January 30, 2025 8:40 PM

views 34

পৰহিলৈ পৰা নতুন দিল্লীত বিশ্ব গ্রন্থমেলা

নতুন দিল্লীৰ ভাৰত মণ্ডপমত পৰহিলৈ বিশ্ব গ্রন্থমেলা আৰম্ভ হ'ব। এই বছৰৰ বিশ্ব গ্ৰন্থমেলাৰ মূল বিষয় হৈছে- আমি ভাৰতৰ জনসাধাৰণ। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি এই বিষয়টো গ্ৰহণ কৰা হৈছে। ৯ দিনীয়াকৈ আয়োজিত এই গ্রন্থমেলা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুই উদ্বোধন কৰিব। নেচনেল বুক ট্রাষ্...

January 30, 2025 7:02 PM

views 39

মহাকুম্ভ মেলাত অমৃত স্নানত অংশ ল’বলৈ যোৱা তিনিচুকীয়া জিলাৰ দুগৰাকী মহিলা সন্ধানহীন

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অমৃত স্নানত অংশ ল'বলৈ যোৱা তিনিচুকীয়া জিলাৰ দুগৰাকী মহিলা সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত তিনিচুকীয়া আৰক্ষী আৰু অসম আৰক্ষীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে কালি মেলাথলীত পদপিষ্ট হৈ অসমৰ এগৰাকী ব্য...

January 30, 2025 7:01 PM

views 8

দীপালি বৰঠাকুৰৰ ৮৪ সংখ্যক জন্মবার্ষিকীত শিল্পীগৰাকীলৈ অনুৰাগীসকলৰ শ্রদ্ধা জ্ঞাপন

পদ্মশ্ৰী সন্মানেৰে বিভূষিত সুৱদী কণ্ঠশিল্পী দীপালি বৰঠাকুৰৰ আজি ৮৪ সংখ্যক জন্মবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীসকলে শ্রদ্ধা জ্ঞাপন কৰিছে। কোনো কোনো স্থানত শিল্পীগৰাকীয়ে কণ্ঠদান কৰা গীতৰ প্ৰতিযোগিতা আৰু সংগীতানুষ্ঠানৰ আয়োজন কৰা হয়। ১৯৪১ চনৰ ৩০ জানুৱাৰীত তেতিয়াৰ শিৱসাগৰ জিলাৰ সোণাৰি...

January 30, 2025 6:58 PM

views 11

আজিৰে পৰা ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱসৰ কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাসমূহত আজিৰে পৰা ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মাজুলী জিলাৰ গড়মূৰ পীতাম্বৰ দেৱ জিলা চিকিৎসালয়ৰ নাৰ্ছিং স্কুলত ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ লগতে জিলা ...

January 30, 2025 6:56 PM

views 12

২৫ জানুৱাৰীৰ দৃষ্টিপাতত প্ৰচাৰিত অনুষ্ঠানটো আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা কাইলৈ পুনৰ প্ৰচাৰ

যোৱা ২৫ জানুৱাৰীৰ নিশা আমাৰ কেন্দ্ৰৰ দৃষ্টিপাতত প্ৰচাৰিত এই বছৰৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সংক্রান্তীয় বিশেষ আলোচনাৰ অনুষ্ঠানটো আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা কাইলৈ দিনৰ ১১ বজাত পুনৰ প্ৰচাৰৰ দিহা কৰা হৈছে। শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মনত উদ্ৰেক হোৱা ভালেমান বিষয় সন্দৰ্ভত এই অন...

January 30, 2025 6:41 PM

views 29

কাইলৈৰ পৰা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

বজালী জিলাৰ পাঠশালাত কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই অধিবেশনৰ কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে উৎসাহ উদ্দীপনাৰ পৰিবেশে বিৰাজ কৰিছে। অধিবেশনৰ আদৰণি সমিতিয়ে সাহিত্য সভাৰ এই অধিবেশনৰ অংশ হিচাপে বজালী শীর্ষক...

January 30, 2025 6:39 PM

views 24

সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত মহাত্মা গান্ধীৰ মৃত্যু দিৱস পালন

সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় ছহিদ দিৱস উপলক্ষে জনতা ভৱনত আয়োজিত কাৰ্যসূচীত ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ লগতে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবসহ শীর্ষ আমোলা উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছেও গুৱাহাটীৰ ৰাজীৱ ভৱনত ৰাষ...

January 30, 2025 6:37 PM

views 25

কামৰূপ মহানগৰ জিলাৰ ১৯ গৰাকী অৱসৰ ল’বলগীয়া শিক্ষক-কর্মচাৰীক নথি-পত্ৰ প্রদান

কামৰূপ মহানগৰ জিলাৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ পৰা কাইলৈ অৱসৰ গ্ৰহণ কৰিবলগীয়া প্ৰধান শিক্ষক, বিষয় শিক্ষক, সহকাৰী শিক্ষক তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকে ধৰি মুঠ ১৯ গৰাকীক আজি পেন্সন সম্বন্ধীয় প্রয়োজনীয় নথি-পত্ৰসমূহ প্ৰদান কৰা হয়। গুৱাহাটীৰ পাণবজাৰত আয়োজিত অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সম...

January 30, 2025 6:35 PM

views 41

৭ গৰাকী বিশিষ্ট ব্যক্তিক অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান প্ৰদান

অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান সদস্য মহীয়ানৰ লগতে সাহিত্যাচার্য সন্মান আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভাই সাহিত্যিক তথা অধ্যাপক থানেশ্বৰ শৰ্মা আৰু অধ্যাপক মহেশ্বৰ হাজৰিকাক সদস্য মহীয়ান সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত সাহিত্যিক আন...

January 30, 2025 8:38 PM

views 27

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ প্ৰথমটো পদক অৰ্জন

উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত উশ্বুৰ জৰিয়তে অসমে প্ৰথমটো পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। উশ্বু খেলুৱৈ ছনমা ব্ৰহ্মই অসমক ৰূপৰ পদক উপহাৰ দিয়ে। ইপিনে ৰাষ্ট্ৰীয় ক্রীড়াৰ ফুটবলত অসমে জয়ৰে অভিযান আৰম্ভ কৰিছে। আজি অনুষ্ঠিত গ্ৰুপৰ খেলত অসমে শক্তিশালী গোৱাক ৩-২ গ'লত পৰাস...