February 2, 2025 8:49 PM

views 17

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত শ্বুটাৰ অশ্বী চৌকচেয়ে মহিলাৰ ৫০ মিটাৰ ৰাইফলত ৰাষ্ট্ৰীয় অভিলেখ ভংগ

এছিয়ান গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা শ্বুটাৰ অশ্বী চৌকচেয়ে আজি মহিলাৰ ৫০ মিটাৰ ৰাইফলত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত উত্তৰ প্ৰদেশৰ শ্বুটাৰগৰাকী সোণৰ পদক লাভ কৰাৰ দিশে আগবাঢ়িছে। ২২ বছৰীয়া খেলুৱৈগৰাকীয়ে ২০২৩ চনত হাংঝৌত হোৱা এছিয়ান গেমছত ১০ মিটাৰ এয়াৰ ৰাই...

February 2, 2025 8:41 PM

views 21

আপ দলৰ কৰ্মীক আক্ৰমণৰ অভিযোগ তুলি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ মুখ্য নির্বাচনী বিষয়ালৈ পত্র

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কাইলৈ বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ সামৰণিৰ দিব চমু চাপি অহাৰ লগে লগে ৰাজনৈতিকত দলসমূহে ভোটদাতাসকলৰ মন জয়কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে মুখ্য নির্বাচনী বিষয়ালৈ এখন পত্র লিখি বিজেপি কর্মকর্তা তথা দিল্ল...

February 2, 2025 8:33 PM

views 19

আম আদমী পাৰ্টীয়ে হতাশাৰ বলি হৈ প্ৰতি ঘণ্টাতে নতুন আঁচনি ঘোষণা কৰে বুলি জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিযোগ

আম আদমী পাৰ্টীয়ে হতাশাৰ বলি হৈ প্ৰতি ঘণ্টাতে নতুন আঁচনি ঘোষণা কৰে বুলি জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিযোগ তোলে। নতুন দিল্লীৰ আৰ কে পুৰমত অনুষ্ঠিত এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে কয়, যে আপ দলে ভুৱা ঘোষণা কৰিছে। বিগত ১১ বছৰ আপ দলে অপচয় কৰা বুলি উল্লেখ কৰি তেওঁ কয়, যে ...

February 2, 2025 8:30 PM

views 21

ভাৰত আৰু ইণ্ডোনেছিয়াৰ সম্পৰ্ক কেৱল ভু-ৰাজনৈতিক নহয়, এই সম্পৰ্ক হাজাৰ বছৰ পুৰণি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

ভাৰত আৰু ইণ্ডোনেছিয়াৰ সম্পৰ্ক কেৱল ভু-ৰাজনৈতিক নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উল্লেখ কৰিছে। তেওঁ কয়, যে দেশ দুখনৰ সম্পৰ্ক হাজাৰ বছৰ পুৰণি। ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্রীসনাতন ধর্ম আলায়মৰ মহাকুম্বভিছেগমত দিয়া ভাষণত তেওঁ কয়, যে দুয়োখন দেশ সংস্কৃতি, সভ্যতাৰ এনাজৰী তথা আধ্যাত্মিকতাৰ ডো...

February 2, 2025 8:24 PM

views 27

নতুন দিল্লীৰ আকাশবাণী ভৱনত হৰ কণ্ঠ মে ভাৰত শীৰ্ষক বিশেষ ধ্রুপদী সংগীতৰ অনুষ্ঠান মুকলি

সাংস্কৃতিক মন্ত্র্যালয়ে আকাশবাণীৰ সহযোগত আজি নতুন দিল্লীৰ আকাশবাণী ভৱনত হৰ কণ্ঠ মে ভাৰত শীৰ্ষক এটা বিশেষ ধ্রুপদী সংগীতৰ অনুষ্ঠান মুকলি কৰে। আজিৰ পৰা অহা ১৬ ফেব্ৰুৱাৰীলৈ আকাশবাণীৰ ২১টা কেন্দ্ৰৰ পৰা পুৱা  ৯-৩০ বজাৰ পৰা ১০ বজালৈ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ হ'ব। সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ সচিব অৰুনি...

February 2, 2025 8:19 PM

views 13

বিগত দশকটোত ভাৰতত উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে বুলি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ফিলেমন য়াঙৰ মত প্ৰকাশ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ফিলেমন য়াঙে বিগত দশকটোত ভাৰতত উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে বুলি মত প্ৰকাশ কৰে। তেওঁ কয়, যে অহা ৪ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰি তেওঁ ডিজিটেল আৰু প্ৰযুক্তিগত উদ্ভাৱনে এই পৰিৱৰ্তনত যোগোৱা অৰিহনাৰ আভাস লাভ কৰিব। সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ বিশ্বৰ সৰ্ববৃ...

February 2, 2025 8:14 PM

views 28

কেন্দ্ৰীয় বাজেটত গভীৰ সমুদ্ৰ অভিযানৰ বাবে ৬০০ কোটি টকা মঞ্জুৰে ভাৰতৰ সমুদ্ৰ অভিযান ত্বৰান্বিত কৰিছে

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে গভীৰ সমুদ্ৰ অভিযানৰ বাবে ৬০০ কোটি টকা মঞ্জুৰ কৰাৰ লগে লগে ভাৰতৰ সমুদ্ৰ অভিযান ত্বৰান্বিত হোৱাৰ দিশে আগবাঢ়িছে। ভাৰতে বিশেষভাবে নির্মিত সমুদ্রযান নামৰ এখন ছাবমেৰিনত বৈজ্ঞানিকক প্ৰেৰণ কৰি সমুদ্ৰৰ গভীৰত অন্বেষণ চলোৱাৰ লক্ষ্য লৈছে। এই অভিযানৰ জৰিয়তে সমুদ্ৰৰ গভীৰতলিৰ জোখ-ম...

February 2, 2025 7:52 PM

views 45

তৰুণ কবি অভিজিত গগৈলৈ অসম সাহিত্য সভাৰ যুৱ বঁটা ঘোষণা

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ তৃতীয় দিনা পুৱা ধ্রুপদী অসমীয়া ভাষা শীর্ষক এখন আলোচনা চক্ৰৰে আজিৰ কাৰ্যক্ৰমণিকাৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৰ্পনা কোঁৱৰে উদ্বোধন কৰা আলোচনাসত্ৰখন গুৱাহাটী বিশ্ববিদ্য...

February 2, 2025 7:46 PM

views 46

মন্ত্ৰী বিমল বৰাৰ ADVANTAGE ASSAMৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি পৰ্যালোচনা বৈঠক

উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই ADVANTAGE ASSAM শীৰ্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। সন্মিলনখন সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে বৈঠকখনত পৰিকল্পনা প্রস্তুত কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰৰ ভাৱাদৰ্শৰ সৈতে সংগতি ৰাখি প্ৰস্...

February 2, 2025 7:38 PM

views 27

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ ৩২ সংখ্যক অধিৱেশন বিভিন্ন বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ ৩২ সংখ্যক অধিৱেশনৰ তৃতীয় দিনা আজি বিভিন্ন বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। যোৱা ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত অধিৱেশনৰ আজি অন্তিম দিনা ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে মুকলি সভাও অনুষ্ঠিত হয়। আজি সন্ধিয়া মহিলাসকলে গুৰুজনা ৰচিত ভাওনা প্ৰদৰ্শন কৰিব। ভ...