February 13, 2025 9:00 PM

views 23

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে য়াৰেন জুংলা লংকুমেৰক নিযুক্তি

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে ন্যায়িক বিষয়া য়াৰেন জুংলা লংকুমেৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আজি নিযুক্তি প্ৰদান কৰিছে। মন্ত্ৰালয়ে দেশৰ আন কেইবাখনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ বাবেও আজি নতুন ন্যায়াধীশ আৰু অতিৰিক্ত ন্যায়াধীশ নিযুক্তি দিয়ে। উল্লেখযোগ্য যে উচ্চতম ন্য...

February 13, 2025 8:58 PM

views 9

বাক্সাৰ কেশৱ নগৰত শ্বহীদ কেশৱ বসুমতাৰীৰ স্মৃতিত নিৰ্মিত জনজাতি জিৰণী ঘৰ মুকলি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ

বাক্সা জিলাৰ কেশৱ নগৰত শ্বহীদ কেশৱ বসুমতাৰীৰ স্মৃতিত ২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জনজাতি জিৰণী ঘৰ আজি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই উদ্বোধন কৰে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে বিপিএফে বিটিচিত বিৰোধী দল হিচাপে কোনোধৰণৰ ভূমিকা পালন কৰা নাই। বিপিএফৰ নিক্রিয়...

February 13, 2025 8:57 PM

views 8

সংসদৰ দুয়োখন সদনতে ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত যুটীয়া সমিতিৰ প্রতিবেদন দাখিল

বিৰোধী পক্ষৰ সদস্যসকলৰ প্ৰতিবাদৰ মাজতে সংসদৰ দুয়োখন সদনতে আজি ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত যুটীয়া সমিতিয়ে প্রতিবেদন দাখিল কৰে। দিনৰ ২ বজালৈ লোকসভাৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ অন্তত সদন যেতিয়া পুনৰ আৰম্ভ হয়, তেতিয়া যুটীয়া সমিতিৰ অধ্যক্ষ জগদম্বিকা পালে সদনত প্ৰতিবেদন দাখিল কৰে। লগে লগে বিৰ...

February 13, 2025 8:55 PM

views 9

লোকসভাত আয়কৰ বিধেয়ক ২০২৫ উত্থাপন

লোকসভাত আজি আয়কৰ বিধেয়ক ২০২৫ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ উদ্দেশ্য হ'ল আয়কৰ সম্পৰ্কীয় আইন একত্রিত আৰু সংশোধন কৰা। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে নিম্ন সদনত বিধেয়কখন উত্থাপন কৰে । বিধেয়ক সন্দৰ্ভত ভাষণ দি তেওঁ কয়, যে বৰ্তমানৰ আয়কৰ আইনখনৰ তুলনাত নতুন আইনখনৰ ধাৰা আৰু অধ্যায় কম আৰু সাধাৰণ ৰাইজ...

February 13, 2025 8:54 PM

views 12

ছিকিমৰ উত্তৰ-পূব অংশত তুষাৰপাতৰ ফলত বন্ধ হোৱা প্ৰধান পথসমূহ মুকলিৰ ব্যৱস্থা সীমান্ত পথ সংস্থাৰ

ছিকিমৰ উত্তৰ আৰু পূব-অংশত হোৱা তুষাৰপাতৰ ফলত বন্ধ হৈ পৰা প্ৰধান পথসমূহ মুকলি কৰাৰ বাবে সীমান্ত পথ সংস্থা B.R.Oএ ব্যৱস্থা গ্ৰহণ কৰিছে। লাছুং আৰু লাছেন অক্ষৰ কৌশলগত পথৰ লগতে নাথুলা আৰু টামজেৰ ঘাইপথছোৱা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে আৰ্থসামাজিক কামকাজত ব্যাঘাত জন্মিছে। স্বস্তিক প্ৰকল্পৰ অধীনত 758 বি আ...

February 13, 2025 8:52 PM

views 13

অনাগত দিনত কেইবাখনো ৰাষ্ট্ৰীয় পেন্সন আঁচনি ৰূপায়ণৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে অনাগত দিনত কেইবাখনো ৰাষ্ট্ৰীয় পেন্সন আঁচনি ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই কয় যে জনসাধাৰণৰ বাবে বিশেষকৈ অসংগঠিত খণ্ডৰ লোকসকলৰ বাবে চৰকাৰে অটল পেন্সন যোজনা, পি এম শ্রমিক মন্থন, পি এম শ্রমযোগী ম...

February 13, 2025 7:11 PM

views 15

এডভাণ্টেজ আছাম সৈতে সংগতি ৰাখি ১৭ ফেব্ৰুৱাৰীত ‘মহাকাশ আৰু ভূস্থানীয় প্ৰযুক্তি’বিষয়ক অনলাইন কুইজ প্ৰতিযোগিতা

এডভাণ্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ সৈতে সংগতি ৰাখি অসম চৰকাৰে অহা ১৭ ফেব্ৰুৱাৰীৰ দিনৰ ১১.৩০ বজাত মহাকাশ আৰু ভূস্থানীয় প্ৰযুক্তিৰ বিষয়ত এখন অনলাইন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উদ্ভাৱক, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু উদ্যোগীসকলক আহ্ব...

February 13, 2025 7:10 PM

views 20

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত ‘কৃষি আৰু আনুষংগিক খণ্ডত বতৰ আৰু জলবায়ু’বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৃষি আৰু আনুষংগিক খণ্ডত বতৰ আৰু জলবায়ুভিত্তিক সিদ্ধান্তৰ বাবে অগ্ৰণী প্ৰযুক্তি কৌশল শীৰ্ষক এখন ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বতৰ বিজ্ঞান বিভাগৰ উদ্যোগত আয়োজন কৰা এই সন্মিলন আজি ৰাজহ আৰু দুর্যোগ ব্য...

February 13, 2025 7:07 PM

views 14

যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগত ‘জল আড্ডা’ শীৰ্ষক মত বিনিময় অনুষ্ঠান

যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত আজি বিভাগৰ সভাকক্ষত জিলাখনৰ জলজীৱন মিছনৰ সৈতে জড়িত লোকসকলৰ জল আড্ডা শীৰ্ষক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়। এই জল আড্ডাত জলজীৱন মিছনৰ সফল ৰূপায়ণ, জল সংকট দূৰীকৰণ আৰু পানীৰ অপব্যৱহাৰ ৰোধ সন্দৰ্ভত মত বিনিময় কৰা হয়। এই জল আড্ডাত জিলাখনৰ ৭ খন বিদ্যালয...

February 13, 2025 7:06 PM

views 37

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সংৰক্ষণ আৰু সংৰক্ষণকৰ্মীৰ দক্ষতা বিকাশৰ প্রশিক্ষণ কাৰ্যসূচী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰৰ পৰা বন্যপ্ৰাণী সংৰক্ষণ আৰু সংৰক্ষণ কৰ্মীৰ দক্ষতা বিকাশৰ ছদিনীয়া প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয় আন্তৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰজাতি জোঁট, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আয়োজিত এই কৰ্মশ...