January 30, 2025 8:58 PM

views 22

ইন্দ্ৰেশ্বৰ কলিতাক দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাজ্যৰ আবকাৰি বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাক বিশেষ ন্যায়াধীশৰ আদালতে দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰিছে। উপাৰ্জনতকৈ ৯৫ শতাংশৰো অধিক সা-সম্পত্তি অৰ্জনৰ অভিযোগত তদাৰকী কোষে অভিযুক্ত কলিতাক কালি গ্ৰেপ্তাৰ কৰিছিল। ইয়া...

January 30, 2025 8:57 PM

views 31

শ্ৰীভূমি জিলাৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন অশোক সিংহলৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে আজি শ্ৰীভূমি জিলাৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়খন পৰিদৰ্শনৰ অন্তত মন্ত্ৰী শ্ৰীসিংহলে জিলা আয়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জিলাখনত মাতৃ আৰু শিশুৰ মৃত্যু বিষয়টো বৈঠ...

January 30, 2025 8:55 PM

views 15

কটন বিশ্ববিদ্যালয়ত যুৱ অংশগ্ৰহণ প্রকল্প শীৰ্ষক অনুষ্ঠানৰ আয়োজন

স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী এন চি চিয়ে আজি কটন বিশ্ববিদ্যালয়ত যুৱ অংশগ্ৰহণ প্রকল্প শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্রী নন্দিতা গাৰ্লোছা, এন চি চিৰ উত্ত...

January 30, 2025 8:53 PM

views 25

ৰাজ্যৰ বিভিন্ন স্থানত ৭০ সংখ্যক লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা

ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু গুৱাহাটী ক্রীড়া সন্থাৰ যৌথ উদ্যোগত ৰাজ্যৰ বিভিন্ন স্থানত এইবাৰ ৭০ সংখ্যক লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা চলি আছে। ক্লাষ্টাৰ পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আজি কেইবাখনো খেল আয়োজিত হয়। মৰিগাঁও মণ্ডলৰ খেলত জিলাখনৰ ৮টা দলে অংশগ্ৰহণ কৰিছে। মৰিগাঁও জিলা ক্রীড়...

January 30, 2025 8:51 PM

views 21

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে সর্বদলীয় বৈঠক অনুষ্ঠিত

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে নতুন দিল্লীৰ সংসদ ভৱনত আজি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত বাজেট অধিবেশনৰ কাম-কাজসমূহ নিয়াৰিকৈ চলাই নিবৰ বাবে চৰকাৰে সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰে। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজুৱে কয়, যে বাজেট অধিবেশনৰ আৰম্ভণিতে ...

January 30, 2025 8:50 PM

views 11

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে আকাশবাণীত সংসদ কে সমক্ষ মুডে আৰু ইছ্যুজ বিফ’ৰ পালিয়ামেন্ট শীর্ষক বিশেষ আলোচনাৰ অনুষ্ঠান প্ৰচাৰ

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে আকাশবাণীৰ বাতৰি সেৱা বিভাগে আজি সংসদ কে সমক্ষ মুডে আৰু ইছ্যুজ বিফ'ৰ পালিয়ামেন্ট শীর্ষক এটা বিশেষ আলোচনাৰ অনুষ্ঠান প্ৰচাৰ কৰিব। সংসদ কে সমক্ষ মুডে শীর্ষক হিন্দী ভাষাৰ অনুষ্ঠানটি আকাশবাণী গোল্ডৰ ১০০.১ মেগাহার্টজ আৰু অতিৰিক্ত ফ্রিকুৱেন্সিসমূহত নিশা চাৰে ৯ বজাত শুনিবলৈ পোৱা য...

January 30, 2025 8:48 PM

views 23

নতুন দিল্লীৰ গান্ধী স্মৃতিত সর্বধর্ম প্রার্থনা সভাত উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে নতুন দিল্লীৰ গান্ধী স্মৃতিত এখন সর্বধর্ম প্রার্থনা সভাত ভাগ লয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে গান্ধীজীৰ মৃত্যু বার্ষিকীত তেওঁৰ প্রতি শ্রদ্ধা নিবেদন কৰে। শ্রী মোদীয়ে এটা বার্তাত কয়, ...

January 30, 2025 8:47 PM

views 16

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

৫ ফেব্ৰুৱাৰীত হ'বলগীয়া ৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। প্রায় আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি-পৰি লাগিছে। বিজেপি, আম আদমী পার্টী আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে দলীয় প্রার্থীৰ হকে জনসাধাৰণৰ সমৰ্থন আদায়ৰ বাবে জনসভা আৰু ৰোড শ্ব'ত অংশ...

January 30, 2025 8:45 PM

views 28

উত্তৰ প্ৰদেশৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানৰ মহাকুম্ভৰ সংগমঘাট পৰিদৰ্শন

উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব মনোজ কুমাৰ সিং আৰু আৰক্ষী সঞ্চালক প্রধান প্রশান্ত কুমাৰে আজি প্ৰয়াগৰাজৰ মহাকুম্ভৰ সংগমঘাট পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। এই পৰিদৰ্শন কালত বিষয়া দুগৰাকীয়ে মেলা ক্ষেত্ৰৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। মেলা বিষয়া বিজয় কিৰণ আনন্দ আৰু উপ-মহাপৰিদৰ্শক বৈভৱ কৃষ্ণই ...

January 30, 2025 8:43 PM

views 32

দিল্লী বিশ্ববিদ্যালয়ত বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষার্থীসকলৰ সৈতে ড° এছ জয়শংকৰৰ মতবিনিময়

বৈদেশীক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে আজি দিল্লী বিশ্ববিদ্যালয়ত বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষার্থীসকলৰ সৈতে এটা মতবিনিময় অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানত ড° জয়শংকৰে শিক্ষার্থীসকলক উদ্দেশ্যি কয়, যে যুৱ চামৰ অবিহনে বিকশিত ভাৰতৰ পৰিকল্পনা কেতিয়াও সম্ভৱ নহয়। তেওঁ যুৱক-যুৱতীসকলক শিক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গ...