January 20, 2025 12:55 PM

views 22

ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ভাৰতীয় ডাক বিভাগৰ বিশেষ অনুষ্ঠান

ভাৰতীয় ডাক বিভাগে ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি নতুন দিল্লীত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। যোগাযোগ মন্ত্ৰ্যালয়ে সদৰি কৰা অনুসৰি ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়ত তিনিদিনীয়া কাৰ্যসূচীৰ এই অনুষ্ঠানৰ জৰিয়তে সংবিধানত লিপিবদ্ধ প্ৰমূল্যসমূহ প্ৰতিফলিত কৰাৰ লক্ষ্য লোৱা হৈছ...

January 20, 2025 12:52 PM

views 31

দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন

দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। ৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে মুঠ ৭১৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। নতুন দিল্লী বিধানসভা আসনখনৰ বাবে সৰ্বাধিক ২৩ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। পেটেল নগৰ আৰু কস্তুৰবা নগৰৰ আসন দুখনৰ বাবে ৫ গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয...

January 20, 2025 12:50 PM

views 23

ছুইজাৰলেণ্ডৰ দাভোছত আজি ৫৫ সংখ্যক বিশ্ব অর্থনৈতিক মঞ্চৰ বাৰ্ষিক সভা

ছুইজাৰলেণ্ডৰ দাভোছত আজি ৫৫ সংখ্যক বিশ্ব অর্থনৈতিক মঞ্চৰ বাৰ্ষিক সভা আৰম্ভ হ'ব। পাঁচদিনীয়া কাৰ্যসূচীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে কেন্দ্ৰীয় আৰু কেন্দ্ৰ ৰাজ্য মন্ত্ৰীসকল ক্ৰমে চি আৰ পাটিল, কে ৰামমোহন নাইডু, চিৰাগ পাছোৱান আৰু জয়ন্ত চৌধুৰীয়ে ভাৰতক প্রতিনিধিত্ব কৰিব। গুৰুত্বপূৰ্ণ ...

January 20, 2025 12:48 PM

views 31

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত ১৭ জন লোকৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে ১১ জনীয়া বিশেষ অনুসন্ধানকাৰী দল গঠন

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই কয়, যে ৰাজৌৰী জিলাৰ বাধল গাঁৱত যোৱা ৪৫ দিনত ১৭ জন লোকৰ অস্বাভাৱিক মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ধাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে। শ্রীসিনহাই কয়, যে স্বাস্থ্য আৰু অন্যান্য বিভাগৰ যুটীয়া অনুসন্ধান চলি আছে যদিও এই মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিব হোৱা নাই। আৰক্ষীয়ে এই মৃ...

January 19, 2025 9:18 PM

views 14

ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা দলৰ খো খো বিশ্বকাপ ২০২৫ৰ খিতাপ দখল

ইতিহাস ৰচি ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা দলে খো খো বিশ্বকাপ ২০২৫ৰ উদ্বোধনী খিতাপ দখল। দুয়োটা দলে  ফাইনেলত নেপালক পৰাস্ত কৰে।  নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ ২০২৫ৰ অন্তিমখন খেলত নেপাল মহিলা দলৰ বিৰুদ্ধে ৭৮-৪০ ব্যৱধানত  জয় নিশ্চিত কৰে টিম ইণ্ডিয়াই। পুৰুষৰ দলটোৱে চু...

January 19, 2025 8:59 PM

views 36

ষ্টাৰ্ট আপ সংস্কৃতি কেৱল ডাঙৰ ডাঙৰ চহৰতে সীমাবদ্ধ হৈ থকা নাই, বৰং এই সংস্কৃতি দেশৰ দ্বিতীয় আৰু তৃতীয় স্তৰৰ মহানগৰলৈ সম্প্ৰসাৰিত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ষ্টাৰ্ট আপ ইণ্ডিয়াৰ ৯ বছৰ সম্পূৰ্ণ হোৱা প্ৰসংগত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানৰ ১১৮ সংখ্যক খণ্ডত কয়, যে দেশৰ ষ্টাৰ্ট আপ সংস্কৃতি কেৱল ডাঙৰ ডাঙৰ চহৰতে সীমাবদ্ধ হৈ থকা নাই। বৰং এই সংস্কৃতি জনসংখ্যা আৰু অৰ্থনৈতিক বিকাশক লৈ চিহ্নিত কৰা দ্বিতীয় আৰু তৃতীয় স্তৰৰ মহানগৰলৈ সম্প্ৰসা...

January 19, 2025 8:54 PM

views 22

এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ কৰ্মকৰ্তাসকলক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিবাদন জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী এন ডি আৰ এফৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ সাহসী কৰ্মকৰ্তাসকলক অভিবাদন জনায়। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রীমোদীয়ে এন ডি আৰ এফৰ কৰ্মকৰ্তাসকলৰ সাহস, নিষ্ঠা তথা নিস্বাৰ্থ সেৱাৰ শলাগ লয়। দুৰ্যোগৰ প্রতি জনোৱা সঁহাৰি...

January 19, 2025 8:52 PM

views 35

ইজৰাইল আৰু হামাছৰ মাজত প্ৰথম পৰ্যায়ৰ যুদ্ধ বিৰতি চুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ

ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ মাজত প্ৰথম পৰ্যায়ৰ যুদ্ধ বিৰতি চুক্তি আজি গাজাৰ স্থানীয় সময় অনুসৰি দিনৰ ১১ বাজি ১৫ মিনিটত অর্থাৎ নিৰ্ধাৰিত সময়তকৈ ৩ ঘণ্টা পলমকৈ আৰম্ভ হয়। আন্তঃৰাষ্ট্ৰীয় মান সময় অনুসৰি পুৱা চাৰে ৬ বজা আৰু গাজাৰ স্থানীয় সময় অনুসৰি পুৱা চাৰে ৮ বজাত এই কাৰ্যসূচী আৰ...

January 19, 2025 8:50 PM

views 38

ভাৰত গতিশীলতা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী ২০২৫-ত ২২টা পৃথক সংস্থাৰ ৫৬ বিধ নতুন সামগ্ৰী মুকলি

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰত গতিশীলতা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী ২০২৫-ত ২২টা পৃথক সংস্থাৰ ৫৬ বিধ নতুন সামগ্ৰী মুকলি কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীত কেইবাখনো শেহতীয়া বাহন, অত্যাধুনিক যান-বাহন সম্পৰ্কীয় প্রযুক্তি তথা ছুপাৰ বাইক, চাৰিচকীয়া বাহন, বাছ ...

January 19, 2025 8:46 PM

views 15

ভাৰতীয় সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ডাক বিভাগৰ নতুন দিল্লীত বিশেষ অনুষ্ঠান

ভাৰতীয় সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ডাক বিভাগে কাইলৈ নতুন দিল্লীত তিনিদিনীয়া কাৰ্যসূচীৰে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। যোগাযোগ মন্ত্ৰ্যালয়ে সদৰি কৰা অনুসৰি এই অনুষ্ঠানৰ জৰিয়তে সংবিধানত লিপিবদ্ধ প্ৰমূল্যসমূহ প্ৰতিফলিত কৰাৰ লক্ষ্য লোৱা হৈছে। তদুপৰি নাগৰিকসকলৰ মনত ৰাষ্ট্ৰীয়...