February 4, 2025 1:01 PM

views 12

নগাঁৱৰ ছাপানালাৰ ছম্পাৱতী জলপ্ৰপাতৰ ওচৰত কাইলৈৰ পৰা দুদিনীয়াকৈ মহাকুণ্ডমেলা

নগাঁও জিলাৰ ছাপানালাৰ ছম্পাৱতী জলপ্ৰপাতৰ ওচৰত কাইলৈৰ পৰা দুদিনীয়াকৈ মহাকুণ্ডমেলাৰ আয়োজন কৰা হৈছে। মেলা উদযাপন সমিতিয়ে প্ৰকাশ কৰা মতে এই মেলাত অংশ ল'বলগীয়া লোকসকলৰ সুবিধাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নগাঁও জিলাৰ পুৰণি গুডামৰ গড়মূৰ তিনিআলিৰ পৰা ১৫ কিলোমিটাৰ পূব দিশত অৱস্থিত প্রাকৃতিক সৌন্দ...

February 4, 2025 1:00 PM

views 21

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কাইলৈৰ পৰা চাৰিদিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কাইলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ কলা-সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফ'কেলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত আয়োজিত এই মহোৎসৱত আফ্ৰিকাক কেন্দ্ৰীয় বিষয় হিচাপে লোৱা হৈছে। ভ...

February 4, 2025 12:58 PM

views 11

ৰহাত অনুষ্ঠিত মাছৰ আণৱিক শ্রেণী বিভাজনৰ সাদিনীয়া প্ৰশিক্ষণৰ সামৰণি

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ৰহা মীন মহাবিদ্যালয় আৰু ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ তথা উত্তৰাখণ্ডৰ শীতল জল মৎস্য গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত ৰহাত অনুষ্ঠিত মাছৰ আণৱিক শ্রেণী বিভাজনৰ সাদিনীয়া প্ৰশিক্ষণৰ কালি সামৰণি পৰে। ২৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত এই প্ৰশিক্ষণৰ অসম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, পশ্চিম...

February 4, 2025 12:56 PM

views 13

ৰাজ্যত দুটা গ্ৰীন ফিল্ড বিমানবন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ লাভ কেন্দ্ৰীয় অসামৰিক পৰিবহণ মন্ত্ৰ্যালয়ৰ

কেন্দ্ৰীয় অসামৰিক পৰিবহণ মন্ত্ৰ্যালয়ে ৰাজ্যখনত দুটা গ্ৰীন ফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে প্ৰস্তাৱ লাভ কৰিছে। ৰাজ্যসভাত কালি এটা প্ৰশ্নৰ উত্তৰত অসামৰিক বিমান পৰিবহণ ৰাজ্য মন্ত্ৰী মুৰলীধৰ মোহনে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে ২১টা গ্ৰীন ফিল্ড বিমানবন্দৰ নিৰ্মাণ...

February 4, 2025 12:55 PM

views 8

আই এছ এল ফুটবলত ওড়িশা ফুটবল ক্লাব আৰু আৰু নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ খেল ড্ৰ’

আই এছ এল ফুটবল প্রতিযোগিতাত কালি সন্ধিয়া ওড়িশাৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত ওড়িশা ফুটবল ক্লাব আৰু আৰু নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মাজৰ খেলখন ২-২ গ'লত অমীংমাসিত হৈ ৰয়। নৰ্থ-ইষ্ট ইউনাইটেডৰ হৈ আলাদ্দিন আজাৰায়ে খেলখনৰ ৬৭ মিনিটত প্ৰথমটো গ'ল দিয়ে। খেলখনৰ ৭৮ মিনিটত ওড়িশাৰ থৈবা সিং মৈৰাংথেমে এটা গ...

February 4, 2025 12:53 PM

views 21

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ দশমিক ৪ ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজ...

February 4, 2025 12:14 PM

views 27

দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণ, অহা শনিবাৰে ভোটগণনা

৭০ জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হৈ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। এইবাৰৰ নিৰ্বাচনত ১ কোটি ৫৬ লাখ ভোটদাতাই ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। কালি সন্ধিয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি প...

February 4, 2025 12:13 PM

views 20

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ-ভোটগণনাৰ দিনকেইটাত মেট্ৰ’ ৰে’লসেৱা পুৱা ৪ বজাৰ পৰা আৰম্ভ হ’ব

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ভোটগণনা দিনকেইটাত নিৰ্বাচনী দায়িত্বত নিয়োগ কৰা লোকসকলৰ সহায়ক হোৱাকৈ দিল্লী মেট্ৰ’ ৰেল সেৱা পুৱা ৪ বজাত আৰম্ভ হ'ব। এই দিনকেইটাত পুৱা ৪ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে ৰে'লসমূহ চলাচল কৰিব আৰু ইয়াৰ পাছত বাকী সময়ছোৱাত পূৰ্বৰ দৰে এই সেৱা অব্যাহ...

February 4, 2025 12:12 PM

views 11

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা

লোকসভাত কালি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাকালত বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিৰ ভাষণ বিগত বৰ্ষৰ সৈতে একেই আছে বুলি মন্তব্য কৰে। নিবনুৱা সমস্যা সমাধানত চৰকাৰ বিফল হোৱাৰ অভিযোগ কৰি বিষয়টোত চৰকাৰে অধিক গুৰুত্ব দিব লাগে বুলি তেওঁ উল্লে...

February 4, 2025 12:10 PM

views 17

ওড়িশাৰ ৫৯টা ষ্টেচনক অমৃত ষ্টেচন হিচাপে উন্নীত কৰা হ’বঃ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ

ওড়িশাৰ ৫৯টা ষ্টেচনক অমৃত ষ্টেচন হিচাপে উন্নীত কৰা হ'ব বুলি কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। মন্ত্ৰালয়ে এই প্ৰকল্পৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষত ২ হাজাৰ ৩৭৯ কোটি টকাৰ আবণ্টন দিছে। অমৃত ষ্টেচনলৈ উন্নীত কৰিবলগীয়া ষ্টেচনসমূহৰ ভিতৰত ভুৱনেশ্বৰ নিউ, মাঞ্চেশ্বৰ, কটক, ৰুৰকেল্লা, অংগুল, ধ...