February 2, 2025 7:35 PM
38
মঙলদৈ টাউন ক্লাবৰ শতবৰ্ষ উপলক্ষে অসমভিত্তিক চাইকেল চালনা প্রতিযোগিতা অনুষ্ঠিত
দৰং জিলাৰ মঙলদৈ টাউন ক্লাবৰ দুদিনীয়া শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা অসমভিত্তিক চাইকেল চালনা প্রতিযোগিতাৰ আয়োজন কৰা হয়। প্রতিযোগিতাত গুৱাহাটীৰ সুমন জ্যোতি দাসে প্রথম স্থান দখল কৰে। ৰাজ্যিক ভলীবল খেলুৱৈ গোবিন্দ বাগলাৰীয়ে ...