October 15, 2024 7:05 PM October 15, 2024 7:05 PM
6
দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন
অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে আজি গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত এটা প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে। ৪৩ সপ্তাহৰ বাবে আয়োজন কৰা এই প্ৰশিক্ষণ শিবিৰত গোৱা আৰক্ষীৰ ১৩১ গৰাকী মহিলা আৰক্ষী কনিষ্টবলসহ ৭০০ জন কনিষ্টবলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ...