February 1, 2025 6:10 PM

views 20

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

আজি ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিশাল উপকূল ৰক্ষাৰ ক্ষেত্ৰত এই শক্তিৰ সাহস, নিষ্ঠা, আৰু অদম্য সতর্কতাৰ বাবে প্ৰশংসা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে কয় যে সামুদ্রিক সুৰক্ষাৰ পৰা দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱালৈকে, চোৰাংচোৱা বিৰোধী অভিযানৰ প...

February 1, 2025 1:15 PM

views 28

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ঔদ্যোগীক আৰু বিনিয়োগ অনুকূল ৰাজ্য হিচাপে অসমৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাৰ বাবে অসম ষ্টার্টআপ আৰু উদ্ভাৱন নীতি ২০২৫, অসম মহাকাশ আৰু প্ৰতিৰক্ষামূলক সাম...

February 1, 2025 1:10 PM

views 18

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ২০২৫- ২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অর্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড০ বিপুল কুমাৰ ৰাভা, ষ্টাৰ্ট আপ উদ্যমী প্ৰণৱ তালুকদাৰ ...

February 1, 2025 1:07 PM

views 14

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন

বজালী জিলাৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাই মূল পতাকা উত্তোলন কৰাৰ লগতে আন বিশিষ্ট ব্যক্তিসকলে পতাকা বেদীৰ প্ৰথম চক্ৰত ৭৭ খন আৰু দ্বিতীয় চক্ৰত ১০৮ খন পতাকা উত্তোলন কৰে। উল্লেখযোগ্...

February 1, 2025 1:06 PM

views 11

মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ আবেদনৰ সময়সীমা ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি

মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ আবেদন গ্ৰহণৰ সময়সীমা অহা ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। এই পৰ্যায়ত অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে ডিজিটেল প্ৰক্ৰিয়াৰে বন্দবস্তি, মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা, পূৰ্বৰ গ্ৰাম্য কিন্তু পৰৱৰ্তীকালত নগৰাঞ্চল হিচাপে ঘোষিত এলেকাত দখলিস্বত্ব থ...

February 1, 2025 1:05 PM

views 42

অহা ২৪ ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান, সমষ্টিভিত্তিক নৃত্য প্ৰশিক্ষণৰ সামৰণি

গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে অহা ২৪ ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ বাবে যোৱা ২৮ জানুৱাৰীৰ পৰা বিধানসভা সমষ্টি ভিত্তিত চলা ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণৰ কালি সামৰণি পৰে। এই উপলক্ষে কালি গোলাঘাট জিলাৰ বোকাখাট বিধানসভা সমষ...

February 1, 2025 1:02 PM

views 25

ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ আজিৰে পৰা ১০ ফেব্ৰুৱাৰীলৈ অন্ন সেৱা দিন

ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে আজিৰে পৰা ১০ ফেব্ৰুৱাৰীলৈ অন্ন সেৱা দিনৰ কাৰ্যসূচী হাতত লৈছে। খাদ্য সুৰক্ষা সুনিশ্চিতকৰণৰ লক্ষ্যৰে এই বিশেষ দিনকেইটাত প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীৰ বাবে অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত প্ৰতিমাহে প্ৰতিটো পৰিয়াললৈ ৩৫ কিলোগ...

February 1, 2025 1:01 PM

views 17

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব

বৰঝাৰৰ আঞ্চলিক বতৰবিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৫ ডিগ্ৰী চেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৩ ডিগ্রী চেলছিয়াছৰ আশে-পাশে থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্...

February 1, 2025 12:26 PM

views 11

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা বিশ্ব গ্ৰন্থমেলা

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা বিশ্ব গ্ৰন্থমেলা। এই বছৰৰ বিশ্ব গ্ৰন্থমেলাৰ মূল বিষয় হৈছে– আমি ভাৰতৰ জনসাধাৰণ। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি এই বিষয়টো গ্ৰহণ কৰা হৈছে।  নেচনেল বুক ট্ৰাষ্টৰ সঞ্চালক যুৱৰাজ মালিকে আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা-বতৰাত কয়, যে এইবাৰৰ বি...

February 1, 2025 12:24 PM

views 18

দিল্লী বিধানসভা নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত

৭০জনীয়া দিল্লী বিধানসভা নির্বাচনলৈ মাজত মাত্র তিনি দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে। প্রায় আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি-পৰি লাগিছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে দলীয় প্রার্থীৰ হকে জনসাধাৰণৰ সমৰ্থন আদায়ৰ বাবে...