February 3, 2025 12:24 PM

views 11

ৰাষ্ট্ৰীয় ক্রীড়াত এতিয়ালৈ অসমৰ ১৩টা পদক লাভ

ৰাষ্ট্ৰীয় ক্রীড়াত এই পর্যন্ত ১৩টা পদক লাভ কৰি অসমে জয়যাত্রা অক্ষুন্ন ৰাখিছে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ কেইবাটাও শিতানত অসমে প্রতিদ্বন্দ্বিতা আগবঢ়াব। বক্সিঙৰ ৫১ কিলোগ্রাম তলৰ শাখাত গৌৰৱ মজুমদাৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব। পুৰুষৰ লন বলত অসম উত্তৰাখণ্ডৰ মুখামুখি হোৱাৰ লগতে মহিলা শাখাত অসম-দিল্লী মুখাম...

February 3, 2025 12:22 PM

views 13

ভাৰত-ইংলেণ্ডৰ টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত ১৫০ ৰানত জয় ভাৰতৰ

যোৱা নিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত পুৰুষৰ টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ অন্তিমখন খেলত ১৫০ ৰানৰ ব্যৱধানত ভাৰতে জয়লাভ কৰে। এই জয়ৰ দ্বাৰা ভাৰতে পাঁচখনীয়া শৃংখলাত ৪-১ ফলাফল লাভ কৰিবলৈ সমৰ্থ হয়। কালিৰ খেলখনত ভাৰতে ২৪৮ ৰানৰ টার্গেট বান্ধি দিছিল যদিও ১০ অভাৰ আৰু তিন...

February 3, 2025 12:20 PM

views 13

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ দশমিক ৩ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১২ দশমিক ২ ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ...

February 3, 2025 12:18 PM

views 20

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰৰ আজি অন্তিম দিন

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। ইয়াৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীখনত বিজেপি, আপ আৰু কংগ্ৰেছ দলৰ নেতা তথা তাৰকা প্ৰচাৰকসকলে ভোটাৰৰ মন জয় কৰিবলৈ ৰোড শ্ব’, জনসভা আৰু ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। এইবাৰৰ নিৰ্বাচনত ৬৯৯ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। ১ কোটি ৫৬ লাখতকৈও অধ...

February 3, 2025 12:17 PM

views 10

প্ৰয়াগৰাজৰ মহাকুম্ভত বসন্ত পঞ্চমী উপলক্ষে তৃতীয় অমৃত স্নান আৰম্ভ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত বসন্ত পঞ্চমী উপলক্ষে তৃতীয় অমৃত স্নান অনুষ্ঠিত হৈছে। এই অমৃত স্নান মহাকুম্ভৰ অতি গুৰুত্বপূৰ্ণ আৰু পৱিত্ৰ ধৰ্মীয় আচাৰ বুলি গণ্য কৰা হয়। যোৱা ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তি উপলক্ষে প্ৰথমবাৰ অমৃত স্নান হোৱাৰ পাছত যোৱা ২৯ জানুৱাৰীত মৌনী অমাৱস্যা উপলক্ষে দ্বিতী...

February 3, 2025 12:16 PM

views 17

যুৱ সমাজক ৰাষ্ট্ৰবিৰোধী ভাৱধাৰাৰ পৰা বিৰত থাকিবলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে দেশত লাখ লাখ অবৈধ প্রবাসী নাই আৰু দেশৰ জনগাঁথনি সলনি কৰিব পৰাকৈ ৰাজনৈতিক নিৰ্বাচনত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিয়া নহয়। তেওঁ যুৱ সমাজক ৰাষ্ট্ৰ বিৰোধী ভাৱধাৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। চার্টার্ড একাউণ্টছ অৱ ইণ্ডিয়া প্রতিষ্ঠানে কালি দিল্লীত আয়োজন কৰা ৱৰ্ল্ড ফ...

February 3, 2025 12:15 PM

views 8

ভূপাল সাহিত্য আৰু কলা মহোৎসৱৰ সামৰণি

ভূপাল সাহিত্য আৰু কলা মহোৎসৱৰ কালি সামৰণি পৰে। সামৰণী অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজুৱে অংশগ্ৰহণ কৰে। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত শ্রীজাজুৱে যুৱ প্ৰজন্মক পঢ়া-শুনাৰ লগতে সৃষ্টিমূলক কার্যত নিজকে অধিক ব্যস্ত কৰি ৰখাৰ বাবে আহ্বান জনায়। সামৰণী অনুষ্ঠানত এই মহোৎস...

February 3, 2025 12:13 PM

views 14

কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে কেন্দ্ৰীয় সকলো কাৰ্যসূচী স্থবিৰ কৰি ৰাজনৈতিক প্রতিশোধত লিপ্ত হৈছে বুলি এইচ ডি কুমাৰাস্বামীৰ অভিযোগ

গধুৰ উদ্যোগ আৰু তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে কালি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে কেন্দ্ৰীয় সকলো কাৰ্যসূচী স্থবিৰ কৰি ৰাজনৈতিক প্রতিশোধৰ কামত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন কৰে। কালি হাছানত সংবাদ মাধ্যমৰ সন্মুখত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে মংগালুৰুৰ কুদ্ৰেমুখ লোহা কাৰখানা বন্ধ কৰাৰ ষড়যন্ত্ৰ...

February 3, 2025 12:12 PM

views 11

ডেভিছ কাপৰ প্ৰথম পৰ্যায়ৰ বাবে ভাৰতীয় টেনিছ দলৰ যোগ্যতা অৰ্জন

ভাৰতীয় টেনিছ দলে নতুন দিল্লীৰ ডি এল টি এ কমপ্লেক্সত কালি অনুষ্ঠিত প্রথম বিশ্ব গ্রুপ প্লে অফত ট’গ'ক ৪-০ ফলাফলত পৰাস্ত কৰি ডেভিছ কাপ ২০২৫ৰ প্ৰথম পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰে। এন শ্ৰীৰাম বালাজী আৰু ঋত্বিক বলিপালীয়ে এম’লাপা টিংগৌ আকোমলো আৰু হোদ’আবালো ইছাক পাডিঅ'ক ৬-২, ৬-১ ফলাফলত পৰাস্ত কৰি জয়লাভ ক...

February 3, 2025 12:10 PM

views 11

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবলত গোৱাক ৩-১ গ’লত পৰাস্ত জামছেদপুৰ ফুটবল ক্লাবৰ

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবলত জামছেদপুৰৰ জে আৰ ডি টাটা স্প'ৰ্টছ কমপ্লেক্সত কালি জামছেদপুৰ ফুটবল ক্লাবে গোৱাক ৩-১ গ'লত পৰাস্ত কৰি তালিকাত দ্বিতীয় স্থান দখল কৰিবলৈ সমৰ্থ হয়। অহা বৃহস্পতিবাৰে ফুটবল ক্লাব গোৱাই ওড়িশা ফুটবল ক্লাবৰ বিৰুদ্ধে খেলিব।