় ৰাষ্ট্রীয় কর্মশালা উদ্বোধন ডাঃ জীতেন্দ্র সিঙৰ
কৰ্মচাৰী, জন অভিযোগ আৰু পেন্সন বিভাগৰ ৰাজ্য মন্ত্রী ডাঃ জীতেন্দ্র সিঙে আজি নতুন দিল্লীত সু- শাসনৰ পদ্ধতি সম্পৰ্কীয় ৰাষ্ট্রীয় কর্মশালা উদ্বোধন কৰিব। আটাইবোৰ মন্ত্ৰ্যালয় আৰু বিভাগৰ বিষয়ববীয়াসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰিব। ডঃ সিঙে লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগে তত্বাৱধান কৰা স্বচ্ছতা অভিযানৰ ...