January 20, 2025 1:16 PM

views 19

গ্রীণ এণ্ড গ্রীণ ইণ্ডিয়াৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট আৰু মাজুলীত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন

আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থা গ্রীণ এণ্ড গ্রীণ ইণ্ডিয়াৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট আৰু মাজুলীত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। অহা ২৫ আৰু ২৬ জানুৱাৰীত যোৰহাটৰ চাউলুং চ্যুকাফা আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আৰু ২৭ জানুৱাৰীত মাজুলীত হ'বলগীয়া এই সন্মিলনত দেশ-বিদেশৰ ...

January 20, 2025 1:14 PM

views 24

ধেমাজিৰ মাছখোৱাত আজি অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ চতুর্থ বার্ষিক অধিবেশন

ধেমাজিৰ মাছখোৱাত আজি হ'বলগীয়া অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ চতুর্থ বার্ষিক অধিবেশনত আকাশবাণী গুৱাহাটী কেন্দ্ৰক অনুপ্ৰেৰণা বঁটা ২০২৫ আগবঢ়োৱা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ নিয়মীয়া শ্রোতা তথা পত্ৰলেখক বঁটা দেৰগাঁৱৰ মন্টু বৰুৱা, লখিমপুৰৰ শান্তিৰাণী নাথ বৰুৱা আৰু ধেমাজিৰ দেবদত্তলৈ আগবঢ়োৱা হ'ব। শ্রেষ্ঠ ...

January 20, 2025 1:12 PM

views 29

আই আই টি গুৱাহাটীত পেন আই আই টি ৱৰ্ল্ড অব্ টেকন’লজি মিট ২০২৫ শীৰ্ষক অনুষ্ঠান

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটীত কাইলৈ পেন আই আই টি ৱৰ্ল্ড অব্ টেকন'লজি মিট ২০২৫ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিষ্ঠানটোৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত হ'বলগীয়া প্ৰযুক্তি বিদ্যা সম্পৰ্কীয় এই সন্মিলনখন কাইলৈ পুৱা ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড° ৰবি এছ কোটাই আ...

January 20, 2025 1:11 PM

views 20

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ড° ৰঞ্জিত কুমাৰ বৰুৱাৰ একক প্ৰদৰ্শনী উদ্বোধন

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি বিশিষ্ট লেখক, চিন্তাবিদ ময়ুৰ বৰাই বিখ্যাত চিত্র ভাস্কর্য শিল্পী তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰঞ্জিত কুমাৰ বৰুৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ পৰিক্ৰমাক লৈ অংকন কৰা এলানি চিত্ৰৰ একক প্ৰদৰ্শনী উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত ভাষণ দি ম...

January 20, 2025 1:09 PM

views 23

ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহ সংগ্রহ ৫০ শতাংশ পর্যন্ত বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

২০১৮-১৯ বিত্তীয় বৰ্ষৰ তুলনাত শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহ সংগ্রহ ৫০ শতাংশ পর্যন্ত বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি ২০১৮-১৯ বৰ্ষত অসম চৰকাৰৰ মুঠ নিজা ৰাজহ ২৪ হাজাৰ ১৪৬ কোটি টকা আৰু ২০২০-২১ বৰ্ষত ২০ হাজাৰ ৩৩ কোটি আছিল যদিও ২০২১-...

January 20, 2025 1:07 PM

views 24

দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ যোৱা ড° হিমন্ত বিশ্ব শৰ্মা কালি ছিউলত উপস্থিত

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা কালি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত উপস্থিত হয়। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যৰে দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰীয়ে কালি দক্ষিণ কোৰিয়া চৰকাৰৰ বিভিন্ন প্ৰ...

January 20, 2025 1:06 PM

views 16

খো খো বিশ্বকাপৰ উভয় শাখাতেই চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ভাৰতৰ ইতিহাস ৰচনা

প্ৰথমবাৰলৈ অনুষ্ঠিত খো খো বিশ্বকাপৰ পুৰুষ আৰু মহিলা উভয় শাখাতেই চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ভাৰতে ইতিহাস ৰচনা কৰিছে। ভাৰতীয় পুৰুষ দলটোৱে ফাইনেলত নেপালক ৫৪-৩৬ পইণ্টৰ ব্যৱধানত আৰু মহিলা দলে নেপালকেই ৭৮-৪০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাত অদমনীয় প্ৰদৰ্শনেৰে ভাৰতৰ পুৰুষ দলটোৱে গ্ৰ...

January 20, 2025 1:04 PM

views 20

ছেইফ আলী খানৰ আক্ৰমণৰ গোচৰত শ্বৰিফুল ইছলাম ছেহজাদক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

বলীউদ অভিনেতা ছেইফ আলী খানৰ আক্ৰমণৰ গোচৰত মুম্বাইৰ এখন আদালতে অভিযুক্ত বাংলাদেশৰ নাগৰিক শ্বৰিফুল ইছলাম ছেহজাদক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। অভিনেতাজনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ বুলি উল্লেখ কৰি অভিযুক্তজনক ১৪ দিনৰ জিম্মাত বিচৰা হৈছিল যদিও আদালতে ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ দ...

January 20, 2025 1:00 PM

views 13

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই ইয়াৰ ব্যক্তিগত তথ্য পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সৰল কৰি তুলিছে

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই ইয়াৰ সদস্যসকলৰ ব্যক্তিগত তথ্য পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সৰল কৰি তুলিছে। সার্বজনীন একাউণ্ট নম্বৰ আধাৰৰ জৰিয়তে সংযুক্ত কৰি বৈধ বিবেচিত সদস্যসকলে নিজৰ তথ্য যেনে জন্মৰ তাৰিখ, লিংগ, ৰাষ্ট্ৰীয়তা, পিতৃ-মাতৃৰ নাম, চাকৰিত যোগদান আৰু অৱসৰৰ তাৰিখ আদি তথ্য প্রতিলিপি দাখিল নকৰাকৈ ...

January 20, 2025 12:57 PM

views 26

আকাশবাণীৰ পাব্লিক স্পীকত আজি নিশা পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত এলানি বিশেষ আলোচনা সম্প্ৰচাৰ

বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব মেহমুদ আহমেদ আৰু পৰিবহণ বিশেষজ্ঞ অনিল চিকাৰাৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰ...