June 6, 2025 12:14 PM
22
ৰাজ্যত বনাঞ্চল ধ্বংসৰ কাৰ্যকলাপ কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়েত নিৰীক্ষণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা
ৰাজ্যত বন ধ্বংসৰ কাৰ্যকলাপ কৃত্রিম বুদ্ধিমত্তা – এ আইৰ জৰিয়তে নিৰীক্ষণ কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত ঘোষণা কৰে। কৃত্রিম বুদ্ধিমত্তা আৰু কৃত্ৰিম উপগ্ৰহৰ সহায়ত বন ধ্বংস আৰু বনভূমিৰ ক্ষতি আদি বাস্তৱসন্মত সময়ত চাব পৰাকৈ এটা পৰ্টেল মুকলি কৰি ড° শৰ্মাই কয়, যে এই প'ৰ্টেলৰ জৰিয়তে বনভূমি ধ্বংসৰ বিষয়ে সঠিক সময়ত ব্যৱস্থা ল'ব পৰাকৈ তথ্য লাভ কৰিব পৰা যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিৱেশ সুৰক্ষাৰ দিশত সহায় হ'ব পৰাকৈ বন ব...