February 2, 2025 11:44 AM

views 69

কৰ্কট ৰোগৰ চিকিৎসা সহজলভ্য কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

কৰ্কট ৰোগৰ চিকিৎসা সহজলভ্য কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বৰ্হিঃ বিভাগ সেৱা মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যত ২০২৯ চনলৈ মুঠ ২৪ খন চিকিৎসা মহাবিদ্যালয়...

February 2, 2025 11:41 AM

views 341

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত নতুনকৈ ৭৫ হাজাৰ যুৱক-যুৱতীক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত নতুনকৈ ৭৫ হাজাৰ যুৱক-যুৱতীক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আঁচনিখনৰ অধীনত ৭৫ হাজাৰ যুৱক-যুৱতীক প্ৰাৰম্ভিক আর্থিক সাহায্য প্ৰদানৰ বাবে নাম পঞ্জীয়ন প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছত কালি...

February 2, 2025 11:33 AM

views 17

উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ ১২ টা পদক লাভ

অসমে উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত বৰ্তমানলৈকে ১২ টা পদক লাভ কৰিছে। অসমে কালি ৩টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰে ভিতৰত অসমে সাঁতোৰত দুটা, ভাৰোত্তলনত আৰু উদ্ভুত একোটাকৈ পদক অৰ্জন কৰে। বিক্ৰম চাংমাই পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক লাভ কৰে আৰু মহিলাৰ একেটা শিতানত আস্থা ...

February 2, 2025 11:27 AM

views 54

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক দেশৰ প্ৰগতিৰ পৰিৱৰ্তনকামী পদক্ষেপ বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক দেশৰ প্ৰগতিৰ পৰিৱৰ্তনকামী পদক্ষেপ বুলি অভিহিত কৰিছে। এই বাজেটে বিকশিত ভাৰতৰ লক্ষ্যৰ প্ৰতি দেশৰ যাত্ৰাক ত্বৰান্বিত কৰিব বুলিও তেওঁ উল্লেখ কৰে। এই বাজেটে কৃত্রিম বুদ্ধিমত্তা, পুতলা নির্মাণ, কৃষি, জোতা-চেণ্ডেল, খাদ্য প্রসংস্কৰণকে ধৰি বিভিন্...

February 2, 2025 11:21 AM

views 20

২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কৃষি, গ্ৰামাঞ্চলৰ সমৃদ্ধি, নগৰীয়া বিকাশ আৰু নিৰন্তৰ সংস্কাৰত  বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিশেষ গুৰুত্ব আৰোপ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কৃষি, গ্ৰামাঞ্চলৰ সমৃদ্ধি, নগৰীয়া বিকাশ আৰু নিৰন্তৰ সংস্কাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। সংসদত বাজেট উত্থাপন কৰাৰ পাছত নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, যে বাজেট...

February 2, 2025 11:17 AM

views 27

নামৰূপত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিকটন উৎপাদনক্ষম ইউৰিয়া প্রকল্প স্থাপনৰ কথা কেন্দ্রীয় বিত্ত মন্ত্রীৰ ঘোষণা

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কালি সংসদত ২০২৫-২৬ বৰ্ষৰ বাজেট উত্থাপন কৰি নামৰূপত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিকটন উৎপাদনক্ষম ইউৰিয়া প্রকল্প স্থাপনৰ কথা ঘোষণা কৰে। এই ইউৰিয়া প্ৰকল্পটো উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ চৌহদত স্থাপন কৰা হ'ব।...

February 1, 2025 7:57 PM

views 23

নতুন দিল্লীত বিশ্ব গ্রন্থমেলা মুকলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

কিতাপ পঢ়া মাথো অভিৰুচিয়ে নহয়, বৰং পৰিৱৰ্তনকাৰী অভিজ্ঞতা বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি নতুন দিল্লী বিশ্ব গ্রন্থমেলা মুকলি কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ভিন ভিন ভাষা-সংস্কৃতিৰ গ্ৰন্থ পঢ়াৰ অভ্যাসে অঞ্চল আৰু সম্প্ৰদায়ৰ মাজত সেতু গঢ়ি তোলে। তেও...

February 1, 2025 7:53 PM

views 37

২০২৫-২৬ বৰ্ষৰ বাজেট সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰতিক্ৰিয়া

কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে ২০২৫-২৬ বৰ্ষৰ বাজেট ঘোষণা কৰা কপাহ উৎপাদনশীলতা অভিযানে কপাহৰ উৎপাদনে নহয় কপাহৰ মানো বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্ৰী চৌহানে কয়, যে উচ্চ মানৰ কপাহ উৎপাদনৰ বাবে আঁহৰ প্ৰসংস্কৰণ আৰু দীর্ঘস্থায়ী প্রাকৃতিক আঁহ ...

February 1, 2025 7:46 PM

views 19

২০২৫ বৰ্ষৰ বাজেটক কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ আদৰণি

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই ২০২৫ বৰ্ষৰ দেশৰ বাজেটক আদৰণি জনাইছে। তেওঁ কৈছে যে এইবাৰৰ বাজেট দেশৰ ১৪০ কোটি জনতাক আশা-আকাংক্ষা আৰু সপোনক বাস্তৱায়িত কৰাৰ ভৱিষ্যদর্শী পৰিকল্পনা। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত তেওঁ কয়, যে চাৰিটা চালিকা শক্তি- কৃষি, অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ...

February 1, 2025 7:42 PM

views 23

কেন্দ্রীয় বাজেটে ১৪০ কোটি জনতাৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিছে : প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫-২৬ চনৰ কেন্দ্রীয় বাজেটে ১৪০ কোটি জনতাৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰাৰ বাবে থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে বুলি প্ৰকাশ কৰিছে। বাজেট সম্পৰ্কত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে দেশৰ বিকাশৰ যাত্ৰাৰ বাবে এইবাৰৰ বাজেটক এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলিও ...