December 29, 2024 12:31 PM

views 12

মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ বাবে যিমান কৰিছে, স্বাধীনতাৰ পাছত ৰাজ্যৰ কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাই বুলি  জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ মন্তব্য

ডিব্ৰুগড় মানকটা চাহ বাগিচা খেলপথাৰত কালি দিনজোৰা কাৰ্যসূচীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাৰ ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে যিমান ...

December 29, 2024 12:23 PM

views 44

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত নৱনিৰ্মিত ট্রেকিং পথটো জানুৱাৰীত পৰ্যটকৰ বাবে মুকলিৰ ব্যৱস্থা

নামেৰী ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাবে উদ্যানৰ ভিতৰত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ট্রেকিং পথটো জানুৱাৰীত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব। বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান দখল কৰিছে। ৰাজহ সংগ্ৰহৰ ক্...

December 29, 2024 12:20 PM

views 19

মণিপুৰৰ থামনাপক্‌পিত কুকি আৰু মেইটেই জনগোষ্ঠীয় বিদ্ৰোহীৰ মাজত সংঘর্ষ অব্যাহত

মণিপুৰৰ পূব ইম্ফল আৰু কাংপপি জিলাৰ সীমান্তৱৰ্তী থামনাপক্‌পিত কুকি আৰু মেইটেই জনগোষ্ঠীয় বিদ্ৰোহীৰ মাজত হিংসাত্মক সংঘর্ষ অব্যাহত আছে। ঘটনাস্থলীত আৰক্ষী তথা নিৰাপত্তাবাহিনীৰ লোকক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰা হৈছে। এই সংঘৰ্ষত সাংবাদিক, আৰক্ষীসহ বহুলোক আহত হোৱাৰ খবৰ পোৱা গৈছে। অঞ্চলটোত আতংকিত ৰ...

December 29, 2024 12:16 PM

views 30

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত কালি বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

অৰুণাচল প্ৰদেশৰ দক্ষিণত অৱস্থিত চাংলাং জিলাত কালি বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়। সেনা বাহিনীৰ স্পিয়াৰ ক'ৰ, আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ যৌথ অভিযানত জিলাখনৰ মিয়াও- বিজয়নগৰ পথৰ কাষৰ এম এছ-২৭ৰ সমীপৰ বনাঞ্চলত এই মাটিত পুতি থোৱা অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰৰ সম্ভেদ লাভ কৰি দলটোৱে ব্যাপক অনুসন...

December 29, 2024 12:12 PM

views 39

গুৱাহাটীৰ জ্যেষ্ঠ চকু চিকিৎসক ডা০ ছফিকউদ্দিন আহমেদৰ বাসভৱন তথা চিকিৎসা প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান

গুৱাহাটী মহানগৰীৰ জ্যেষ্ঠ চকু চিকিৎসক ডা০ ছফিকউদ্দিন আহমেদৰ বাসভৱন তথা চিকিৎসা প্ৰতিষ্ঠানত আয়কৰ বিভাগে কালি অভিযান চলাই ৫০ লাখৰো অধিক নগদ টকা আৰু ভালেসংখ্যক নথি- পত্র জব্দ কৰে। আয়কৰ বিভাগে গুৱাহাটী মহানগৰীৰ ৰুক্মিনীগাঁৱৰ জি এছ ৰোডত থকা ৰেটিনা চেণ্টাৰ নামৰ ডাঃ ছফিকউদ্দিন আহমেদ মালিকনাধীন চিকিৎসা প্...

December 29, 2024 12:08 PM

views 18

মঙলদৈৰ জিলা পুথিভঁৰালত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ বাৰ্ষিক অধিৱেশন আৰু পূর্ণাংগ নাট প্ৰতিযোগিতা

মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ আৰু নাট্য মন্দিৰত অসম নাট্য সন্মিলনৰ দৰং জিলা সমিতিৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ বাৰ্ষিক অধিৱেশন আৰু পূর্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।  সন্মিলনত স্বৰ্ণপীঠ মণ্ডলৰ অন্তৰ্ভুক্ত ৮ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছ...

December 29, 2024 12:04 PM

views 11

তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানত ফেব্ৰুৱাৰীত মুকলি হব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বীজ বেংক

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বীজ বেংক তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানত অহা বছৰৰ ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত নিৰ্মাণ চলি থকা এইটো হ'ব দেশৰ তৃতীয়টো বীজ বেংক। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই যোৱা বছৰৰ ১ নৱেম্বৰত বীজ বেংকটোৰ আধাৰশিলা স...

December 29, 2024 11:59 AM

views 32

আমৰণ অনশনৰত কৃষক নেতা জগজিৎ সিং ডালেৱালক চিকিৎসালয়ত ভৰ্তি কৰোৱাত অসমৰ্থ হোৱা বাবে পঞ্জাব চৰকাৰক উচ্চতম ন্যায়ালয়ৰ গৰিহণা

উচ্চতম ন্যায়ালয়ে পঞ্জাব চৰকাৰক আমৰণ অনশন কৰি থকা কৃষক নেতা জগজিৎ সিং ডালেৱালক চিকিৎসালয়ত ভৰ্তি কৰোৱাত অসমৰ্থ হোৱা বাবে গৰিহণা দিছে। শ্ৰী ডালেৱালে পঞ্জাব-হাৰিয়ানা সীমান্তৰ খানাউৰীত শস্যৰ বাবে ন্যূনতম সমৰ্থন মূলৰ আইনী নিশ্চয়তা, ঋণ মাফ, কৃষি সংস্কাৰকে ধৰি দীৰ্ঘদিনৰ পৰা চলি থকা কৃষকসকলৰ দাবীৰ সমৰ্থ...

December 29, 2024 11:56 AM

views 14

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা ডনাল্ড ট্রাম্পৰ উচ্চতম ন্যায়ালয়ক টিকটকৰ নিষেধাজ্ঞা পিছুৱাই দিবলৈ অনুৰোধ

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা ডনাল্ড ট্রাম্পে ৰাজনৈতিক প্ৰস্তাৱৰ ওপৰত তেওঁ কাম কৰি থকালৈকে উচ্চতম ন্যায়ালয়ক টিকটকৰ নিষেধাজ্ঞা পিছুৱাই দিবলৈ অনুৰোধ কৰে। তেওঁৰ অধিবক্তাই আদালতত এই বিষয়ে আবেদন দাখিল কৰি কয়, যে ট্রাম্পে টিকটক নিষিদ্ধ কৰাৰ বিৰোধিতা কৰিছে আৰু কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বিভিন...

December 29, 2024 11:53 AM

views 14

প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ মৃত্যুক লৈ কংগ্ৰেছে ৰাজনীতি কৰা বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অভিযোগ

কংগ্ৰেছে প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ মৃত্যুক লৈ ৰাজনীতি কৰা বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অভিযোগ তুলিছে। শ্রী নাড্ডাই কালি এটা বিবৃতি যোগে কয়, যে কংগ্ৰেছে ৰাজনৈতিক মুনাফাৰ বাবে ড০ মনমোহন সিঙৰ নাম ব্যৱহাৰ কৰি আছে। সভাপতিগৰাকীয়ে কয়, যে এন ডি এ চৰকাৰে দেশৰ সকলো প্ৰধানমন্ত্ৰীৰ ...