December 25, 2024 12:03 PM

views 23

আই চি চিৰ ২০২৫ বৰ্ষৰ পুৰুষৰ চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা

আন্তৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই চি চিয়ে ২০২৫ বৰ্ষৰ পুৰুষৰ চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা কৰিছে অহা বছৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ এই প্ৰতিযোগিতা পাকিস্তান আৰু নিৰপেক্ষ স্থান ইউ এ ইত অনুষ্ঠিত হ'ব। যোৱাবাৰৰ চেম্পিয়ন পাকিস্তানে ১৯৯৬ চনৰ পাছৰে পৰা এইবাৰ প্ৰথমবাৰৰ বাবে আন্তৰাষ্ট্ৰীয় ক্রিকেট প্রতিযোগিত...

December 25, 2024 11:59 AM

views 54

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কর্তৃপক্ষই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে বিপথগামী গৰুৰ আশ্ৰয় শিবিৰ স্থাপনৰ পৰিকল্পনা

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কর্তৃপক্ষ, এনএইচএআইয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে বিপথগামী গৰুৰ আশ্ৰয় শিবিৰ স্থাপনৰ পৰিকল্পনা কৰিছে। পথ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু পশুৰ পৰা হব পৰা দুৰ্ঘটনা হ্ৰাস কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে এটা বিবৃতিযোগে কয় যে যাত্ৰীৰ বাবে এক সুৰক্ষি...

December 25, 2024 11:57 AM

views 29

ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ দেশবাসীক বৰদিনৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশবাসীক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত কয় যে যীশু খ্ৰীষ্টৰ প্ৰেম আৰু সমন্বয়ৰ বাৰ্তা, ভাতৃত্ববোধৰ মনোভাৱ আৰু সকলোৰে কল্যাণৰ বাবে তেওঁ দিয়া শিক্ষাই এখন উন্নত পৃথিৱীৰ পথ পোহৰাই ৰাখিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ক...

December 25, 2024 11:53 AM

views 18

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পথ সুৰক্ষা সম্পৰ্কীয় পর্যালোচনা বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত পথ সুৰক্ষা সম্পৰ্কীয় এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাজ্যখনত সংঘটিত পথ দুর্ঘটনা, পথ সুৰক্ষা আইন বলৱৎ, পৰিবহণ আৰু আৰক্ষী বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত লোৱা ব্যৱস্থা আদি বিষয়ত পর্যালোচনা কৰা হয়। দুৰ্ঘটনা বোধ কৰ...

December 25, 2024 11:45 AM

views 14

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ পাঁচখন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে পাঁচখন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিছে। মিজোৰামৰ ৰাজ্যপাল ডঃ হৰি বাবু কাস্তমপতিক ওড়িশাৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ওডিছাৰ বৰ্তমানৰ ৰাজ্যপাল ৰঘুবৰ দাসৰ পদত্যাগৰ পিছতে ডঃ হৰি বাবু কাস্তমপতিক এই দায়িত্ব অর্পণ কৰা হৈছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জেনেৰেল ...

December 25, 2024 11:41 AM

views 14

নতুন দিল্লীত ১০ হাজাৰৰো অধিক নতুনকৈ স্থাপিত বহুমুখী প্রাথমিক কৃষি সমবায় সমিতি তথা দুগ্ধ আৰু মীন সমবায় ৰাষ্ট্ৰৰ নামত কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহৰ উৎসৰ্গা

কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত ১০ হাজাৰৰো অধিক নতুনকৈ স্থাপন কৰা বহুমুখী প্রাথমিক কৃষি সমবায় সমিতি তথা দুগ্ধ আৰু মীন সমবায় ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে ৰাষ্ট্ৰীয় সমবায় সন্মিলনত নতুনকৈ স্থাপন কৰা সমবায় সমিতিসমূহৰ মাজত পঞ্জীয়ন প্ৰমাণ পত্ৰ, ৰূপে কিষাণ ক্রেডিট কাৰ্...

December 24, 2024 9:17 PM

views 13

নতুন দিল্লীৰ নিটি আয়োগত বিশিষ্ট অর্থনীতিবিদৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রাক বাজেট আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ নিটি আয়োগত বিশিষ্ট অর্থনীতিবিদসকলৰ সৈতে প্রাক বাজেট আলোচনাত মিলিত হয়। কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণ, নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া, পি ভি আৰ সুব্ৰমন্যম আৰু আন জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে প্রাক বাজ...

December 24, 2024 9:16 PM

views 13

জাগো গ্রাহক জাগো এপ, জাগৃতি এপ আৰু জাগৃতি ডেছবোৰ্ড মুকলি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ

ৰাষ্ট্ৰীয় উপভোক্তা দিৱস উপলক্ষে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি ই-বাণিজ্য মঞ্চসমূহৰ ক্রেতাসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পৰা ডার্ক পেটাৰ্ণসমূহ চিনাক্ত কৰা আৰু গ্ৰাহকসকলৰ সৱলিকৰণৰ বাবে ভার্চুৱেল ব্যৱস্থাৰে ভালেমান ব্যৱস্থা মুকলি কৰে। শ্ৰীযোশীয়ে গ্ৰাহকসকলক সুৰক্ষা প্ৰদানৰ ল...

December 24, 2024 9:15 PM

views 14

চাবুৱাৰ দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চাবুৱাৰ দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰে আৰু সোণালী জয়ন্তী স্মাৰক ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে শ্ৰীসোণোৱালে মহাবিদ্যালয়খনে চাবুৱাৰ সমাজৰ প্ৰতি মহাবিদ্যালয়খনৰ অৱদানৰ ভূয়সী প্ৰশংসা ...

December 24, 2024 9:13 PM

views 7

উত্তৰাখণ্ডত নতুন ফৌজদাৰী আইন ৩খন ৰূপায়ণৰ পৰ্যালোচনাৰ উদ্দেশ্যে নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত বৈঠক

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰাখণ্ডত নতুন ফৌজদাৰী আইন ৩খন ৰূপায়ণৰ পৰ্যালোচনাৰ উদ্দেশ্যে আজি নতুন দিল্লীত এখন বৈঠক অনুষ্ঠিত হয়। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি, গৃহ সচিব গোবিন্দ মোহন, উত্তৰাখণ্ডৰ মুখ্য সচিব ৰাতুৰী আৰু জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে। পাছত সাংবাদিক...