February 14, 2025 12:12 PM

views 17

টেন্সপাৰেন্সি ইণ্টাৰনেচনেল সংস্থাৰ প্ৰতিবেদনত পাকিস্তানক বিশ্বৰ দুৰ্নীতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম বুলি প্ৰকাশ

টেন্সপাৰেন্সি ইণ্টাৰনেচনেল নামৰ এটা সংস্থাৰ প্ৰতিবেদনত পাকিস্তানক বিশ্বৰ দুৰ্নীতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম বুলি কোৱা হৈছে। পাকিস্তানত সকলো চৰকাৰী খণ্ড, ন্যায়পালিকা আৰু সমাজত এই বিভীষিকা শিপাই থকা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এই সপ্তাহৰ আগভাগত প্ৰকাশ কৰা এই প্রতিবেদন অনুসৰি পাকিস্তান দুর্নীতি...

February 14, 2025 12:09 PM

views 31

অহা ১৭ ফেব্ৰুৱাৰীত মহাকাশ আৰু ভূস্থানিক প্ৰযুক্তিৰ বিষয়ত এখন অনলাইন কুইজ প্রতিযোগিতাৰ আয়োজন

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ সৈতে সংগতিৰ ৰাখি অসম চৰকাৰে অহা ১৭ ফেব্ৰুৱাৰীৰ দিনৰ চাৰে ১১ বজাত মহাকাশ আৰু ভূস্থানিক প্ৰযুক্তিৰ বিষয়ত এখন অনলাইন কুইজ প্রতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ উদ্ভাৱক, গৱেষক, ছাত্ৰ-ছাত্ৰ...

February 14, 2025 12:07 PM

views 14

ড° জিতেন্দ্র সিঙৰ অধ্যক্ষতাত নতুন দিল্লীত সৰ্বভাৰতীয় পেঞ্চন আদালতৰ আয়োজন

কেন্দ্রীয় মন্ত্রী ড° জিতেন্দ্র সিঙৰ অধ্যক্ষতাত কালি নতুন দিল্লীত সৰ্বভাৰতীয় পেঞ্চন আদালতৰ আয়োজন কৰা হয়। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে দেশৰ বিভিন্ন ৰাজ্যৰ পেঞ্চনাৰসকলৰ সৈতে মত বিনিময় কৰে আৰু ঠাইতে তেওঁলোকৰ পেঞ্চন সম্পৰ্কীয় অভিযোগসমূহ সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। শ্রীসিঙে পেঞ্চনাৰসকলৰ অভিযোগসমূহ...

February 14, 2025 12:05 PM

views 23

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হৈছে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদ ত্যাগ কৰাৰ পাছত বিজেপিয়ে পুনৰ চৰকাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যপালৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হৈছে। গৃহ মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে। অধিসূচনাত এই বুলি কোৱা হৈছ...

February 14, 2025 12:03 PM

views 15

হোৱাইট হাউচত ডোনাল্ড ট্রাম্পক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্রধানমন্ত্রীয়ে কয়, যে তেওঁ ট্রাম্পৰ সৈতে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ কৌশলগত সহযোগিতা আগুৱাই লৈ যাব। তেওঁ কয়, যে শ্রীট্রাম্পে উভয় দেশৰ মাজত সম্পর্ক স...

February 13, 2025 9:07 PM

views 9

ৰাজ্য চৰকাৰৰ ছিংগল উইণ্ডো ক্লিয়াৰেন্স প্ৰণালীত আঢ়ৈ লাখ ব্যৱসায়িক প্ৰস্তাৱত অনুমোদন

অসম চৰকাৰে ৰাজ্যখনক বহনক্ষম বিনিয়োগ নিশ্চিত কৰাৰ বাবে বিনিয়োগৰ বৃহৎ সংখ্যক বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে গুৰুত্বপূৰ্ণ খণ্ডসমূহত বহনক্ষম বিনিয়োগ বিচাৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এডভাণ্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলনৰ দ্বিতীয় সংস...

February 13, 2025 9:06 PM

views 14

২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া ঝুমুৰ নৃত্যৰ প্রস্তুতি সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পিযুষ হাজৰিকা, ৰণজিৎ কুমাৰ দাসৰ বৈঠক

এডভাণ্টেজ আছাম সন্মিলনৰ অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ‍ অনুষ্ঠানৰ ঝুমইৰ বিনন্দিনী প্রস্তুতি সন্দৰ্ভত আলোচনা কৰিবলৈ আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পিযুষ হাজৰিকা আৰু ৰণজিৎ কুমাৰ দাসে বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত এই বৈঠকত অনুষ্ঠানটো নিয়াৰিকৈ সম্পন...

February 13, 2025 9:03 PM

views 15

অসমত গৃহ নিৰ্মাণৰ বাবে অনলাইন অনুমতি প্ৰদানৰ ব্যৱস্থাৰ শুভাৰম্ভ

অসমত গৃহ নিৰ্মাণৰ বাবে অনলাইন অনুমতি প্ৰদানৰ ব্যৱস্থা আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত গুৱাহাটীত শুভাৰম্ভ কৰা হয়। এই ডিজিটেল মঞ্চৰ সহায়ত ৰাজ্যখনত গৃহ নিৰ্মাণৰ অনুমতি প্রদান প্রক্রিয়া স্বচ্ছ, সৰল আৰু ত্বৰান্বিত হোৱাৰ ফলত নাগৰিকসকলে গৃহ নিৰ্মাণৰ বাবে সহজে অনুমতি ...

February 13, 2025 9:22 PM

views 49

আজি বিশ্ব ৰেডিঅ’ দিৱস

আজি বিশ্ব ৰেডিঅ’ দিৱস। এইবাৰৰ এই দিৱসৰ মূল বিষয় হৈছে ৰেডিঅ' আৰু জলবায়ু পৰিৱৰ্তন। ইউনেস্ক’ৰ উদ্যোগত ২০১২ চনৰ পৰা পালন কৰি অহা এই দিৱসত অনাতাঁৰ মাধ্যমৰ কাম-কাজ আৰু জনসাধাৰণৰ মাজত ইয়াৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰাৰ লগতে বিভিন্ন বিষয়ত সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হৈ আহিছে। আজি এই দিৱস উপলক্ষে বিশ্বৰ বি...

February 13, 2025 9:01 PM

views 19

নগাঁৱৰ মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ বিশ্ব ৰেডিঅ’ দিৱস পালন, মিলেশ্বৰ নাথক লোকশিল্পী বঁটা প্ৰদান

আজি বিশ্ব ৰেডিঅ' দিৱস উপলক্ষে নগাঁৱৰ মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। দিৱসৰ অংশ হিচাপে ৰূপহী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰেডিঅ' শুনাৰ অভ্যাস গঢ়ি তোলা আৰু ইয়াৰ উপকাৰিতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হয়। তদুপৰি কেবাগৰাকীও বিশিষ্ট শি...