February 4, 2025 12:09 PM

views 11

ছিৰিয়াত গাড়ী বোমা বিস্ফোৰণত ২০গৰাকী লোকৰ মৃত্যু

ছিৰিয়াত কালি এটা গাড়ী বোমা বিস্ফোৰণত কমেও ২০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। নিহতসকলৰ সৰহ সংখ্যকেই মহিলা। মনবিজ অঞ্চলত হোৱা বিস্ফোৰণটোত আন ১৫গৰাকী যুৱতী-মহিলাও আহত হয়। আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি প্রশাসনে প্রকাশ কৰিছে। এইটো হৈছে মনবিজ অঞ্চলত শেহতীয়া তিনিটা দিনত সংঘটিত দ্বিতীয়টো এনে গাড়ী ...

February 4, 2025 12:08 PM

views 9

নতুন দিল্লীত ছাংহাই সহযোগিতা সংস্থাৰ সচিব প্রধান নুৰলান য়েৰমেকবায়েভ

ছাংহাই সহযোগিতা সংস্থাৰ সচিব প্রধান নুৰলান য়েৰমেকবায়েভ আজি নতুন দিল্লীত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কয়, যে তেওঁৰ এই ভ্রমণে দেশৰ আঞ্চলিক সহযোগিতা, সুৰক্ষা বৃদ্ধিৰ লগতে বাণিজ্য আৰু অৰ্থনৈতিক বিকাশত দেশখনৰ প্ৰতিশ্ৰুতিবদ্ধতাক চিহ্নিত কৰিছে। শ্ৰী...

February 4, 2025 12:06 PM

views 12

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাক্তন সেনা বিষয়া নিহত

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত এগৰাকী প্ৰাক্তন সেনা বিষয়া নিহত হয়। নিৰাপত্তা সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি সন্ত্ৰাসবাদীৰ এটা দলে কুলগাম জিলাৰ বেহিবাগ অঞ্চলত প্ৰাক্তন সেনা বিষয়া, তেওঁৰ পত্নী আৰু কন্যাক উদ্দেশ্যি আক্ৰমণ কৰে। এই ঘটনাৰ পাছতেই আহত তিনিওগৰাকীকে ততাতৈয়াকৈ চিকিৎসা...

February 4, 2025 12:05 PM

views 11

শ্রীলংকাৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

শ্রীলংকাই আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। কলম্বোৰ ইণ্ডিপেণ্ডেন্স স্কুৱেৰত এই দিৱসৰ চৰকাৰী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অন্যান্য চহৰসমূহতো এই দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ দিহা কৰা হৈছে। ৰাষ্ট্ৰৰ পুনৰুজ্জীৱিতকৰণৰ দিশে নতুন দৃষ্টিভংগীৰে দেশখনে ইয়াৰ নতুন চৰকাৰৰ অধীনত আজি ৭৭ সংখ্যক স্বাধীনতা...

February 4, 2025 12:03 PM

views 16

ছিংগাপুৰ স্মেছ বিশ্ব টেবুল টেনিছ প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰত আজি ভাৰতৰ মানুষ শ্বাহ-দিয়া চিতালৰ যুটি

ছিংগাপুৰত অনুষ্ঠিত ছিংগাপুৰ স্মেছ বিশ্ব টেবুল টেনিছ প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত আজি ভাৰতৰ মানুষ শ্বাহ আৰু দিয়া চিতালে- মেক্সিকোৰ মাৰ্কছ মেড্ৰিড আৰু অৰান্তছা কোছিঅ’ যুটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৩.৩০ বজাত আৰম্ভ হ'ব। আনহাতে মহিলাৰ দ্বৈত শাখাত ভাৰতৰ অহিকা মুখার্জী আৰু সুতিৰ্থা মুখার...

February 4, 2025 12:02 PM

views 13

চেন্নাই অ’পেন এটিপি টেনিছ প্রতিযোগিতাত ষষ্ঠ বাছনিৰ শ্ব’ শিমাবুকুৰ’ক পৰাস্ত ইটালীৰ জেক’বা বেৰেটিনীৰ

চেন্নাই অ'পেন এটিপি টেনিছ প্রতিযোগিতাৰ এখন খেলত বিশ্ব ৰেংকিঙৰ ৩২৪ নম্বৰ স্থানৰ খেলুৱৈ ইটালীৰ জেক'বা বেৰেটিনীয়ে প্ৰতিযোগিতাৰ ষষ্ঠ বাছনিৰ শ্ব' শিমাবুকুৰ'ক পৰাস্ত কৰিছে। খেলখনত বেৰেটিনী ৬-৩, ৭-৬ৰ পোনপটীয়া ছেটত জয়ী হয়। আন এখন খেলত, পঞ্চম বাছনিৰ জাপানৰ শিণ্টাৰ' মচিযুকিয়ে ইটালীৰ এনৰিক' ডাল্লা ৱেল্লেক...

February 3, 2025 8:32 PM

views 21

ৰাহুল গান্ধীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ বিষয়ে ইচ্ছাকৃতভাৱে মিথ্যাৰ আশ্ৰয় লোৱা বুলি বৈদেশিক মন্ত্ৰীৰ অভিযোগ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে বিগত বৰ্ষৰ ডিচেম্বৰত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ বিষয়ে ইচ্ছাকৃতভাৱে মিথ্যাৰ আশ্ৰয় লোৱা বুলি অভিযোগ তোলে। সামাজিক বিষয়টো আলোচনা হোৱা নাছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনে ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰাটো সৰ্বজন বিদিত বু...

February 3, 2025 8:28 PM

views 15

দেশত নিবনুৱাৰ হাৰ ৫ বছৰ পূৰ্বৰ ৬ শতাংশৰ তুলনাত ৩.২ শতাংশলৈ হ্ৰাস হৈছে : শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যমন্ত্রী

চৰকাৰে লোকসভাত সদৰি কৰিছে যে, বিগত বিত্তীয় বৰ্ষৰ সময়ছোৱাত ৫ বছৰ পূৰ্বৰ ৬ শতাংশৰ তুলনাত ৩ দশমিক ২ শতাংশলৈ নিবনুৱাৰ হাৰ হ্ৰাস হৈছে। শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যমন্ত্রী শোভা কাৰাণ্ডলাজেয়ে এটা লিখিত উত্তৰত জনোৱা অনুসৰি শেহতীয়া পৰ্যায়ক্ৰমৰ শ্ৰম শক্তি সমীক্ষাত ১৫ বছৰ তথা তাতকৈ অধিক বয়সৰ লোকৰ মাজত নিব...

February 3, 2025 8:25 PM

views 15

পি এম ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত এতিয়ালৈ দেশত ৬ লাখতকৈ অধিক লোকৰ আবেদন

যোৱা বছৰৰ ৩ অক্টোবৰত পি এম ইণ্টাৰ্ণশ্বিপ আঁচনি মুকলি হোৱাৰ পাছত এতিয়ালৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৬ লাখতকৈ অধিক লোকে আবেদন জনোৱা বুলি চৰকাৰে আজি প্ৰকাশ কৰিছে। লোকসভাত এটা লিখিত উত্তৰত কো অপাৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী হৰ্ষ মলহোত্রাই কয়, যে ১ লাখ ২৭ হাজাৰ লোকক ইতিমধ্যে এই আঁচনিৰ লাভালাভ প্ৰদান...

February 3, 2025 8:00 PM

views 9

ৰাজ্যসভাত সদনৰ যুটীয়া অধিবেশনত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত আজি সদনৰ যুটীয়া অধিবেশনত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। বিজেপিৰ সদস্য কিৰণ চৌধুৰীয়ে কয়, যে চৰকাৰে কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ উদ্দেশ্যে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয়, যে দেশ সম্প্রতি প্রকৃত অৰ্থত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দে...