December 30, 2024 6:06 PM

views 31

শ্ৰীহৰিকোটাৰ সতীশ ধাৱান উৎক্ষেপন স্থলীৰ পৰা আজি ইছৰোৰ দুটা উপগ্রহ মহাকাশলৈ প্ৰেৰণ

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান, ইছৰোৱে আজি নিশা ৯ বাজি ৫৮ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান উৎক্ষেপন স্থলীৰ পৰা দুটা উপগ্রহ মহাকাশলৈ প্ৰেৰণ কৰিব। ইছৰোৰ এই অভিযানৰ উদ্দেশ্যে হ'ল এটা উপ-পথত মহাকাশ যান এখনৰ ডকিং আৰু আন ডকিং প্রক্রিয়াক প্রদর্শন কৰা। পি এছ এল ভি C-60 নামৰ যানখনে SDX-01 আৰু SDX-02 নামৰ উপ...

December 30, 2024 6:04 PM

views 40

নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত পঞ্চমখন প্রাক বাজেট পৰামৰ্শ বৈঠক

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত বাণিজ্য আৰু উদ্যোগ জগতৰ নেতাসকলৰ সৈতে হোৱা পঞ্চমখন প্রাক বাজেট পৰামৰ্শ বৈঠকত অধ্যক্ষতা কৰে। ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ প্ৰতি দৃষ্টি ৰাখি এই বৈঠকৰ আয়োজন কৰা হয়। বিত্ত, বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা, অর্থনৈতিক পৰিক্রমা, অভ্যন্তৰীণ বাণি...

December 30, 2024 6:01 PM

views 36

প্ৰথমবাৰৰ বাবে ভাৰতৰ বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন শীৰ্ষ সন্মিলন, ৱেভছ আয়োজন

ভাৰতে ২০২৫ বৰ্ষত প্ৰথমবাৰৰ বাবে বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন শীৰ্ষ সন্মিলন, ৱেভছ আয়োজন কৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালিৰ মন কি বাত অনুষ্ঠানত এই কথা প্ৰকাশ কৰে। এই অনুষ্ঠান বিশ্ববাসীৰ সন্মুখত ভাৰতৰ সৃষ্টিশীল প্রতিভা প্ৰদৰ্শন কৰাৰ বৃহৎ সুযোগ হৈ উঠিব বুলি আশা প্রকাশ কৰি তেওঁ কয়, যে এই উপলক্ষ...

December 30, 2024 12:56 PM

views 31

বতৰৰ বতৰা–

বতৰৰ বতৰা– বতৰৰ বতৰা– বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। অসমকে ধৰি আটাইকেইখন ৰাজ্যক ঘন কুঁৱলী...

December 30, 2024 12:48 PM

views 27

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত অসম ৰছীটনা প্রতিযোগিতাৰ সামৰণি

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত অসম ৰছীটনা প্রতিযোগিতাৰ কালি সামৰণি পৰে। দুশৰো অধিক প্ৰতিযোগিৰ অংশগ্রহণেৰে অনুষ্ঠিত প্রতিযোগিতাৰ পুৰুষ শাখাত কামৰূপ দলে চূড়ান্ত বিজয়ী সন্মান লাভ কৰে। প্ৰতিযোগিতাত গোলাঘাট আৰু শোণিতপুৰ দলে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে মহিলাৰ শাখাত গো...

December 30, 2024 12:43 PM

views 33

গোলাঘাটৰ খুমটাইত ৩ দিনীয়া কাৰ্যসূচীৰে খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱৰ আয়োজন

গোলাঘাট জিলাৰ খুমটাইত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তৃতীয় পৰ্যায়ত খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱৰ আয়োজন কৰা হৈছে। মন্ত্ৰী অতুল বৰাই বিধায়ক মৃণাল শ‍ইকীয়াৰ সৈতে কালি এই উৎসৱ সন্দৰ্ভত আলোচনাত মিলিত হয়। এই প্ৰয়াসৰ জৰিয়তে ৰাইজে নতুন অভিজ্ঞতা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উদ্ভিদ আৰু ফুলৰ ব...

December 30, 2024 12:39 PM

views 30

অসম গ্ৰন্থমেলাৰ আজি চতুর্থ দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি চতুর্থ দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুসৰি আজি দিনৰ ২ বজাত চলচ্চিত্ৰৰ প্ৰচাৰ আৰু ব্যৱসায় সন্দৰ্ভত এখন আলোচনাসত্ৰৰ ...

December 30, 2024 12:33 PM

views 40

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত বনভোজ দলৰ ব্যাপক সমাগম

বছৰটোৰ অন্তিমটো দেওবাৰত কালি বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজথলী বনভোজকাৰী দলেৰে ভৰি পৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰী দলসমূহে মানাহৰ নাৰায়ণগুৰিত থকা বেকী নৈত নৌকা বিহাৰ কৰি আনন্দ-উল্লাস কৰে বুলি বাক্সা জিলাৰ সংবাদদাতাই জনাইছে।ইফালে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত...

December 30, 2024 12:29 PM

views 45

পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ ৰাজ্যিক নির্বাচন আয়োগৰ

ৰাজ্যিক নির্বাচন আয়োগে ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ কৰিছে। ষষ্ঠ অনুসূচীৰ এলেকা আৰু পৌৰ নিগমৰ এলেকাসমূহক বাদ দি এই তালিকা প্ৰকাশ কৰা হৈছে। ২৭ খন জিলাত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মু...

December 30, 2024 12:25 PM

views 46

২০২৫-২৭ বৰ্ষৰ বাবে ড০ বসন্ত কুমাৰ গোস্বামী অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত

অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ৬০ বসন্ত কুমাৰ গোস্বামীয়ে সাহিত্য সভাক অনাগত সময়ত বিতৰ্কৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে। আকাশবাণী গুৱাহাটীৰ সংবাদদাতা হেমন্ত দত্তৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত ড০ গোস্বামীয়ে এই কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, ২০২৫-২৭ বৰ্ষৰ বাবে ড...