February 1, 2025 7:38 PM

views 10

বাজেটত কৃত্রিম বুদ্ধিমত্তাৰ উৎকর্ষ সাধন কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মুঠ ৫০০ কোটি টকা ব্যয়ৰে শিক্ষাৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ উৎকর্ষ সাধন কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। সংসদত আজি ২০২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰি শ্ৰীমতী সীতাৰমণে কয়, যে চৰকাৰে ২০২৩ চনত কৃষি, স্বাস্থ্য আৰু বহনক্ষম মহানগৰৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ তিনিটা উৎকর্...

February 1, 2025 7:14 PM

views 9

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত কেইবাগৰাকীও খেলুৱৈৰ পদক অৰ্জন

উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অংশগ্ৰহণ কৰা অসমৰ কেইবাগৰাকীও খেলুৱৈয়ে আজি পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। ভাৰোত্তলনত সুদিত্য বৰুৱাই ৮৯ কিলোগ্রাম শাখাত ৰূপৰ পদক লাভ কৰিছে। একেদৰে সাঁতোৰতো সুন্দৰ প্ৰদৰ্শনেৰে অসমে একাধিক পদক অর্জন কৰাৰ বাতৰি আমালৈ আহিছে। পুৰুষৰ ২০০ মিটাৰ...

February 1, 2025 7:09 PM

views 16

অসম মহাবিদ্যালয় গ্রন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী উদযাপন

অসম মহাবিদ্যালয় গ্রন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী উপলক্ষে আজি ধুবুৰী জিলাৰ বিলাসীপাৰা মহাবিদ্যালয়ৰ উদ্যোগত গ্ৰন্থৰ শোভাযাত্ৰা আয়োজন কৰা হয়। অসম মহাবিদ্যালয় গ্রন্থাগাৰিক সংস্থাৰ প্ৰাক্তন সভাপতি শ্ৰীমন্ত মাধৱ বৰাই গ্ৰন্থাগাৰলৈ যাও ব'লক, পঢ়ি যোৱা-বাঢ়ি যোৱা আদি শ্লোগানেৰে উলিওৱা এই শোভাযাত্রা উ...

February 1, 2025 7:07 PM

views 22

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ আজি দ্বিতীয় দিন

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ আজি দ্বিতীয় দিনা অনুষ্ঠিত গ্রন্থ উন্মোচনী সভা সাহিত্য একাডেমী বঁটাপ্রাপক সাহিত্যিক নন্দেশ্বৰ দৈমাৰীয়ে উদ্বোধন কৰে। অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত হাজৰিকাই সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাখনত আদৰণি সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে আদৰ...

February 1, 2025 6:57 PM

views 12

প্রাগজ্যোতিষপুৰ চিকিৎ‍সা মহাবিদ্যালয়ৰ বহিঃবিভাগ সেৱা মুকলি

অসমৰ স্বাস্থ্য খণ্ডত নৱীনতম সংযোজন প্রাগজ্যোতিষপুৰ চিকিৎ‍সা মহাবিদ্যালয়ৰ বহিঃবিভাগ সেৱা আজিৰেপৰা কার্যক্ষম হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ চতুৰ্দশ আৰু গুৱাহাটীৰ দ্বিতীয়খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগ সেৱা ৰাইজৰ বাবে মুকলি কৰি দিছে। প্রায় ৫০০ কোটি টকা ব্যয়সাপেক্ষে নি...

February 1, 2025 6:51 PM

views 12

কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত কাৰ্বি নৱবৰ্ষ পালন

কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত আজি কাৰ্বি নৱবৰ্ষ পালন কৰা হয়। ইংৰাজী বৰ্ষৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰীত কাৰ্বি নৱবৰ্ষৰ পহিলা মাহ থাংথাং আৰম্ভ হয়। কাৰ্বিসকলৰ কৃষিকৰ্মৰ পৰিক্ৰমা এই সময়ৰ পৰা আৰম্ভ হোৱাৰ সূত্ৰে এই মাহটোৱে বিশেষ তাৎপর্য বহন কৰে। কাৰ্বি নিংকানকিমি অর্থাৎ কাৰ্বি নৱবৰ্ষ উপলক্ষে কাৰ্বি কু...

February 1, 2025 6:27 PM

views 18

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কপিলী নৈৰ দলং মুকলি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাত জাগীৰোড-মৰিগাঁও সংযোগী ৭১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা ৭৩ কোটি টকা ব্যয়সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰ্মাণ কৰা কপিলী নৈৰ দলংখন মুকলি কৰে। এই দলংখনে মৰিগাঁও জিলাৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাত প্ৰভূত পৰিৱৰ্তন আনিব বুলি ড° শৰ্মাই আস্থা প...

February 1, 2025 6:22 PM

views 13

লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি লোকসভাত দেশৰ মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ লক্ষ্যৰে আৰু বৃহৎ অর্থনৈতিক সংস্কাৰৰ ঘোষণাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত দাখিল কৰা আজিৰ বাজেটত শিশু, মহিলা, কৃষক আৰু উদ্যমী সকলৰ কাৰণে বিশেষ প্...

February 1, 2025 6:19 PM

views 12

ইউৰোপীয় আউটড’ৰ চেম্পিয়নশ্বিপৰ ৬০ মিটাৰ হাৰ্ডলছত ভাৰতৰ তেজছ শ্বিৰ্ছেৰ ৰূপৰ পদক

ইউৰোপীয় আউটড'ৰ চেম্পিয়নশ্বিপত যোৱা নিশা ফ্ৰান্সৰ মিটিং মিৰামাছ মেট্ৰ'পলত অনুষ্ঠিত পুৰুষৰ ৬০ মিটাৰ হাৰ্ডলছত ভাৰতৰ তেজছ শ্বিৰ্ছেই ৰূপৰ পদক লাভ কৰে। ইয়াৰ উপৰিও তেওঁ ৭.৬৪ ছেকেণ্ডৰ সময়েৰে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয় আৰু নিজৰ পূৰ্বৰ শ্ৰেষ্ঠ ৭.৬৫ ছেকেণ্ড সময় ভংগ কৰে। স্পেইনৰ এনৰিকে ল'পিছে...

February 1, 2025 6:14 PM

views 16

আমেৰিকাৰ উত্তৰ-পূব ফিলাডেলফিয়াত বিমান দুর্ঘটনাগ্ৰস্ত, বহু লোক নিহত হোৱাৰ আশংকা

আমেৰিকাত যোৱা নিশা উত্তৰ-পূব ফিলাডেলফিয়াত এখন বিমান দুর্ঘটনাগ্ৰস্ত হোৱাত বহু লোক নিহত হোৱাৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাটোৰ ফলত বৃহৎ অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে অতি জৰুৰীকালীন অৱস্থাৰো সৃষ্টি হোৱাৰো আশংকা কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ৰ'নহাৰ্ষ্টৰ আৱাসিক চুবুৰীৰ ৰুজভেল্ট মলৰ সমীপত এই দুর্ঘটনা সংঘটিত হ...