February 10, 2025 1:22 PM
15
আজি তিনিচুকীয়া, শোণিতপুৰ আৰু বিশ্বনাথত গোধা ৰোগ নিৰ্মূল অভিযানৰ অধীনত সমূহীয়া ঔষধ সেৱা কাৰ্যসূচী
তিনিচুকীয়া, শোণিতপুৰ আৰু বিশ্বনাথ জিলাত আজি ফাইলেৰীয়া অৰ্থাৎ গোধা ৰোগ নিৰ্মূল অভিযানৰ অধীনত সমূহীয়া ঔষধ সেৱা কাৰ্যসূচী আৰম্ভ হ'ব। ১৯ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই অভিযানে তিনিচুকীয়াৰ হাপজান খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰ, শোণিতপুৰৰ ৰঙাপাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বিশ্বনাথ জিলাৰ বিশ্বন...