January 8, 2025 1:34 PM

views 25

বিশাখাপট্টমনত আজি প্ৰধানমন্ত্ৰীৰ ২ লাখ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টমনত ২ লাখ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উদ্দেশ্যে উপস্থিত থাকিব। তেওঁ বিশাখাপট্টমনৰ সমীপৰ পোডিমাকাট অত্যাধুনিক এন টি পি চি গ্রীন এনার্জি লিমিটেডৰ গ্রীন হাইড্ৰজেন হাব্ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউ...

January 8, 2025 1:32 PM

views 15

আজিৰে পৰা গোলাঘাট অ’পেন সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ প্রতিযোগিতা

অসম টেনিছ সন্থাৰ তত্বাৱধানত গোলাঘাট টেনিছ ক্লাৱে আয়োজন কৰা গোলাঘাট অ'পেন সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ প্রতিযোগিতাখন আজি আৰম্ভ হ'ব। ল'ৰাৰ ছিংগলছত ক্ৰমে ১০, ১২, ১৪ আৰু ১৮ বছৰ অনুৰ্দ্ধৰ লগতে ছোৱালীৰ ছিংগলছত ক্ৰমে ১০, ১৪ আৰু ১৮ বছৰ অনুৰ্দ্ধৰ ইভেণ্টত প্ৰতিযোগিতাৰ খেলসমূহ অহা ১২ জানুৱাৰীলৈ গোলাঘাট টেনিছ ...

January 8, 2025 1:30 PM

views 15

নতুন দিল্লীত ১৩ পৰা ১৯ জানুৱাৰীলৈ খো খো বিশ্বকাপ ২০২৫

খো খো বিশ্বকাপ ২০২৫, ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত,অনুষ্ঠিত হ'ব । ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া খো খো প্রতিযোগিতাৰ উদ্বোধনী সংস্কৰণত ২০ টা পুৰুষৰ দল আৰু ১৯টা মহিলাৰ দলে প্রতিদ্বন্দ্বিতা কৰিব। পুৰুষ আৰু মহিলা উভয় শাখাৰ বাবে গ্ৰুপ পৰ্...

January 8, 2025 1:27 PM

views 22

শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে প্রয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে এজন শিক্ষক থকা বা এজনো শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে প্রয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ সংশ্লিষ্ট জিলা প্রাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকক নিৰ্দেশ দিছে। জিলা আয়ুক্তৰ অনুমোদনমর্মে জিলা প্রাথমিক শিক্ষা বিষয়া অথবা বিদ্যালয় পৰিদৰ্শক সকলে এনে ব...

January 8, 2025 1:25 PM

views 26

নতুন দিল্লীত ৩৭ খনতকৈ অধিক দেশৰ ৰাষ্ট্রদূত আৰু বাণিজ্যিক প্ৰতিনিধিক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত বিনিয়োগকাৰী শীৰ্ষ সন্মিলন-এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত ৩৭ খনতকৈ অধিক দেশৰ ৰাষ্ট্রদূত আৰু বাণিজ্যিক প্ৰতিনিধিসকলক কালি সাক্ষাৎ কৰে । সাক্ষাৎকালত ড° শৰ্মাই কয়, যে এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে চুবুৰীয়া দেশসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষে...

January 8, 2025 1:24 PM

views 21

অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সমীপত হেলিপেড স্থাপনৰ পৰামৰ্শ পীয়ুষ গোৱেলৰ

অসমৰ কৃষি, ৰেচম, খাদ্য প্ৰ-সংস্কৰণ, মীন পালন, জলজ কৃষিৰ লগতে কেইবাটাও খণ্ডত বিনিয়োগৰ ব্যাপক সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ অধিক সংখ্যক পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সমীপত হেলিপেড স্থাপন কৰিবলৈ পৰামৰ্শ দিয়ে। কালি মুখ্য...

January 8, 2025 1:22 PM

views 9

তিনিচুকীয়াত কেইবাখনো আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ বনৱাৰীলাল বাৰ্মাৰ

দুদিনীয়া ভ্রমণসূচীৰে তিনিচুকীয়ালৈ অহা কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাহক পৰিক্ৰমা তথা সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী বনৱাৰীলাল বাৰ্মাই আজি জিলাখনত কেইবাখনো আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ পুৱা তিনিচুকীয়া অসামৰিক চিকিৎ‍সালয়ত শাৰীৰিকভাৱে বাধাগ্রস্তসকলৰ বাবে স্থাপন কৰা ‘মিছন থটফুল তিন...

January 8, 2025 1:19 PM

views 13

শিৱসাগৱৰত গুণোৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে কেইবাখনো বিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰীৰ

শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জিলাখনত গুণোৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে। ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত গুণোৎসৱৰ আজি তৃতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি শিৱসাগৰ নগৰৰ ২ নম্বৰ টাউন প্রাইমেৰী বালিকা বিদ্যালয়ৰ প্ৰাতঃ সভাত মন্ত্ৰীগৰাকীয়ে ভা...

January 8, 2025 1:38 PM

views 32

প্ৰতিকূল পৰিস্থিতিৰ মাজতো উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত

ডিমা হাচাও জিলাৰ উমৰাংছ'ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত শ্ৰমিকজন নেপালৰ উদয়পুৰ জিলাৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ বুলি চিনাক্ত কৰা হৈছে। নৌসেনা ডুবাৰু, এন ডি আৰ এফ, এছ ডি আৰ এফে বাকীকেইজন শ্ৰমিকক উদ্ধাৰৰ বাবে প্ৰতিকুল বতৰকো নেওচি অভিযান অব্যাহত ৰাখিছে। যোৱা নিশা প্ৰতিকূল ...

January 7, 2025 9:14 PM

views 19

উমৰাংছ’ৰ কয়লা খনিত আবদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান অব্যাহত

ডিমা হাচাও জিলাৰ উমৰাংছ'ৰ কয়লা খনিত আবদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ৩০ জনীয়া আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ ৮ জনীয়া দলৰ লগতে নৌ সেনাৰ ডুবাৰুসকলে উদ্ধাৰ অভিযান পূর্ণগতিত চলাই আছে। উদ্ধাৰ অভিযানত নিয়োজিত দলে প্ৰকাশ কৰা অনুসৰি খনিটোৰ ভিতৰৰ পানী প্ৰা...