January 8, 2025 8:26 PM

views 14

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ বিশেষ নির্বাচনত ভাৰতীয় মূলৰ দুজন ব্যক্তি নিৰ্বাচিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ বিশেষ নির্বাচনত ভাৰতীয় মূলৰ দুজন ব্যক্তি নিৰ্বাচিত হৈছে। ভার্জিনিয়াৰ ছিনেটলৈ কান্নান শ্ৰীনিৱাসন নির্বাচিত হোৱাৰ লগতে জে জে সিং হাউচ অৱ ডেলিগেটছলৈ নিৰ্বাচিত হৈছে। শ্ৰীনিৱাসন ইয়াৰ পূৰ্বে ২০২৩ চনত ভার্জিনিয়া হাউচলৈ নিৰ্বাচিত হৈছিল। ইয়াৰ বিপৰীতে জে জে সিঙে আমেৰিকা...

January 8, 2025 7:48 PM

views 31

ৰাচিয়াৰ চাৰাতোফ অঞ্চলত গণড্রোন আক্রমণ চলাই এটা শিল্প উদ্যোগৰ ক্ষতিসাধন ইউক্রেইনৰ সামৰিক বাহিনীৰ

ইউক্রেইনৰ সামৰিক বাহিনীয়ে ৰাচিয়াৰ চাৰাতোফ অঞ্চলত গণড্রোন আক্রমণ চলাই এটা শিল্প উদ্যোগৰ ক্ষতিসাধন কৰে। ইউক্রেইনৰ সেনা বাহিনীৰ জেনেৰেল ষ্টাফে জনোৱা অনুসৰি বিমানঘাটিলৈ ইন্ধনৰ যোগান ধৰা এঞ্জেলছৰ এটা ৰাছিয়ান তেল ডিপোত ইউক্রেইন বাহিনীয়ে আক্ৰমণ কৰে। চাৰাতোফৰ গৱৰ্ণৰ ৰোমান বুছাৰ্গিনে কয়, যে ইউক্রেইনৰ এই...

January 8, 2025 7:45 PM

views 28

মহাকুম্ভ ২০২৫ উপলক্ষে আকাশবাণী আৰু দূৰদৰ্শনৰ বিশেষ গীত মুকলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত মহাকুম্ভ ২০২৫ উপলক্ষে আকাশবাণী আৰু দূৰদৰ্শনৰ বিশেষ গীত মুকলি কৰে। অনুষ্ঠানৰ প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ ছেগল, প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী, দূৰদৰ্শনৰ সঞ্চালক প্রধান কাঞ্চন প্রসাদ, আকাশবাণীৰ সঞ্চালক প্ৰধান প্ৰজ্ঞা...

January 8, 2025 1:52 PM

views 19

ঘন কুঁৱলীৰ বাবে উত্তৰ অঞ্চলত কেইবাখনো ৰে’ল আৰু বিমান যাত্ৰাৰ সময়সূচীত প্ৰভাৱ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি সমগ্ৰ উত্তৰ ভাৰতক ঘন কুঁৱলীয়ে আৱৰি ধৰিছে। আগন্তুক ৩-৪ দিনত পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, হিমাচল প্ৰদেশ আৰু ঝাৰখণ্ডৰ কিছু অঞ্চলত পুৱা আৰু নিশাৰ সময়ত অতি ডাঠ কুঁৱলী পৰাৰ সম্ভাৱনা আছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি পঞ্জাৱ, হাৰিয়ানা- চণ...

January 8, 2025 1:51 PM

views 24

হকী ইণ্ডিয়া লীগ এইচ আই এলত আজি ইউ পি ৰুদ্ৰাছ হায়দৰাবাদ টুফানছৰ বিৰুদ্ধে অৱতীৰ্ণ

হকী ইণ্ডিয়া লীগ এইচ আই এলত যোৱা নিশা ৰৌৰকেলাৰ বীৰছা মুণ্ডা হকী ষ্টেডিয়ামত বেদান্ত কলিংগা লেন্সাৰচে শাচি ৰাৰহ বেংগল টাইগাছক ৬-০ গ'লত পৰাস্ত কৰে। লেন্সাৰ্ছৰ হৈ থিয়ৰী ব্ৰিংকমেনে প্রথম তিনি মিনিটত এটা আৰু ৪৭ মিনিটত আন এটা গ'ল দিয়ে। টেবুল টপাৰ দল হোৱাৰ পিছতো বেংগল টাইগাৰছে লেন্সাৰৰ সৈতে মোকাবিলা কৰিব...

January 8, 2025 1:48 PM

views 22

সৰ্বভাৰতীয়ভাৱে চালক প্রশিক্ষণ প্রতিষ্ঠান স্থাপনৰ বাবে নীতিন গাডকাৰীৰ আঁচনি ঘোষণা

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে সৰ্বভাৰতীয়ভাৱে চালক প্রশিক্ষণ প্রতিষ্ঠান ডিটিআই স্থাপনৰ বাবে এখন আঁচনি ঘোষণা কৰিছে । সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশত দক্ষ চালকৰ অভাৱ দুৰ কৰা আৰু চালকৰ বাবে অধিক প্রশিক্ষণ কেন্দ্র স্থাপনৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ। গাড...

January 8, 2025 1:47 PM

views 26

৩খন নতুন আইন ৰূপায়ণ সন্দৰ্ভত যোগী আদিত্যনাথৰ সৈতে অমিত শ্বাহৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৩ খন নতুন অপৰাধমূলক আইন শাস্তিমুখী নহয়, বৰঞ্চ ভুক্তভোগী কেন্দ্ৰিক আৰু ক্ষিপ্ৰ ন্যায়ৰ উদ্দেশ্যেৰে গঠিত বুলি প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে নতুন দিল্লীত তিনিখন নতুন আইন ৰূপায়ণ সন্দৰ্ভত পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰ...

January 8, 2025 1:45 PM

views 22

নেপাল-তিব্বত সীমান্তত হোৱা ভূমিকম্পত নিহত লোকৰ সংখ্যা ১২৮ লৈ বৃদ্ধি

কালি পুৱা তীব্বতৰ টিংৰি অঞ্চলত অনুভূত ৭ দশমিক ১ প্রাবল্যৰ বিধবংসী ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১২৮ লৈ বৃদ্ধি পাইছে। এভাৰেষ্ট শৃংগৰ পৰা ৭৫ কিলোমিটাৰ উত্তৰত অভিকেন্দ্ৰ থকা এই ভূমিকম্পটোত তীব্ৰবত আৰু নেপালত প্ৰায় ২০০ লোক আহত হয়। চুবুৰীয়া দেশ নেপালত অৱশ্যে এই ভূমিকম্পত কোনো লোকৰ প্ৰাণহানি হোৱা...

January 8, 2025 1:42 PM

views 16

আজিৰে পৰা ভূৱনেশ্বৰত ১৮ সংখ্যক প্রবাসী ভাৰতীয় দিৱসৰ অধিৱেশন

ভূৱনেশ্বৰত আজিৰে পৰা ১৮ সংখ্যক প্রবাসী ভাৰতীয় দিৱসৰ অধিৱেশন আৰম্ভ হৈছে। এই উপলক্ষে ওড়িশা চৰকাৰে ৫০ খন দেশৰ পৰা ভাৰতলৈ অহা প্ৰবাসী ভাৰতীয়- এন আৰ আইৰ সন্মুখত ৰাজ্যখনৰ চহকী সংস্কৃতি আৰু ঐতিহ্য প্ৰদৰ্শন কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ সহযোগত আয়োজন কৰা এই দিৱসত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্...

January 8, 2025 1:40 PM

views 14

এখন দেশ এটা নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত যুটীয়া আজি সংসদীয় সমিতিৰ বৈঠক

এখন দেশ এটা নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত আজি যুটীয়া সংসদীয় সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে আনুষ্ঠানিকভাৱে সংবিধান বিধেয়ক ২০২৪ আৰু কেন্দ্রীয়শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক ২০২৪ হিচাপে বিধেয়ক দুখনৰ নামৰ প্ৰস্তাৱিত কৰা হৈছে। লোকসভাৰ পৰা ২৭ জন আৰু ৰাজ্যসভাৰ পৰা ১২ জন ...