April 11, 2024 8:34 PM April 11, 2024 8:34 PM
10
কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে পাঞ্জাৱৰ মুখ্যমন্ত্রী তথা আপৰ নেতা ভগৱন্ত মান অসমত উপস্থিত হ’ব
প্রথম পৰ্যায়ৰ লোকসভা নির্বাচনলৈ মাজত মাথোঁ ৮টা দিন বাকী থকা অৱস্থাত তাৰকা প্ৰচাৰকৰ উপস্থিতিত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ আকৰ্ষণীয় হৈ উঠিছে। কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে পাঞ্জাবৰ মুখ্যমন্ত্রী তথা আপৰ নেতা ভগৱন্ত মান অসমত উপস্থিত হ'ব। তেওঁ ডিব্ৰুগড় সমষ্টিত দলীয় প্রার্থী মনোজ ধনোৱাৰৰ হৈ তিনিচুকীয়া জিলাৰ টিংৰাইত নির্বাচনী সমাৱেশত অংশ ল'ব। পৰহিলৈ নেতাগৰাকীয়ে শোণিতপুৰ সমষ্টিত দলীয় প্রার্থী ঋষিবাজ কৌন্দিন্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৷ ইফালে, অহা সপ্তাহত ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে প্রধ...