February 3, 2025 7:53 PM

views 17

মৎস্য পালকৰ উন্নয়নত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

মৎস্য পালকসকলৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে বিশ্ব বেংকৰ বিত্তীয় যোগানৰ জৰিয়তে গঢ়ি উঠা আপাৰ্ট প্ৰকল্পৰ সহায়ত গহপুৰ এফ পি চিয়ে শেহতীয়াকৈ ৪ লাখ মাছৰ পোনা ৰপ্তানি কৰিছে। ইয়াৰ জৰিয়তে মৎস্য পালকসকলৰ উপার্জন বৃ...

February 3, 2025 7:48 PM

views 33

গোলাঘাটৰ ডনবস্ক’ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্রীড়া সপ্তাহ তথা সাংস্কৃতিক সমাৰোহত মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

কৃষি মন্ত্ৰী অতুল বৰাই আজি গোলাঘাটৰ ডনবস্ক’ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্রীড়া সপ্তাহ তথা সাংস্কৃতিক সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। শৈক্ষিক উৎকৰ্ষতাৰ উপৰি শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক প্ৰতিভা বিকাশৰ ক্ষেত্ৰত লোৱা প্ৰয়াসৰ বাবে মন্ত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠানখনৰ শলাগ লয়। তেওঁ লগতে শিক্ষার্থীসকলক শিক...

February 3, 2025 7:44 PM

views 40

উচ্চ শিক্ষা বিভাগ, শিক্ষা খণ্ডৰ কেইবাটাও বিভাগৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আজি বিদ্যালয় শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগকে ধৰি শিক্ষা খণ্ডৰ কেইবাটাও বিভাগৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটৰ সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি বৈঠকত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট প্রস্তাৱ সন্দৰ্ভতো ...

February 3, 2025 7:39 PM

views 19

মালিগাঁৱৰ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সাংবাদিকৰে মত বিনিময়

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৰে'ল মন্ত্ৰালয়ৰ আৱণ্টনৰ পৰিমাণ বিগত বিত্তীয় বৰ্ষৰ বাজেটতকৈ ৪৭ শতাংশ বৃদ্ধি কৰা হৈছে। ২০২৪-২৫ বৰ্ষত অঞ্চলটোৰ বাবে মুঠ ৪ হাজাৰ ৬ কোটি টকা ৰে'ল বিভাগলৈ আৱণ্টন কৰাৰ বিপৰীতে পৰৱৰ্তী বিত্তীয় বৰ্ষত এই ধনৰ পৰিমাণ ৫ হাজাৰ ৯১৫ কোটি টকালৈ বৃদ্ধি...

February 3, 2025 7:19 PM

views 30

অসম সাহিত্য সভাৰ অধিৱেশনত প্রাচীন কামৰূপৰ ঐতিহ্যৰ বিষয়ে আলোচনা

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ আজি চতুর্থ দিনা বুৰঞ্জী সন্মিলনেৰে কাৰ্যসূচী আৰম্ভ হয়। প্রাচীন কামৰূপৰ ঐতিহ্যৰ বিষয়ে এই সন্মিলনত আলোচনা কৰা হয়। ইয়াৰ পাছতে বজালী ভিত্তিত লোক সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ মুৰববী অনিল বড়োৱে ...

February 3, 2025 6:58 PM

views 24

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চল দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চল দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত আমবাৰী সংৰক্ষিত বনাঞ্চললৈ বিভিন্ন পক্ষীৰ আগমন হয়। এই বনাঞ্চল বিভিন্ন পক্ষীৰ সুৰক্ষিত আবাসভূমি হিচাপে বিবেচিত হৈ আহিছে। ৰাষ্ট্ৰীয় উদ্যানখনত পক্ষী পৰ্যটনৰ...

February 3, 2025 6:55 PM

views 13

আলফা সংগঠনক অহা ৪ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হ’বলৈ অবৈধ কার্যকলাপ প্ৰতিৰোধ ট্রাইবুনেলৰ নিৰ্দেশ

কেন্দ্ৰীয় চৰকাৰে সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাৰ ওপৰত থকা নিষেধাজ্ঞা ২০২৪ চনৰ ২৭ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰু ৫ বছৰৰ বাবে বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত অবৈধ কার্যকলাপ প্ৰতিৰোধ ট্রাইবুনেলে আলফা সংগঠনক অহা ৪ মাৰ্চৰ বিয়লি ৩ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰিছে। অবৈধ কা...

February 3, 2025 6:51 PM

views 28

এডভাণ্টেজ আছাম সন্দৰ্ভত প্রধানমন্ত্ৰীকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় নেতাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ আলোচনা

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া ৰাজ্যৰ বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়ন সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় জ্যেষ্ঠ নেতাক সাক্ষাৎ কৰি এই সন্মিল...

February 3, 2025 6:33 PM

views 27

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনটোলৈ এই নিৰ্বাচনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পৰহিলৈ ভোটগ্রহণ হ'বলগীয়া এই নির্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে নির্বাচন আয়োগ তথা প্রশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৭০ খন আসনবিশিষ্ট এই বিধানসভা নিৰ্বাচনত মুঠ ৬৯৯গৰাকী প্ৰাৰ্থীয়ে ...

February 3, 2025 6:29 PM

views 19

আমেৰিকা নিবাসী ভাৰতীয় মূলৰ কণ্ঠশিল্পী চণ্ডিকা টেণ্ডনৰ গ্ৰেমী বঁটা লাভ

আমেৰিকা নিবাসী ভাৰতীয় মূলৰ কণ্ঠশিল্পী চণ্ডিকা টেণ্ডনে দ্য বেষ্ট নিউ এজ, এম্বিয়েন্ট অব চাণ্ট এলবাম শাখাত গ্ৰেমী বঁটা লাভ কৰিছে। লছ এঞ্জেলছত CRYPTO.COM এৰেণাত আজি ৬৭ সংকৎক বার্ষিক গ্রেমী বঁটাৰ কাৰ্যসূচী অনুষ্ঠিত হয়। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বিয়ন্সৰ কাউবয় কাৰ্টাৰ নামৰ এলবামটোৱে বেষ্ট কান্ট্রি এল...