December 24, 2024 8:21 PM
7
মুম্বাইৰ শিৱাজী পার্ক শ্মশানত যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্রিয়া ৰাজ্যিক মর্যাদাৰে সম্পন্ন
কালি দেহাৱসান ঘটা যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্রিয়া আজি আবেলি মুম্বাইৰ শিৱাজী পার্ক শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। অন্ত্যেষ্টিক্ৰিয়াত পৰিচালকগৰাকীৰ জীয়ৰী নীৰা আৰু পিয়াৰ লগতে হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেতা নাছিৰুদ্দিন শ্বাহ, ৰজিত কাপুৰ, কুলভূষণ...